Type Here to Get Search Results !

SEBA Class 9 English Lesson - 2: The Sound of Music Prat (I) Evelyn Glennie: Deborah Cowley Question and Answer

SEBA Class 9 English Lesson - 2: The Sound of Music Prat (I) Evelyn Glennie: Deborah Cowley Question and Answer


(I) Evelyn Glennie: Deborah Cowley


I. Answer these question in a few words or a couple of sentences each.

(অতি চমুকৈ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া)

1. How old was Evelyn when she went to Royal Academy of Music?

(ৰয়েল একাডেমী অফ্ মিউজিক লৈ যঁওতে ইভলিনৰ বয়স কিমান আছিল?)

Answer: Evelyn was Seventeen years old when she went to the Royal Academy of Music.

(ৰয়েল একাডেমী অফ্ মিউজিকলৈ যাঁওতে ইভলিনৰ বয়স আছিল সোতৰ বছৰ।)


2. When was her deafness first noticed? When was it confirmed?

(তাইৰ বধিৰতা কোতিয়া লক্ষ্য কৰা হৈছিল? আৰু এই বধিৰতা কেতিয়া নিশ্চিত হ'ল ?)


Answer: Evelyn's deafness was first noticed when she was eight years old. It was confirmed at the age of eleven.

(৪ বছৰ বয়সত ইভলিনৰ বধিৰতা লক্ষ্য কৰা হৈছিল। এই বধিৰতা ১১ বছৰ বয়সত নিশ্চিত হৈছিল।)



II. Answer each of these question in a short paragraph (30-40 words).

(এই প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ এটা চমু অনুচ্ছেদত (30-40 শব্দ)

1. Who helped her to continue with music? What did he do and say?

(তাইক সংগীত ক্ষেত্ৰত কোনে সহায় কৰিছিল? তাইক কেনেকৈ আৰু কি কথাৰ জৰিয়তে সাহস যোগাইছিল?)

Answer: Percussionist Ron Forbes helped Evelyn to continue with music.

(পাৰকাছনিষ্ট ৰণ ফ'ৰ্বচে ইভলিনক সংগীত শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিছিল।)

      He bought two large drums and tuned them to different notes. He asked her not to listen to them through her wars but to try and sense the sound in some other manner. 

      (তেখেতে দুটা ডাঙৰ ড্ৰাম বেলেগ বেলেগ নোটত টিডন কৰি দিছিল, ফ'ৰ্বছে ইঙলিক ড্ৰামৰ শব্দ শুনাতকৈ ইয়াক অনুভৱ কৰিবলৈ কৈছিল।)


2. Name the various places and causes far which Evelyn performs.

(ইভলিনে কোন কোন ঠাইত আৰু কি কাৰণে অনুষ্ঠান প্ৰদৰ্শন কৰিছিল?)

Answer: Evelyn accepts music as an essential part of her life. with a hectic international schedule she gives solo performances at regular concerts. Apart from these, She gives free concerts in prisons and hospitals. She wants to spread the message of love and peace to prisoners and sick people through music.

(ইভলিনে সংগীতক তাইৰ জীৱনৰ অন্যতম প্ৰয়োজনীয় অংগ হিচাপে আকোঁৱালি লৈছিল। তাই আন্তঃৰাষ্ট্ৰীয় পয্যায়ত বিভিন্ন ঠাইত অনুষ্ঠান প্ৰদৰ্শন কৰিছিল।তাৰোপৰি তাই কাৰাগাৰ আৰু চিকিসালয়ত বিনামূলীয়াকৈ অনুষ্ঠান পৰিবেশন কৰিছিল। তাই সংগীতৰ জৰিয়তে কয়দী তথা ৰোগীসকলৰ মাজত প্ৰেম আৰু শান্তিৰ বাণী প্ৰচাৰ কৰিব বিচাৰিছিল।)


III. Answer the question in two or three paragraphs. (100-150 words.)

(তলৰ প্ৰশ্নটিৰ উত্তৰ দুই বা তিনিটা পেৰেগ্ৰাফট লিখা। (১০০ ৰ পৰা ১৫০ শব্দৰ ভিতৰত)


1. How did Evelyn hear music?

(ইভলিনে সংগীত কোনেকৈ শুনা পাইছিল?)

Answer: Evelyn specially able girl who lost the capacity of hearing is a master in music. She was spotted by a percussionist Ron Forbes who sees potential of music in Evelyn. He inspired her to take music seriously. He then asked her to sense the music rather than hearing from ear. He motivates her by saying that music can be feel through our sense.

(ইভলিন, বিশেষভাৱে সক্ষম এগৰাকী ছোৱালী যিয়ে নিজৰ শ্ৰৱণ শক্তি হেৰুৱাইছিল তাইৰ সংগতীত বিশেষ পাৰদৰ্শিতা আছিল। তাইৰ সাংগতীক প্ৰতিভাক ৰন ফ'ৰ্বছে তাইক সংগীতিক গুৰুত্ব সহকাৰে লবলৈ অনুপ্ৰণিত কৰিছিল। তেখেতে দুটা ড্ৰাম বেলেগ বেলেগ নোটত টিউন কৰিছিল আৰু তাইক তাৰ পৰা উৎপত্তি হোৱা সংগীতৰ ধ্বনিক কাণেৰে শুনাৰ পৰিৱৰ্তে শৰীৰৰ বিভিন্ন অংগৰে অনুভৱ কৰিছিল। তেওঁ বিভিন্ন কথাৰে তাইক প্ৰেৰণা যোগাইছিল যেনে সংগীতক কাণেৰে শুনাৰ উপৰিও অনুভৱ কৰিব যাৱ।)



      Evelyn was very determined regarding her music. She follows Mr. Ron's instruction on music, then she realized that she could feel the higher drum from the waist up and the lower drum from the waist dawn. She learns how to open her body and mind to sounds and vibration. It was sneer determination and hard work. When she played the xylophone. She could sense the sound passing up the stick into her finger tips. By learning against the drums, She could feel the resonances flowing into her body. When she has to perform on wooden floors, She removes her shoes. The enables her to feel the vibrations through her bare feet. She even feels the music through her hair.

     (নিজৰ সংগীতক লৈ ইভলিন দৃঢ় প্ৰতি প্ৰতিজ্ঞা আছিল। মিষ্টাৰ ৰণে কোৱা সকলোবোৰে কথা তাই আখৰে আখৰে পালন কৰিছিল। তাই বুজি উঠিছিল যে ড্ৰামৰ পৰা ওলোৱা উচ্চ সুৰক তাই কঁকালৰ তলৰ অংশৰে অনুভৱ কৰিব পাৰে। তাই নিজক শৰীৰৰ আৰু মগজুক সংগীতৰ গতি আৰু লহৰত এৰি দিবলৈ শিকিছিল, এইয়া মাথো তাইৰ কষ্ট আৰু সংকল্পৰ বাবে সম্ভৱ হৈছিল। জাইলোফোন বজোৱাৰ সময়ত তাৰ মাৰি কেইডালত উৎপন্ন হোৱা সংগীতক তাই নিজৰ আঙুলি মূৰত অনুভৱ কৰিব পাৰিছিল। ড্ৰামত বজাবলৈ শিকাৰ সময়ত তাৰ পৰা উৎপন্ন হোৱা সংগীতৰ প্ৰতিধ্বনি তাই নিজৰ দেহত অনুভৱ কৰিব পাৰিছিল। কাঠৰ মজিয়াত অনুষ্ঠান পৰিবেশন কৰোতে তাই চেণ্ডেল খুলি লৈছিল। ইয়াৰ জৰিয়তে তাই খালী ভৰিৰে সংগীতৰ ধ্বনিক অনুভৱ কৰিব পাৰিছিল। তাই নিজৰ চুলিৰ জৰিয়তেও সংগীতৰ ধ্বনিক অনুভৱ কৰিব পাৰিছিল।)

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us