Type Here to Get Search Results !

Class 10 General Science Chapter 2 এছিড, ক্ষৰক আৰু লৱণ Questions & Answers

 Class 10 General Science Chapter 2 এছিড, ক্ষৰক আৰু লৱণ Questions & Answers

1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত খোৱা নহয় কিয়?

উত্তৰঃ দৈ গাখীৰত লেকটিক এছিড থাকে।আনহাটে, টেঙা খাদ্যবস্তুটো এচিড থাকে। আমি জানো যে সকলেবোৰ এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুৰ লৱণ আৰু পানী উৎপন্ন কৰে।পিতল আৰু তামৰ পাত্ৰৰ লগত এইবোৰ দ্ৰৱ্যৰ ব্ৰিক্ৰিয়া ঘটে।ফলত ইয়াৰ সোৱাদ বেয়া হয়।গতিকে দৈ আৰু টেঙা খাদ্যবস্ত্ত পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয়।

2. এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয় এইটো উদাহৰণসহ বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা?

উত্তৰঃ এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে হাইড্রজেন (H2) গেছ উৎপন্ন হয়।

উদাহৰণস্বৰূপে জিং কৰ (Zn) লগত লঘু ছালফি-উৰিক এছিডৰ লগত বিক্রিয়া ঘটি জিংক ছালফেট লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়।

Zn(s) + H2 SO 4 (aq) → Zn s04 (aq) + H 2 (g)

যদি এখন ডবলি থকা কাগজ উৎপন্ন হোৱা গেছটোৰ ওচৰলৈ নিয়া হয়, তেতিয়া গেছটো ডবলি উঠিব। হাইড্রজেন গেছ নিজে দাহ্য। গতিকে উৎপন্ন হোৱা গেছটো হাইড্রজেন হ'ব।

3. এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্লৰিক এছিডেৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে।উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা নুমুৱায়।বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইত হ’লে বিক্ৰিয়াৰ বাবে সন্ত্তলিত সমীকৰণটো লিখা।

উত্তৰ: কেলছিয়াম কার্বনেটে লঘু হাইড্ৰকল্পৰিক এছিডেৰে বিক্ৰিয়া কৰি কেলছিয়াম ক্লাইড উৎপন্ন কৰে। গতিকে ধাতৱ যৌগ A হ'ব কেলছিয়াম কার্বনেট।

ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলিত সমীকৰণটো হ'ল-

Cac03 + dil 2hcl => CaCl2 + H2O

প্ৰশ্নাৱলীঃ

1. জলীৱ দ্রৱত Hcl, HNO3 ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্ত্ত এলকহল আৰু গ্লুক'ডাৰ দৰে যৌগৰ দ্রৱই আম্লিক ধৰ্ম নেদেখুৱায়?

উত্তৰ: Hcl, HNO3 যে পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰনিয়াম H3O + H+ আয়ন প্রস্ত্তত কৰে। H3O+ বা H+ আয়নৰ বাবে জলীয় দ্রৱ আম্লিক হয়। কিন্ত্ত এলকহল | আৰু ব্লুক'জৰ দ্রৱই H3O+ বা H+ আয়ন প্রস্ত্তত নকৰে। গতিকে ইহঁতে আম্লিক ধর্ম নেদেখুৱায়। 

2. এছিড এটাই জলীয় দ্রৱই কিয় বিদ্যুৎ পৰিৱহণ কৰে?

উত্তৰঃ এছিডে পানীৰ লগত বিক্ৰিয়া কৰি H3O + বা H+ আয়ন প্রস্ত্তত কৰে। এই আয়নৰ উপস্থিতিৰ বাবে এছিডৰ জলীয় দ্রৱই বিদ্যুৎ চৈলিত কৰে ।

3. শুকান Hcl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়?

উত্তৰ: শুকান Hcl গেছে কোনো H+ আয়ন উৎপন্ন নকৰে। জলীয় দ্রৱত H+ বা H30+ আয়নৰ উপস্থিতিয়ে লিটমাছ কাগজৰ ৰঙ পৰিৱৰ্তন ঘটায়। আয়নৰ অনুপস্থিতিৰ বাবে শুকান Hcl গেছে লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়।

4. এছিড এটা লঘু কৰোতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্ত্ত পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়।

উত্তৰঃ পানী এছিডত যোগ কৰাৰ ফলত যথেষ্ট তাপৰ উদ্ভৱ হয়।যাৰ ফত পানীৰ বাষ্পীভৱন ঘটে আৰু বিস্ফোৰণৰ সৃষ্টি হয়।গতিকে এছিড লঘু কৰোঁতে পানী এছিডত যোগ কৰিবলৈ কোৱা নহয়।

5. এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্রনিয়াম আয়ন (H3O) ৰ গাঢ়তা কিদৰে পৰিবৰ্তন হয়?

উত্তৰঃ এছিডৰ দ্রৱ এটা লঘু কৰোঁতে এছিডৰ প্ৰতি একক আয়তনত H3O+ আয়নৰ গাঢ়তা কমি যায়। অর্থাৎ এছিডটো আৰু লঘু হৈ পৰে।

6. ছ'ডিয়াম হাইড্র’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্রক্সাইড আয়ন (OH) ৰ গাঢ়তা বৰ্ধিত হয়। অর্থাৎ অধিক গাঢ় হয়।

উত্তৰঃ ছ'ডিয়াম হাইড্রক্সাইডৰ দ্রৱ এটাত অধিক ক্ষাৰক দ্রৱীভূত কৰিলে হাইড্রক্সাইড আয়ন (OH) ৰ গাঢ়তা বর্ধিত হয়। অর্থাৎ অধিক গাঢ় হয়।




প্ৰশ্নাৱলীঃ

1. তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে। দ্ৰৱ A ৰ PH ৰ মান 6 আৰু দ্ৰৱ Bৰ pHৰ মান ৪।কোনটো দ্ৰৱত হাইড্ৰ'জেন আয়নৰ গাঢ়তা বেছি। কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

উত্তৰঃ দ্ৰৱ A ৰ pH ৰ স্থান 6। গতিকে দলটো আম্লিক। দ্ৰৱ Bৰ PH ৰ মান পানীতকৈ বেছি। গতিকে দ্রৱটো ক্ষাৰকীয়। আম্লিক দ্ৰৱ অর্থাৎ দ্রৱ A ৰ হাইড্রজেন আয়নৰ গাঢ়তা বেছি।

2. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ (aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে? 

উত্তৰঃ দ্ৰৱ এটাৰ H' আয়নৰ গাঢ়তা বেছি হ'লে দ্রৱটোৰ আম্লিক ধৰ্মত বৃদ্ধি পায়। গতিকে দ্রৱটোৰ প্ৰকৃতি ওপৰত H+ (aq) আয়নৰ গাঢ়তাৰ বৰ্ধিত প্ৰভাৱ থাকে ।

3. ক্ষাৰকীয় দ্ৰৱত H+ (aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয়?

উত্তৰঃ ক্ষাৰকীয় দ্রবত H আয়ন থাকিব পাৰে। কিন্ত্ত এই আয়নৰ প্ৰতি একক আয়তনৰ পৰিমাণ ভাত থকা OH আয়নৰ পৰিমাণতকৈ বহুত কম থাকে। সেইবাবে এনে দ্রবত H+ আয়ন থকা স্বত্তেও ক্ষাৰকীয় ধৰ্মৰ হয়।

4. মাটিত কি অৱস্থাত কৃষক এজনে পোৱা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলত চূণ (কেলছিয়াম হাইড্ৰক্সাড) বা চক (কেলছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব তোমালোকে ভাবা।

উত্তৰঃ পোৰা চূণ (কেলছিয়াম অক্সাইড)বা শিলিথত চূণ (কেলছিয়াম অক্সাইড)বা চক (কেলছিয়াম কাৰ্বনেট)এই তিনিওবিধ যৌগই ক্ষাৰকীয়।ক্ষাৰে মাটিৰ অম্লতা কমাই মাটিখিনি উদাসীন কৰে যাৰ ফলত খেতিৰ অনিষ্ট নহয়।গতিকে যেতিয়া মাটিৰ অম্লতা বাঢ়ে, তেতিয়াই কৃষকে মাটিত পোৰা চূণ বা শিথিলত চূণ বা চক প্ৰয়োগ কৰে।

প্ৰশ্নাৱলীঃ

3. কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম লিখা।

উত্তৰঃ ছ’ডিয়াম কাৰ্ব’নেট বা ৱাছিং ছ’ডা।

4. ছ’ডিয়াম হাইড্ৰকাৰ্বনেটৰ দ্ৰৱ এটা উৎপন্ন কৰিলে কি হয়? বিক্ৰিয়াৰ সমীকৰণটো দিয়া।উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’কাৰ্বনেট উত্তপ্ত কৰিলে ছডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়।

  বিক্ৰিয়াৰ সমীকৰণটো হ’ল-

7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্ত্ত বৰষুণৰ পানীয়ে কৰে কিয়?

উত্তৰঃ পাতিত পানীত কোনো আম্ল বা ক্ষাৰ দ্ৰৱীভঊত হৈ নাথাকে।গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’বলৈ কোনো আয়নৰ সৃষ্টি নহয়।কিন্ত্ত বৰষুণৰ পানীত থকা অম্লৰ আয়ন মুক্ত হৈ তাৰ মাজেৰে বিদ্যুৎ চালিত হয়। গতিকে বৰযুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে।

8. পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?

উত্তৰঃ পানীৰ অনুপস্থিতিত এছিডে হাইড্ৰ’জেন আয়ন উৎপন্ন কৰিব নোৱাৰে।গতিকে পানীৰ অনুপস্থিতিত এছিডে এছিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে।


class 10 General Science question answer seba class 10 seba General Science answers class 10 General Science seba seba class 10 General Science seba class 10 General Science notes General Science class 10 seba seba General Science class 10 seba class 10 General Science book pdf class 10 General Science notes seba seba class 10 General Science book seba class 10 General Science book english medium class 10 General Science book seba seba class 10 General Science syllabus seba General Science book class 1 seba class 10 General Science solution seba General Science class 10 solutions seba solutions for class 10 General Science seba solutions for class 10 General Science history class 10 seba General Science book class 10 seba General Science notes class 10 General Science syllabus seba seba class 10 General Science guide seba class 10 General Science notes pdf seba General Science class 10 history General Science class 10 ncert solutions seba General Science class 10 seba assamese General Science class 10 seba question paper class 10 seba General Science books class 10 General Science notes for seba ncert solutions for class 10 General Science seba seba board class 10 General Science book seba book of class 10 General Science seba book of class 10 General Science in pdf seba class 10 General Science mcq seba economics General Science chapter 2 class 10 seba General Science notes class 10 General Science class 10 of seba General Science class 10 seba board General Science for class 10 seba history answers General Science of class 10 seba question answer General Science text book class 10 ncert seba syllabus of General Science class 10 of seba syllabus of General Science class 10 seba

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us