Type Here to Get Search Results !

SEBA Class 10 Maths Triangle Exercise 6.4 | দশম শ্ৰেণীৰ গণিত ত্ৰিভূজ অনুশীলনী ৬.৪ All Questions & Answers

SEBA Class 10 Maths Triangle Exercise 6.4 | দশম শ্ৰেণীৰ গণিত ত্ৰিভূজ অনুশীলনী ৬.৪ All Questions & Answers





1. ধৰা ∆ ABC 〜∆DEF আৰু সিহঁতৰ কালি ক্ৰমে 64 cm2 আৰু 121cm2। যদি EF = 15.4 cm, BC উলিওৱা।




 2.ABCD ট্ৰেপিজিয়ামৰ AB∥DC আৰু কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে। যদি AB = 2CD, AOB আৰু COD ত্ৰিভূজৰ কালিৰ অনুপাত উলিওৱা।




3. চিত্ৰত, একে ভূমি BC ৰ ওপৰত ABC আৰু DBC দুটা ত্ৰিভূজ। যদি AD য়ে BC ক O বিন্দুত ছেদ কৰে তেন্তে দেখুওৱা যে 





4. যদি দুটা সদৃশ ত্ৰিভূজৰ কালি সমান, প্ৰমাণ কৰা যে সিহঁত সৰ্বসম।




5. ∆ABC ৰ AB, BC আৰু CA বাহুৰ মধ্যবিন্দু ক্ৰমে D, E আৰু F।∆DEF আৰু ∆ABC ৰ কালিৰ অনুপাত উলিওৱা।





6. প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভূজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান।




শুদ্ধ উত্তৰটোত চিন দিয়া আৰু যুক্তি দিয়া।
8. ABC আৰু BDE দুটা সমবাহু ত্ৰিভূজ আৰু BC বাহুৰ মধ্যবিন্দু D। ABC আৰু BDE ত্ৰিভূজ দুটাৰ কালিৰ অনুপাত হ'ব 
(A) 2 : 1        (B) 1 : 2        (C) 4 : 1        (D) 1 : 4

উত্তৰঃ 4 : 1


9. দুটা সদৃশ ত্ৰিভূজৰ বাহুৰ অনুপাত 4 : 9। এই ত্ৰিভূজ দুটাৰ কালিৰ অনুপাত হ'ল
(A) 2 : 3        (B) 4 : 9        (C) 81 : 16        (D) 16 : 81

উত্তৰঃ 16 : 81

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us