Type Here to Get Search Results !

SEBA Class 10 Maths Circle-related ink Exercise 12.3 | দশম শ্ৰেণীৰ গণিত বৃত্ত সমন্ধীয় কালি অনুশীলনী ১২.৩ All Questions & Answers

SEBA Class 10 Maths Circle-related ink Exercise 12.3 | দশম শ্ৰেণীৰ গণিত বৃত্ত সমন্ধীয় কালি অনুশীলনী ১২.৩ All Questions & Answers



প্রশ্ন 1. আচ্ছাদিত অঞ্চলটোৰ কালি উলিওৱা, যদি PQ = 24 ছে.মি., PR = 7ছেমি. আৰু বৃত্তটোৰ কেন্দ্ৰ O !



প্রশ্ন 2. আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা যদি 0 কেন্দ্ৰযুক্ত ঐককেন্দ্রিক বৃত্ত দুটাৰ ব্যাসার্ধ ক্ৰমে 7 ছেমি. আৰু 14 ছেমি..আৰু <AOC= 40°



প্রশ্ন 3. আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা, যদি 14 ছেমি. বাহুৰ ABCD এটা বৰ্গক্ষেত্ৰ আৰু APD আৰু BPC অর্ধবৃত্ত হয় ।



প্রশ্ন 4. আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা যত 12 ছেমি. বাহুৰ এটা সমবাহু ত্রিভুজৰ শীর্ষবিন্দু O-ক কেন্দ্ৰ হিচাবে ধৰি 6 ছেমি. ব্যাসাৰ্ধৰ এটা বৃত্তীয় চাপ আঁকা হৈছে।



প্রশ্ন 5. দেখুওৱাৰ দৰে 4 ছেমি. বাহুৰ এটা বৰ্গক্ষেত্ৰৰ প্ৰতিটো চুকৰ পৰা 1 ছেমি. ব্যাসাৰ্ধৰ এটা বৃত্তৰ এটা চোক্‌ কাটি লোৱা হৈছে আৰু 2 ছেমি. ব্যাসৰ এটা বৃত্তও কাটি লোৱা হৈছে। বৰ্গক্ষেত্ৰটোৰ অৱশিষ্ট অংশৰ কালি নিৰ্ণয় কৰা।


প্রশ্ন 6. দেখুওৱাৰ দৰে 32 ছেমি. ব্যাসাৰ্ধৰ এখন বৃত্তীয় টেবুলকভাৰৰ মাজত ABC এটা সমবাহু ত্রিভুজ এৰি এটা নক্সা তৈয়াৰ কৰা হৈছে। নক্সাটোৰ কালি নিৰ্ণয় কৰা।



প্রশ্ন 7. 14 ছেমি. বাহুৰ ABCD এটা বৰ্গক্ষেত্র। A, B, C আৰু D কেন্দ্ৰযুক্ত চাৰিটা বৃত্ত অঁকা হ’ল যাতে প্ৰতিটো বৃত্তই বাকী থকা তিনিটা বৃত্তৰ দুটাক বহিঃভাবে স্পৰ্শ কৰে। আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা ।


প্রশ্ন ৪. এটা বৃত্তৰ (O কেন্দ্ৰযুক্ত) AB আৰু CD ব্যাস দুডাল পৰস্পৰ লম্ব আৰু OD হ'ল সৰু বৃত্তটোৰ ব্যাস। যদি OA = 7 ছেমি., তেন্তে আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা ৷

প্রশ্ন 9. এখন বর্গাকাৰ ৰুমালত প্ৰতিটো 7 ছেমি. ব্যাসাৰ্ধৰ নটা বৃত্তীয় নক্সা আঁকা হ'ল। ৰুমালখনৰ বাকী থকা অংশৰ কালি নিৰ্ণয় কৰা ।

প্রশ্ন 10. কেন্দ্ৰ O আৰু ব্যাসার্ধ 3-5 ছে.মি.যুক্ত এটা বৃত্তৰ OACB এটা চোক্‌। যদি OD = 2 ছেমি. তেন্তে 
(i) OACB চোক, (ii) আচ্ছাদিত অংশৰ কালি নিৰ্ণয় কৰা ।


প্রশ্ন 11. এটা বৃত্তৰ চোক্‌ OPBQ-ত OABC এটা বৰ্গক্ষেত্র অংকন কৰা হ'ল। যদি OA = 20 ছেমি., তেন্তে আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা। (ব্যৱহাৰ কৰা π = 3-14)


প্রশ্ন 12. কেন্দ্ৰ O আৰু ব্যাসার্ধ 21 ছেমি. আৰু 7 ছেমি. ঐককেন্দ্ৰিক বৃত্ত দুটাৰ ক্ৰমে AB আৰু CD দুটা চাপ । যদি <AOB = 30°, তেন্তে আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা ৷




প্রশ্ন 13. 14 ছেমি. ব্যাসাৰ্ধৰ এটা বৃত্তৰ ABC এটা চোক্‌ আৰু BC-ক ব্যাস হিচাপে লৈ এটা অর্ধবৃত্ত অঁকা হ'ল। আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা।




প্রশ্ন 14. প্ৰতিটো 8 ছেমি. ব্যাসার্ধ বৃত্তৰ দুটা চোকৰ মাজত উমৈহতীয়া নক্সা থকা অঞ্চলটোৰ কালি নিৰ্ণয় কৰা।




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us