Type Here to Get Search Results !

SEBA Class 10 Maths Revision Exercise 3 | দশম শ্ৰেণীৰ গণিত পুণৰালোচনা অনুশীলনী ৩ All Questions & Answers

SEBA Class 10 Maths Revision Exercise 3 | দশম শ্ৰেণীৰ গণিত পুণৰালোচনা অনুশীলনী ৩ All Questions & Answers




1. তলৰ কোনবোৰ পূৰ্ণঘন নহয়?
(i) 3757     (ii) 3375     (iii) 3332     (iv) 4096

উত্তৰঃ 
(i) 3757 আৰু (iii) 3332 পূৰ্ণঘন নহয়।


2. তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা।
(i) 19     (ii) 21     (iii) 23     (iv) 27

উত্তৰঃ 
(i) 19 ৰ ঘন = 6,859

(ii) 21 ৰ ঘন = 9,261

(iii) 23 ৰ ঘন = 12,167

(iv) 27 ৰ ঘন = 19,683


3. তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব?
(i) 14     (ii) 18     (iii) 13     (iv) 27

উত্তৰঃ 
(i) 14 ৰ ঘনৰ একক স্থানত থাকিব = 4

(ii) 18 ৰ ঘনৰ একক স্থানত থাকিব = 2

(iii) 13 ৰ ঘনৰ একক স্থানত থাকিব = 7

(iv) 27 ৰ ঘনৰ একক স্থানত থাকিব = 3


4. তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব?

উত্তৰঃ 
(i) 5324 = 2 x 2 x 11 x 11 x 11
∴ পূৰ্ণঘন হ'বলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা 2 ৰে পূৰণ কৰিব লাগিব

(ii) 3087 = 3 x 3 x 7 x 7 x 7
∴ পূৰ্ণঘন হ'বলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা 3 ৰে পূৰণ কৰিব লাগিব

(iii) 3125 = 5 x 5 x 5 x 5 x 5
∴ পূৰ্ণঘন হ'বলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা 5 ৰে পূৰণ কৰিব লাগিব

(iv) 648 = 2 x 2 x 2 x 3 x 3 x 3 x 3
∴ পূৰ্ণঘন হ'বলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা 9 ৰে পূৰণ কৰিব লাগিব


5. এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব?

উত্তৰঃ 
(i) 10368 = 2 x 2 x 2 x 2 x 2 x 2 x 2 x 3 x 3 x 3 x 3
∴ পূৰ্ণঘন হ'বলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা 6 ৰে হৰণ কৰিব লাগিব

(ii) 2187 = 3 x 3 x 3 x 3 x 3 x 3 x 3
∴ পূৰ্ণঘন হ'বলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা 3 ৰে হৰণ কৰিব লাগিব

(iii) 5000 = 2 x 2 x 2 x 5 x 5 x 5 x 5
∴ পূৰ্ণঘন হ'বলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা 5 ৰে হৰণ কৰিব লাগিব 

(iv) 8192 = 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2
∴ পূৰ্ণঘন হ'বলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা 2 ৰে হৰণ কৰিব লাগিব


6. নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা।

উত্তৰঃ 
(i) 1331 = 11 x 11 x 11
1331 ৰ ঘনমূল = 11

(ii) 1728 = 2 x 2 x 2 x 2 x 2 x 2 x 3 x 3 x 3
1728 ৰ ঘনমূল = 2 x 2 x 3 = 12

(iii) 2197 = 13 x 13 x 13
2197 ৰ ঘনমূল = 13

(iv) 2744 = 2 x 2 x 2 x 7 x 7 x 7
2744 ৰ ঘনমূল = 2 x 7 = 14


7. উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা।

উত্তৰঃ 
(i) 3375 = 3 x 3 x 3 x 5 x 5 x 5
3375 ৰ ঘনমূল = 3 x 5 = 15

(ii) 4913 = 17 x 17 x 17
4913 ৰ ঘনমূল = 17

(iii) 9261 = 3 x 3 x 3 x 7 x 7 x 7
9261 ৰ ঘনমূল = 3 x 7 = 21

(iv) 13824 = 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2 x 3 x 3 x 3
13824 ৰ ঘনমূল = 2 x 2 x 2 x 3 = 24


8. উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা।

উত্তৰঃ 
(i) 12167 = 23 x 23 x 23
12167 ৰ ঘনমূল = 23

(ii) 8000 = 2 x 2 x 2 x 2 x 2 x 2 x 5 x 5 x 5
8000 ৰ ঘনমূল = 2 x 2 x 5 = 20

(iii) 4096 = 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2 x 2
4096 ৰ ঘনমূল = 2 x 2 x 2 x 2 = 16

(iv) 5832 = 2 x 2 x 2 x 3 x 3 x 3 x 3 x 3 x 3
5832 ৰ ঘনমূল = 2 x 3 x 3 = 18


9. এটা ঘনকৰ দীঘ 1.2 ছে.মি.। ঘনকটোৰ আয়তন কিমান?

উত্তৰঃ 
দিয়া আছে;
ঘনকটোৰ দীঘ =1.2 ছে.মি. 
∴ ঘনকটোৰ আয়তন
= 1.2 x 1.2 x 1.2 ঘন ছে.মি.
= 1.728 ঘন ছে.মি.


10. এটা ঘনক আকৃতিৰ বাকচৰ আয়তন 6859 ঘনছে.মি. হ'লে বাকচটো কিমান ওখ হ'ব?

উত্তৰঃ 
দিয়া আছে;
ঘনকটোৰ আয়তন = 6859 ঘন ছে.মি.
∴ ঘনকটোৰ উচ্চতা হ'ব ঘনকটোৰ আয়তনৰ ঘনমূল।
∵ 6859 = 19 x 19 x 19
∴ ঘনকটোৰ উচ্চতা = 19 ছে.মি


11. প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো লিখা।

(a) 23 ৰ ঘনৰ একক স্থানৰ অংকটো হ'ল 一
    (i) 6    (ii) 7    (iii) 8    (iv) 9
উত্তৰঃ 9

(b) তলৰ কোনটো পূৰ্ণ ঘন?
    (i) 652    (ii) 933    (iii) 343    (iv) 1002
উত্তৰঃ 343

(c) ∛1000 মান 
    (i) 30    (ii) 100    (iii) 10    (iv) 1000
উত্তৰঃ 10

(d) যদি m, n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব 
    (i) √m    (ii) ∛m    (iii) m3    (iv) m2 
উত্তৰঃ m3

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us