Type Here to Get Search Results !

SEBA Class 10 Maths Circle-related ink Exercise 12.2 | দশম শ্ৰেণীৰ গণিত বৃত্ত সমন্ধীয় কালি অনুশীলনী ১২.২ All Questions & Answers

SEBA Class 10 Maths Circle-related ink Exercise 12.2 | দশম শ্ৰেণীৰ গণিত বৃত্ত সমন্ধীয় কালি অনুশীলনী ১২.২ All Questions & Answers





প্রশ্ন 1. 6 ছেমি ব্যাসার্ধযুক্ত এটা বৃত্তৰ এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা, যদি বৃত্তকলাটোৰ কোণ 60° হয় !





প্রশ্ন 2. 22 ছেমি. পৰিধিযুক্ত এটা বৃত্তৰ এটা চোকৰ কালি নিৰ্ণয় কৰা।





প্রশ্ন 3. এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 ছেমি.। 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি নিৰ্ণয় কৰা।





প্রশ্ন 4. 10 ছেমি. ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জ্যাই কেন্দ্ৰত এটা সমকোণ কৰে। অনুৰূপ (i) গৌণ বৃত্তখণ্ড (ii) মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰা। (ব্যৱহাৰ কৰা π = 3.14)



প্রশ্ন 5. 21 ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত এটা 60°-ৰ কোণ কৰে। নিৰ্ণয় কৰা :
 (i) চাপটোৰ দৈৰ্ঘ্য। (ii) চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি (iii) অনুৰূপ জ্যাডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি 




প্রশ্ন 6. 15 ছেমি. ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জ্যাই কেন্দ্ৰত এটা 60°-ৰ কোণ কৰে। বৃত্তটোৰ অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডবোৰৰ কালি নিৰ্ণয় কৰা। (ব্যৱহাৰ কৰা π = 3.14 আৰু √3 = 1.73 )




প্রশ্ন 7. 12 ছেমি ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জ্যাই কেন্দ্ৰত এটা 120°-ৰ কোণ কৰে। বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰা। (ব্যৱহাৰ কৰা π = 3.14 আৰু √3=1-73)



প্রশ্ন 8. 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰাকাৰ ঘাঁহনি পথাৰৰ এটা চুকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা হৈছে।
(i) ঘোঁৰাটো য'ত চৰিব পাৰে পথাৰখনৰ সেই অংশটোৰ কালি নিৰ্ণয় কৰা।
(ii) যদি ৰছীডাল 5 মিটাৰৰ সলনি 10 মিটাৰ দীঘল হয়, চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা।(ব্যৱহাৰ কৰা π = 3.14)



প্রশ্ন 9. 35 মি.মি. ব্যাসযুক্ত এটা বৃত্তৰ আকাৰৰ এটা ব্ৰোচপিন ৰূপৰ তাঁৰেৰে তৈয়াৰ কৰা হৈছে। আকৌ, তাঁৰডাল 5 ডাল ব্যাস হোৱাকৈ ব্যৱহাৰ কৰা হৈছে আৰু এই ব্যাসবোৰে বৃত্তটোক 10টা সমান বৃত্তকলাত ভাগ কৰিছে।
(i) প্রয়োজন হোৱা ৰূপৰ তাঁৰৰ দৈৰ্ঘ্য নির্ণয় কৰা
(ii) ব্ৰোচপিনটোৰ প্ৰতিটো বৃত্তকলাৰ কালি নিৰ্ণয় কৰা।

 


প্রশ্ন 10. এটা ছাতিৰ সমান ব্যৱধানত থকাকৈ ৪ডাল ৰিব আছে। ছাতিটোক 45 ছেমি. ব্যাসাৰ্ধৰ এটা সমান বৃত্ত হ'ব বুলি ধৰি লৈ, ছাতিটোৰ দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি নিৰ্ণয় কৰা ।



প্রশ্ন 11. এখন গাড়ীৰ ওপৰা-উপৰিকৈ লাগি নথকাকৈ দুডাল ৱাইপাৰ (Wiper) আছে। 115°-ৰ এটা কোণেৰে ঘূৰি থকা প্ৰতিডাল বাইপাৰৰ 25 ছেমি. দৈৰ্ঘ্যৰ এখন ব্লেড আছে। ব্লেডবোৰৰ প্ৰতিটো ঘূৰণত পৰিষ্কাৰ হোৱা মুঠ অংশৰ কালি নিৰ্ণয় কৰা।




প্রশ্ন 12. পানীৰ তলত থকা শিলবোৰৰ বাবে জাহাজবোৰক সতৰ্ক কৰি দিবলৈ, এটা লাইট্‌হাউচে ৰঙা বৰণীয়া পোহৰ 16.5 কি.মি দূৰত্বলৈ 80° কোণৰ এটা বৃত্তকলাৰ ওপৰত বিয়পায়। সাগৰৰ যি অঞ্চলৰ ওপৰত জাহাজবোৰ সতৰ্ক কৰি দিয়া হয় সেই অংশৰ কালি নিৰ্ণয় কৰা। (ব্যৱহাৰ কৰা π = 3.14)




প্রশ্ন 13. এখন ঘূৰণীয়া টেবুল কভাৰৰ ছয়টা সমান নক্সা আছে। যদি কভাৰটোৰ ব্যাসার্ধ 28 ছেমি. হয়, তেন্তে প্রতি ছেমি.2-ত 0-35 টকা হাৰত নক্সাবোৰ তৈয়াৰ কৰাৰ খৰচ নিৰ্ণয় কৰা। (ব্যৱহাৰ কৰা √3 = 1.7 )



প্রশ্ন 14. 4cm ব্যাসার্ধযুক্ত বৃত্ত এটাৰ 30° কোণৰ এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা। লগতে অনুৰূপ মুখ্য বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা। (π = 3.14 বুলি ধৰিবা)




প্রশ্ন 15. বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰীমাপ 1, বৃত্তকণাটোৰ কালি হ'ল —



প্রশ্ন 16. বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ 0। বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য :



প্রশ্ন 17. শুদ্ধ উত্তৰত চিন দিয়া :
R ব্যাসার্ধ যুক্ত এটা বৃত্তৰ p (ডিগ্ৰীত) কোণৰ এটা বৃত্তকলাৰ কালি হ'ল-


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us