Type Here to Get Search Results !

SEBA Class 10 Maths Triangle Exercise 6.3 | দশম শ্ৰেণীৰ গণিত ত্ৰিভূজ অনুশীলনী ৬.৩ All Questions & Answers

SEBA Class 10 Maths Triangle Exercise 6.3 | দশম শ্ৰেণীৰ গণিত ত্ৰিভূজ অনুশীলনী ৬.৩ All Questions & Answers




1. চিত্ৰত দিয়া ত্ৰিভূজবিলাকৰ কোনবিলাক যোৰ সদৃশ উল্লেখ কৰা। উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদৃশ হোৱা ত্ৰিভূজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰা।
(i)


∆ABC 〜 ∆PQR (AAA)
(ii)


∆ABC 〜 ∆PQR (SSS)


(iii)


∆ LMP ≁ ∆ DEF


(iv) 


∆ LMN ≁ ∆ PQR


(v) 



∆ ABC ≁ ∆ DEF


(vi) 

∆ DEF ≁ ∆ PQR



2. চিত্ৰত ∆ ODC 〜 ∆ OBA, ∠BOC = 125॰ আৰু ∠CDO = 70॰। ∠DOC, ∠DCO আৰু ∠OAB নিৰ্ণয় কৰা।

উত্তৰঃ


 দিয়া আছে;
∠BOC = 125॰
∴∠DOC = 55॰ (∵∠DOC + ∠BOC = 180॰)
আৰু ∠CDO = 70॰
আকৌ,  ∠DCO + ∠COD + ∠CDO = 180॰
⇒∠DCO + 55॰ + 70॰ = 180॰
⇒∠DCO = 180॰ - 125॰
⇒∠DCO = 55॰

আকৌ, 
∆COD 〜∆AOB
∴ ∠ DCO = ∠OAB = 55॰


























8. ABCD সামন্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত E এটা বিন্দু আৰু BE ৰেখাই CD ক F বিন্দুত ছেদ কৰে। দেখুওৱা যে ∆ABE 〜 ∆CFB। 






9. চিত্ৰত ABC আৰু AMP দুটা সমকোণী ত্ৰিভূজ। ইহঁতৰ সমকোণ দুটা ক্ৰমে B আৰু M। প্ৰমাণ কৰা যে 一 





10. ∆ABC আৰু ∠EFG ৰ AB আৰু FE বাহুত ক্ৰমে D আৰু H দুটা বিন্দু। CD আৰু GH ক্ৰমে ∠ACB আৰু ∠EGH ৰ সমদ্বিখণ্ডক।
যদি ∆ABC 〜 ∆FEG, দেখুওৱা যে 






11. চিত্ৰত ABC সমদ্বিবাহু ত্ৰিভূজৰ AB = AC আৰু CB ৰ বৰ্ধিত অংশত E এটা বিন্দু। যদি AD⊥AC, তেন্তে প্ৰমাণ কৰা যে ∆ABD〜∆ECF.




12. ABC ত্ৰিভূজৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা AD ৰ লগত PQR ত্ৰিভূজৰ ক্ৰমে দুটা বাহু PQ আৰু QR আৰু মধ্যমা PM সমানুপাতিক। দেখুওৱা যে ∆ABC 〜∆PQR.




13. ABC ত্ৰিভূজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু ∠ADC = ∠BAC. দেখুওৱা যে CA2 = CB.CD.




14. ত্ৰিভূজ ABC ৰ দুটা বাহু AB আৰু AC ৰ মধ্যমা AD আন এটা ত্ৰিভূজ PQR ৰ ক্ৰমে দুটা বাহু বাহু PQ আৰু PR আৰু মধ্যমা PM ৰ লগত সমানুপাতিক। দেখুওৱা যে ∆ABC ~ ∆PQR.


উত্তৰঃ 




15. 6m ওখ এটা উলম্ব খুটাঁৰ ভূমিত হোৱা ছাঁৰ দীঘ 4m আৰু একে সময়তে এটা টাৱাৰৰ ছাঁৰ দীঘ 28m। টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰা।

উত্তৰঃ

∴ টাৱাৰটোৰ উচ্চতা = 42 m


16. ABC আৰু PQR ত্ৰিভূজ দুটাৰ মধ্যমা ক্ৰমে AD আৰু PM। যদি ∆ABC 〜∆PQR, তেন্তে প্ৰমাণ কৰা যে AB/PQ = AD/PM।

উত্তৰঃ 


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us