Type Here to Get Search Results !

SEBA Class 10 Maths Coordinate geometry Exercise 7.3 | দশম শ্ৰেণীৰ গণিত স্থানাংক জ্যামিতি অনুশীলনী ৭.৩ All Questions & Answers

SEBA Class 10 Maths Coordinate geometry Exercise 7.3 | দশম শ্ৰেণীৰ গণিত স্থানাংক জ্যামিতি অনুশীলনী ৭.৩ All Questions & Answers




1.ত্ৰিভূজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক হ'ল
(i) (2, 3), (-1, 0), (2, -4)
(ii) (-5, -1), (3, -5), (5, 2)





2. তলৰ প্ৰতিটো ক্ষেত্ৰত 'k' ৰ মান উলিওৱা যেতিয়া সেই বিন্দুবিলাক একৰেখীয়।
(i) (7, -2), (5, 1), (3, k)
(ii) (8, 1), (k, -4), (2, -5)






3. (0, -1), (2, 1) আৰু (0, 3) শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভূজটোৰ বাহুবিলাকৰ মধ্যবিন্দুকেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভূজটোৰ কালি নিৰ্ণয় কৰা। এই ত্ৰিভূজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভূজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰা।





4. সেই চতুৰ্ভূজটোৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক ক্ৰম অনুসৰি (-4, -2), (-3, -5), (3, -2) আৰু (2, 3)।



5. তোমালোকে নৱম শ্ৰেণীত পঢ়ি আহিছা যে ত্ৰিভূজৰ মধ্যমা এডালে ত্ৰিভূজটোক দুটা ভাগত ভাগ কৰে যাৰ কালি সমান। ∆ABC ৰ ক্ষেত্ৰত ইয়াৰ স্যাপন কৰা যদি ইয়াৰ শীৰ্ষবিন্দুকেইটা A(4, -6), B(3, -2) আৰু C(5, 2)।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us