Type Here to Get Search Results !

SEBA Class 9 English Lesson - 2: Wind Question and Answer

SEBA Class 9 English Lesson - 2: Wind Question and Answer


WIND


Summary

The poet has advised us to be strong in mind & body. The wind will be our friend when we are strong. Actually the wind represents the difficulties and challenges. We should encounter then boldly. The poem inspires us to face the challenges and hardships with courage, grit & firm determination. The wind is a symbol of problems and obstacles which are to be dealt with aunt fear, we must be friends with the wind and obstacles to cope with hard situation.   



মূলভাব

         কবিয়ে আমাক মন আৰু মগজুৰ শক্তিশালি হৈ  থাকিব কৈছে । আমি নিজেই শক্তিশালি হ'লে বতাহৰ  লগত বন্ধুত্ব কৰিব পাৰিম,দৰাচলতে বতাহে প্ৰত্যাহবান আৰু সংগ্ৰামক বুজাই এই সকলোকে আমি সবল ভাবে সন্মুখীন হব লাগে। কবিতাটোৰ আমাক সাহস আৰু উকন্ঠাৰে সকলো পৰিস্থিতিৰ সন্মুখীন হবলৈ উৎসাহ যোগায়। বতাহ হৈছে সংঘষৰ প্ৰতীক যাৰলগত নিভয়ে যুঁজ দিব লাগিব। আমি কঠোৰ পৰিস্থিতিৰ সন্মূখীন হবলৈ সদায় বতাহৰ সৈতে বন্ধুত্ব স্থাপন কৰিব লাগিব ।



1. What are the things the wind does in the first stanza?

    (প্ৰথম স্তৱকত বতাহে কি কি কৰিছে? )

Answer:- The wind breaks the door of the window, scatters the papers and throws down the books on the shelf. It also tears the pages of the books and brings rain.

    ( বতাহে খিড়িকীৰ দুৱাৰ, কাগজ, কিতাপ আদি ৰেগৰ পৰা পেলাই দিছে। ই কিতাপৰ পাত ফলাৰ উপৰিও বৰষুণকো মাতি আনিছে। )


2. Have you seen any body winnow grain at home or in a paddy field? what is the word in your language for winnowing? What do people use for winnowing?

    ( তুমি ঘৰৰ বা পথাৰত ধান জৰা মানুহ দেখিছা নে? তোমালোকৰ ভাষাত ধান জৰা মানুহক কি বুলি কয়?

Answer:- Yes, I have seen laies winnow grain in my village. People winnow grains to remove straws, chaff and dust faund in grains there. It is called 'Borsona'.

    ( হয় মই গাঁৱত ধান জৰা মহিলা দেখিছো। যিয়ে চাউলবোৰ চাফা কৰিব জাৰে। আমাৰ ভাষাত ইয়াত ধান জৰা বুলি কয়। )


3. What does the poet say the wind god winnows?

    ( কবিয়ে কৈছে বতাহে ভগৱানৰ দৰে ঘৰৰ সকলো বস্তু উৰুৱাই নিয়ে। ) 

Answer:- The wind god winnows all the things available at home.

    ( কবিয়ে কৈছে বতাহে ভগৱানৰ দৰে ঘৰৰ সকলো বস্তু উৰুৱাই নিয়ে। )


4. What should we do to make friends with the wind?

( বতাহৰ সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ আমি কি কৰা উচিত? )


Ans: The wind seems to be biassed to the strong. It makes fun of the weaklings whenever and wherever it encounters them. So if we desire to make friends with the wind, we should make ourselves physically and mentally strong. We should even reinforce our houses and make them stronger. Only when we have strengthened ourselves can we hope to be friends with the wind.

    ( বতাহে শক্তিশালীসকলৰ প্ৰতি পক্ষপাতিত্ব কৰা যেন লাগিছে। ই দুৰ্বল লোকসকলক যেতিয়াই আৰু য'তেই মুখামুখি হয় তেওঁলোকক উপহাস কৰে। গতিকে যদি আমি বতাহৰ সৈতে বন্ধুত্ব স্থাপন কৰিব বিচাৰো, তেন্তে আমি নিজকে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰা উচিত। আমি আনকি আমাৰ ঘৰবোৰ শক্তিশালী কৰা উচিত আৰু সেইবোৰ শক্তিশালী কৰা উচিত। যেতিয়া আমি নিজকে শক্তিশালী কৰিম তেতিয়াহে আমি বতাহৰ সৈতে বন্ধুত্ব হোৱাৰ আশা কৰিব পাৰোঁ। )


5. What do the last four lines of poem mean to you?

    ( কবিতাটোৰ শেষৰ ৪ টা শাৰীৰ পৰা কি বুজি পাইছা? )

Answer:-  The last four lines convey the message that those who are not determined and lack confidence face defeat. And those who set their targets and make sincere efforts are not disturbed by any obstacle.

    ( কবিতাৰ শেষৰ ৪ শাৰীয়ে বুজাইছে যে যি মানুহৰ দৃঢ় প্ৰতিজ্ঞ আৰু আত্ম বিশ্বাস নাই, সেই মানুহৰ পৰাজয় নিশ্চিত। যি মানুহে লক্ষ্য স্থিৰ কৰি সততাৰে কাম কৰি আগবাঢ়ি যায় তাক কোনো বাধাই ৰখাব নোৱাৰে। )


6. How does  the poet speak to the wind - in anger or with humour? You meet also have seen or heard of the wind? "crumbling lives". What is your response to this? Is it some as the poets?

    ( কবিয়ে খঙত থকা বতাহ আৰু হাঁহি থকা বতাহৰ সৈতে কিদৰে কথা পাতে? তুমি বতাহৰ মেৰমেৰণি শব্দ শুনিছানে? তোমাৰ মনোভাৱে কবিৰ দৰেই নে?

Answer:- The poet speaks to the wind with humour. I apine that the poets behaviour is pertinent and I have also seen the wind divesting the properly mercilessly. The poet invites wind to attack him and intends to prepare himself for the attack.

    ( কবিয়ে খুহুতীয়াকৈ বতাহৰ লগত কথা পাতে। মোৰ বিচাৰৰ মতে কবিৰ ব্যৱহাৰ উচিত আছিল। বতাহে সকলোবোৰ বস্তু নিৰ্দয়তাৰে ধ্বংস কৰি যায়। কবিয়ে বতাহক মাতিছে আক্ৰমণ কৰিবৰ বাবে যাতে তেঁও সাজু হ'ব পাৰে। )


How does we make wind our friend?

    ( আমি বতাহক কেনেদৰে বন্ধু বনাব পাৰো? )


Answer:- The poet suggests that we should build strong house and fix the doors firmly to make friends with the wind. Moreover, we should be strong enough to face the difficulties in life.

    ( কবিয়ে উপদেশ দিছে আমি যাতে ঘৰবোৰ মজবুতকৈ সাজিব লাগে, দৰ্জাবোৰো মজবুতকৈ বনাই বতাহৰ সৈতে বন্ধুত স্থাপন কৰিব পাৰিম। ইয়াৰোপৰি আমি মানসিকভাৱে শক্তিশালী হৈ থাকিব লাগিব যাতে সকলো জটিল পৰিস্থিতিৰ সন্মূখীন হ'ব পাৰো। )

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us