Type Here to Get Search Results !

SEBA Class 10 Maths Coordinate geometry Exercise 7.1 | দশম শ্ৰেণীৰ গণিত স্থানাংক জ্যামিতি অনুশীলনী ৭.১ All Questions & Answers

SEBA Class 10 Maths Coordinate geometry Exercise 7.1 | দশম শ্ৰেণীৰ গণিত স্থানাংক জ্যামিতি অনুশীলনী ৭.১ All Questions & Answers





1. তলৰ প্ৰতিটো বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা।

(i) (2, 3), (4, 1)




(ii) (-5, 7), (-1, 3)



(iii) (a, b), (-a, -b)



2. (0, 0) আৰু (36, 15) ৰ মাজত দূৰত্ব উলিওৱা।





3. (1, 5), (2, 3) আৰু (-2, -11) বিন্দুকেইটা একৰেখীয় হয়নে নিৰ্ণয় কৰা।





4. (5, -2), (6, 4) আৰু (7, -2) বিন্দুকেইটা এটা সমবাহু ত্ৰিভূজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা।




5. এটা শ্ৰেণীকোঠাত 4 জন বন্ধু চিত্ৰত দিয়াৰ দৰে A, B, C আৰু D স্থানত বহিছে। চম্পা আৰু চামেলি শ্ৰেণী কোঠআলৈ সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামেলিক সুধিলে "ABCD এটা বৰ্গ বুলি তুমা নাভাবানে?" চামেলিয়ে বৰ্গ নহ'ব বুলি জনালে। দূৰত্বৰ সূত্ৰ ব্যৱহাৰকৰি তেওঁলোক দুজনীৰ কোন শুদ্ধ নিৰূপণ কৰা।






6. তলৰ বিন্দুবিলাকে যদি চতুৰ্ভূজ গঠন কৰে তেনেহ'লে সেই চতুৰ্ভূজৰ স্বৰূপ নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰৰ সাপেক্ষে কাৰণ দাঙি ধৰা।














7. (2, -5) আৰু (-2, 9) বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা।



8. y ৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে P(2, -3) আৰু Q(10, y) বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয়।





9. যদি Q(0, 1) বিন্দুটো P(5, -3) আৰু R(x, 6) ৰ পৰা সমদূৰৱৰ্তী তেন্তে x অৰ মান উলিওৱা। তদুপৰি QR আৰু PR ৰ দূৰত্বকেইটা উলিওৱা।






10. x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে (x, y) বিন্দুটো (3, 6) আৰু (-3, 4) বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয়।




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us