Type Here to Get Search Results !

SEBA Class 10 Maths Coordinate geometry Exercise 7.2 | দশম শ্ৰেণীৰ গণিত স্থানাংক জ্যামিতি অনুশীলনী ৭.২ All Questions & Answers

SEBA Class 10 Maths Coordinate geometry Exercise 7.2 | দশম শ্ৰেণীৰ গণিত স্থানাংক জ্যামিতি অনুশীলনী ৭.২ All Questions & Answers




1. (-1, 7) আৰু (4, -3) ৰ ,সংযোগী ৰেখাখণ্ডক 2 : 3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা।



2. (4, -1) আৰু (-2, -3) ৰ সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা।




3. তোমালোকৰ স্কুলৰ আয়তাকাৰ খেল পথাৰ ABCD ত খেল দিৱস উপলক্ষে খেল-ধেমালি অনুষ্ঠিত কৰিবলৈ চক্ পাউদাৰেৰে 1 মিটাৰৰ ব্যৱধানত কিছুমান লাইন টনা হ'ল। 100 টা ফুলৰ টাব এটাৰ পৰা আনটোৰ ব্যৱধান 1 মিটাৰকৈ চিত্ৰত দেখুওৱাৰ দৰে ADৰ দিশত ৰখা হ'ল। নীহাৰিকাই দ্বিতীয় লাইন ডালেৰে AD ৰ 1/4 অংশ দৌৰি গৈ তাতে এখন সেউজীয়া পতাকা পুতি থ'লে। পদ্মই অষ্টম লাইন ডালেৰে AD ৰ 1/5 অংশ দৌৰি গৈ তাতে এখন ৰঙা পতাকা পুতি থ'লে। এই পতাকা দুখনৰ মাজৰ দূৰত্ব কিমান? যদি ৰশ্মিয়ে আগৰ পতাকা দুখন সংযোগী ৰেখআখণ্ডৰ ঠিক মধ্যস্থানত এখন নীয়া পতাকা পুতিব লগা হয়, তেন্তে তেওঁ কোন স্থানত এই পতাকাখন পুতিব?



4. (-1, 6) বিন্দুটোৱে (-3, 10) আৰু (6, -8) বিন্দু সংযোগী ৰেখাক কি অনুপাতত ভাগ কৰিব?



5. A(1, -5) আৰু B(-4, 5) বিন্দু সংযোগী ৰেখআখণ্ডক x-অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা। লগতে ছেদ বিন্দুটোৰ স্থানাংকও উলিওৱা।



6. যদি (1, 2), (4, y), (x, 6) আৰু (3, 5) বিন্দুকেইটা এইটো ক্ৰমতে এটা সামান্তৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে x আৰু y উলিওৱা।



7. এটা বৃত্তৰ এডাল ব্যাস AB ৰ A বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰ (2, -3) আৰু B বিন্দুৰ স্থানাংক (1, 4)।



8. যদি A আৰু B বিন্দুৰ স্থানাংক ক্ৰমে (-2, -2) আৰু (2, -4), তেন্তে P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে AP = 3/7AB আৰু P বিন্দুটো AB ৰেখআখণ্ডৰ ওপৰত থাকে।





9. A(-2, 2) আৰু B(2, 8) বিন্দু সংযোগী ৰেখাখণ্ডক চাৰিটা সমান ভাগত ভাগ কৰা বিন্দুকেইটাৰ স্থানাংক উলিওৱা।




10. এটা ৰম্বাছৰ কালি নিৰ্ণয় কৰা যদিহে তাৰ শীৰ্ষবিন্দু বিলাকৰ স্থানাংক ক্ৰম অনুসৰি (3, 0), (4, 5), (-1, 4) আৰু (-2, -1)।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us