Type Here to Get Search Results !

SEBA Class 10 Maths Revision Exercise ১ | দশম শ্ৰেণীৰ গণিত পুণৰালোচনা অনুশীলনী ১ All Questions & Answers

SEBA Class 10 Maths Revision Exercise ১ | দশম শ্ৰেণীৰ গণিত পুণৰালোচনা অনুশীলনী ১ All Questions & Answers



পাঠ ১
পুনৰালোচনা (Revision)
অনুশীলনী 1.1



1. তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব?
(a) 12 : 21 আৰু 32 : 56
(b) 18 : 30 আৰু 14 : 21
(c) 22 : 33 আৰু 33 : 24
(d) 24 : 28 আৰু 20 : 25

উত্তৰঃ 12 : 21 আৰু 32 : 56
= 4 : 7 আৰু 4 : 7
∴ ই এটা সমানুপাত।


2. তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব?
(a) 2, 6, 6, 8
(b) 10, 20, 30, 60
(c) p, pq, p2q, q2 
(d) 6, 20, 4, 30

উত্তৰঃ 10, 20, 30, 60
= 1, 2; 1, 2


3. খালী ঠাই পূৰোৱাঃ
(i) বৃত্তৰ কালি A = πr2 
যদি A বাঢ়ে তেন্তে r বাঢ়ে। যদি r কমে তেন্তে A কমে।

(ii) এখন গাড়ীৰ ভ্ৰমণৰ সময় (t) আৰু দূৰত্ব (d) সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ 一
t 1 2 3 4 5 6 ....... ....... ........
d 4 8 12 16 20 ...... 28 ....... 3


খালী ঠাই পূৰোৱাঃ

(a) t আৰু d য়ে প্ৰত্যক্ষ ভাৱে বিচৰণ কৰে।
(b) t = 6 হ'লে d = 24
(c) d = 28 হ'লে t = 7
(d) d = 36 হ'লে t = 9


4. যদি p ∝ q আৰু p = 6 হ'লে q = 30, এতিয়া p = 2, তেন্তে q ৰ মা কিমান?
(a) 12    (b) 20    (c) 10    (d) 15

উত্তৰঃ 10


5. তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান 一

X 1 2 4 8
Y 32 16 8 .....
(a) 8    (b) 6    (c) 4    (d) 2

উত্তৰঃ 4

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us