Type Here to Get Search Results !

SEBA Class 10 Maths Revision Exercise 2 | দশম শ্ৰেণীৰ গণিত পুণৰালোচনা অনুশীলনী ২ All Questions & Answers

SEBA Class 10 Maths Revision Exercise 2 | দশম শ্ৰেণীৰ গণিত পুণৰালোচনা অনুশীলনী ২ All Questions & Answers



পুনৰালোচনা
Revision
অনুশীলনী R - 2


1. তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব?

(i) 272 ৰ বৰ্গৰ এককৰ স্থানত 4 ৰ হ'ব।

(ii) 79 ৰ বৰ্গৰ এককৰ স্থানত 1 হ'ব।

(iii) 400 ৰ বৰ্গৰ এককৰ স্থানত 0 হ'ব।

(iv) 2637 ৰ বৰ্গৰ এককৰ স্থানত 9 হ'ব


2. তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱা কাৰণ কি?

(i) 1057 এই সংখ্যাটোৰ একক স্থানত 7 থকাৰ বাবে ই পূৰ্ণবৰ্গ নহয়।

(ii) 7928 এই সংখ্যাটোৰ এককৰ স্থানত 8 থকাৰ বাবে ই পূৰ্ণবৰ্গ নহয়।

(iii) 222 এই সংখ্যাটোৰ এককৰ স্থানত 2 থকাৰ বাবে ই পূৰ্ণবৰ্গ নহয়।

(iv) 640 এই সংখ্যাটোৰ সোঁফালে এটা শূণ্য থকাৰ বাবে ই পূৰ্ণবৰ্গ নহয়।


3. তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব?

(i) 19 ৰ বৰ্গ = 361

(ii) 37 ৰ বৰ্গ = 1369

(iii) 53 ৰ বৰ্গ = 2809

(iv) 78 ৰ বৰ্গ = 6084


4. মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে  বৰ্গমূল নিৰ্ণয় কৰাঃ





5. তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব?

(i) 1525
= 5 x 5 x 61
∴ ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা 61 ৰে পূৰণ কৰিব লাগিব।

(ii) 1008
= 2 x 2 x 2 x 2 x 3 x 3 x 7
∴ ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা 7 ৰে পূৰণ কৰিব লাগিব।

(iii) 2028
= 2 x 2 x 3 x 13 x 13
∴ ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা 3 ৰে পূৰণ কৰিব লাগিব।

(iv) 768
= 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2 x 3
∴ ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা 3 ৰে পূৰণ কৰিব লাগিব।


6. তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো  এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব?

(i) 468
= 2 x 2 x 3 x 3 x 13
∴ ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা 13 ৰে হৰণ কৰিব লাগিব।

(ii) 1584
= 2 x 2 x 2 x 2 x 3 x 3 x 11
∴ ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা 11 ৰে হৰণ কৰিব লাগিব।

(iii) 2645
= 5 x 23 x 23
∴ ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা 5 ৰে হৰণ কৰিব লাগিব।

(iv) 1620
= 2 x 2 x 3 x 3 x 3 x 3 x 5
∴ ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা 5 ৰে হৰণ কৰিব লাগিব।


7. সেনাৰ কেম্প এটাত  নায়কজনে 1764  জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে। প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল?

উত্তৰঃ 
∵ 1764 = 42 x 42
∴ প্ৰতি শাৰীত 42 জনকৈ সৈন্য থাকিব।


8. 4, 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিওৱা।

উত্তৰঃ 
4 = 2 x 2
9 = 3 x 3
10 = 2 x 5
∴ 4, 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হৈছে 
4 x 9 x 10 x 10 = 3600


9. হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা।



10. তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা।


11. 
(a) তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ?
(i) 256    (ii) 169    (iii) 546    (iv) 754

উত্তৰঃ 169, কাৰণ ইয়াৰ এককৰ স্থানত অযুগ্ম সংখ্যা আছে।


(b) তলৰ কোনটোৰ একক স্থানত 1 থাকিব?
(i) 192     (ii) 342     (iii) 182     (iv) 202  

উত্তৰঃ 192, কাৰণ 9 ৰ বৰ্গ 81।


(c) 182 আৰু 192ৰ মাজত কেইটা স্ৱাভাৱিক সংখ্যা আছে?
(i) 38     (ii) 36     (iii) 42     (iv) 40

উত্তৰঃ 38 টা।


(d) তলৰ কোনটো বৰ্গ সংখ্যা নহয়?
(i) 441     (ii) 572     (iii) 576     (iv) 729

উত্তৰঃ 572


(e) √2025 = 45 হ'লে √20.205 হ'ব
(i) 45     (ii) 4.5     (iii) 0.45     (iv) 0.045

উত্তৰঃ 4.5

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us