Type Here to Get Search Results !

SEBA Class 10 Maths Trigonometry Exercise 8.1 | দশম শ্ৰেণীৰ গণিত ত্ৰিকোণমিতি অনুশীলনী ৮.১ All Questions & Answers

SEBA Class 10 Maths Trigonometry Exercise 8.1 | দশম শ্ৰেণীৰ গণিত ত্ৰিকোণমিতি অনুশীলনী ৮.১ All Questions & Answers




1. ∆ABC তৰ B কোণ সমকোণ আৰু AB = 24 cm, BC = 7 cm হ'লে তলত দিয়াবিলাক উলিওৱাঃ

(i) sin A, cos A
(i) sin C, cos C

উত্তৰঃ



2. চিত্ৰৰ পৰা tan P - cot R নিৰ্ণয় কৰা।




3. যদি sin A = 3/4, তেন্তে cos A আৰু tan A উলিওৱা।




4. দিয়া আছে যে, 15cot A = 8, তেন্তে sin A আৰু sec A উলিওৱা।





5. দিয়া আছে যে, sec θ = 13/12, আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা।




6. যদি ∠A আৰু ∠B সূক্ষ্মকোণ হয় যাতে cos A = cos B, তেন্তে দেখুওৱা যে ∠A = ∠B.




7. যদি cot θ = 7/8, তেন্তে মান উলিওৱা












9. ΔABC ৰ B কোণ সমকোণ। যদি tan A = 1/√3, তেন্তে তলৰ মান বিলাক উলিওৱা।
(i) sin A cos C + cos A sin C
(ii) cos A cos C - sin A sin C






10. ∆PQR ৰ Q কোণ সমকোণ আৰু PR + QR = 25 cm আৰু PQ = 5 cm, sin P, cos P আৰু tan P ৰ মান উলিওৱা।



11. তলত দিয়াবিলাক সত্য নে অসত্য কোৱা। তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা।

(i) tan A ৰ মান সদায় 1 তকৈ সৰু।
উত্তৰঃ অসত্য।

(ii) A কোণৰ কোনো মানৰ বাবে sec A = 12/5
উত্তৰঃ সত্য।

(iii) 'cosecant of angle A' ৰ সংক্ষিপ্ত ৰূপ হিচাপে cos A ব্যৱহাৰ কৰা হয়।
উত্তৰঃ অসত্য।

(iv) cot আৰু A ৰ পূৰণফল হ'ল cot A
উত্তৰঃ অসত্য।

(v) কোনো এটা কোণ 'θ' ৰ বাবে sin θ = 4/3
উত্তৰঃ অসত্য।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us