Type Here to Get Search Results !

Class 10 English Chapter 10 Poem: For Anne Gregory Question and Answer

For Anne Gregory Question and Answer

William Butler Yeats

Summary
The poem is basically a conversation between the poet, yeats and a young girl named Anne Gregory. The poet tells her that if she finds a young boy who becomes sad because of rejection, it does not mean that he was true lover. He called have been in love with her because of her beautiful yellow hair. This means that the boy might be in love with her because of her attractive looks. He says that a true lover will be the one who will love her for her inner qualities & not her looks. To this, Anne says that she will change her looks by dying her hair into some other colour. She will become less attractive and then may be she will find a true love for herself. So at last he explains to her that the previous night, he had heard come religious man saying that only God loves us for what we are, means God loves us for our inner beauty not for our looks.
কবিতাটোত কবি ইয়টছ্ আৰু এনি গ্ৰেগৰিৰ মাজৰ কথোপকথন দাঙি ধৰা হৈছে।কবিয়ে কৈছে যদি কোনো ডেকা ল’ৰাই তাই প্ৰমেৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে দুখ কৰে তেনেহ’লে সেয়া সঁচা প্ৰেম হ’ব নোৱাৰে।তেনেহ’লে জানিব লাগিব ল’ৰাজনে তাইক মাত্ৰ তাইৰ ধুনীয়া চুলিখিনি তথা সৌন্দৰ্য্যৰ বাবেহে তাইক ভাল পাইছে।কবিয়ে কৈছে সঁচা প্ৰেমিকে কেতিয়াওঁ বাহ্যিক সৌন্দৰ্য্যক গুৰুত্ব নিদিয়ে বৰং আভ্যন্তৰীণ সৌন্দৰ্য্যৰ বাবেহে ভাল পোৱা প্ৰকাশ কৰে।সেইবাবে এনি গ্ৰেগৰীয়া কৈছে যে তাই নিজৰ চুলিখিনৰক ৰং সলনি কৰি পেলাব যাতে তাই সৌন্দৰ্য্য হ্ৰাস পাই আৰু তাই সঁচা প্ৰেম বিচাৰি পাই।শেষত কবিয়ে কৈছে যে তেওঁ শেষ নিশা কাৰোবা মুখত কোৱা শুনিছে যে মাথো ভগৱানেহে মানুহক ব্যক্তিত্বৰ কাৰণে ভাল পায়,ভগৱানে কেতিয়াওঁ সৌন্দৰ্য্যক গুৰুত্ব নিদিয়ে।

1. What does the young man mean by” great honey-coloured /Ramparts at your ear”? Why does hr say the young men are “thrown into despair” by them?
বক্তাজনে ‘কাণৰ কাষত পৰি থকা হালধীয়া চুলি’ ইয়াৰ জৰিয়তে কি কব বিচাৰিছে? সি কিয় কৈছে যে ডেকা ল’ৰাবোৰ হতাশাত ভাগি পৰে?
Answer: The young man praises the woman In the poem. Annes honey coloured hair have been called rampart, meaning a wall. Because they act as a wall, as they prevent young man from looking beyond those yellow hair and into her soul. She is so pretty that everyone wants her, which can not happen; hence they are thrawn into despair.
ডেকা ল’ৰাজনে কবিতাটোত ছোৱালীজনীক প্ৰশংসা কৰিছে।এনিৰ মৌৰ দৰে সোণালী ৰহ চুলিখিনিয়ে ল’ৰাবোৰক বিপাঙত পেলাই।তাইৰ চুলিখিনিয়ে দেৱালৰ দৰে বাধা সৃষ্টি কৰে আৰু সিহঁতে তাইৰ ধুনীয়া মুখখন চোৱাৰ পৰা বঞ্চিত হয়।তাই দেখিবলৈ ধুনীয়া হয় আৰু সেয়ে সকলোৱে পোৱাৰ হাবিয়াস কৰে কিন্ত্ত পিছত বঞ্চিত হয়।

2. What colour is the young woman’s hair? What does she say she can changed it to? Why would she want to do so?
ছোৱালীজনীৰ চুলিৰ কি ৰঙ হয়? তাই কি সলনি কৰাৰ কথা কৈছে? তাই কি্য় এনে কৰিব বিচাৰিছে?
Answer: Anne has yellow colour hair like the colour honey. She can changed its colour to black, brown as carrot whenever she wants. She says so to show that auter beauty is changeable but not the inner beauty. She wants young men to look into her soul and inner beauty.
এনিৰ মৌৰ দৰে সোণালী ৰঙ চুলি আছে।তাই ইয়াত ৰঙ সলনি কৰি ক’লা, মাটিয়া অথবা গাজৰ ৰঙী কৰিব বিচাৰিছে।কিয়নো তাই বাহ্যিক সৌন্দ্যৰ্যতকৈ মনৰ সুন্দৰতাকহে বিশ্বাস কৰে।তাই বিচাৰে তাইক যাতে আভ্যন্তৰীণ সৌন্দৰ্য্যৰ কাৰণে মানুহে ভাল পায়।

3. Objects have qualities which make them desirable to others. Can you think of some objects (a car. A phone, a dress…) and say what qualities make one object more desirable than another?
প্ৰত্যকে বস্ত্তৰে আনক আকৰ্ষণ কৰিব পৰা বিশেষ গুণ আছে।তুমি তেনে কিছুমান বস্ত্তৰ নাম আৰু ইয়াৰ আকৰ্ষিত গুণবোৰ লিখা।
Answer: Every different things have different qualities in our like that make it desirable to others. Here is a list of objects that make it desirable to others

Object (সামগ্ৰী)Qualities (গুণ)
CarColour, speed, fuel consumption, brand
গাড়ীৰঙ,গতি,তেল
PhoneUserfriendly, Prile, technology, memory
ফোনদাম
DressPattern, colour, material, fit
বস্ত্ৰৰঙ,ডিজাইন

4. What about people? Do we love others because we like their qualities whether physical or mental? Or is it possible to love someone “for themselves alone”? Are some people ‘more lovable’ than others? Discuss this question in pairs or in groups, considering points like the following.
মানুহে আনক কিছু গুণৰ বাবে ভাল পায়নে নে বাহ্যিক অথবা আভ্যন্তৰণীৰ গুণৰ বাবে ভাল পায়? তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰবোৰ আলোচনা কৰা।
(i) a parent or caregiver’s love for a newborn baby, for a mentally or physically challenged child, for a clever child or a prodigy
মাক দেউতাকৰ নতুন সন্তানৰ প্ৰতি মৰম, শাৰীৰিকভাৱে প্ৰতিবন্ধ থকা সন্তান আৰু সাধাৰণ শিশুৰ প্ৰতি মৰম কেনে ধৰণৰ হয়?
(ii) the public’s love for a film star, a sportsperson , a politician, o a social worker
জনসাধাৰণৰ অভিনেতা, খেলুৱৈ, তথা, ৰাজনীতিবিদ, তথা সমাজ কৰ্মী প্ৰতি থকা মৰম।
(iii) your love for a friend, or brother or sister
বন্ধু, ভাতৃ অথবা ভগ্নীৰ প্ৰতি থকা তোমাৰ মৰম।
(iv) your love for a pet, and the pet’s love for you.
নিজ পোহনীয়া জন্ত্তৰ প্ৰতি তোমাৰ মৰম আৰু সিহঁতৰ তোমাৰ প্ৰতি থকা মৰম
Answer: Every people have their own perspective whether in care of love or other things. AS humans we all have our personal favourites based on our perception & situation in like. Therefore, it is not wrong to like some person more than others.
(i) A parent or caregiver’s love for a newborn baby for a mentally or physically challenged child, for a clever child or a prodigy reflects their attentiveness & concern for them.
মাক দেউতাকৰ সন্তানৰ প্ৰতি মৰম তেওঁলোকৰ আচাৰ ব্যৱহাৰত প্ৰতিফলিত হয়।
(ii) The public’s love for a film star, a sportsperson, a politician or a social worker reflects our admiration and being awestruck about their personality.
জনসাধাৰণ অভিনেতা, ৰাজনীতিবিদ আদিক তেওঁলোক আদৰ্শৰ বাবে ভাল পায়।
(iii) Your love for a friend or brother or sister reflects your love, compassion, empathy and a feeling of togetherness for them.
নিজ বন্ধু, ভাতৃ তথা ভগ্নীৰ বাবে থকা মৰমবোৰ সিহঁতৰ লগত কৰা বিভিন্ন আচৰণ যেনে দয়া, সহনশীলতা আদিৰ জৰিয়তে প্ৰতিফলিত হয়
(Iv) Your love for a pet, and the pet’s love for you reflects the unconditional and selfless love towards each other.
পোহনীয়া জীৱ জন্ত্ৰ লগত সদায় নিস্বাৰ্থ ভাৱে মৰম আদান প্ৰদান কৰা হয়।

Object (সামগ্ৰী) Qualities (গুণ)

Car Colour, speed, fuel consumption, brand

গাড়ী ৰঙ,গতি,তেল

Phone Userfriendly, Prile, technology, memory

ফোন দাম

Dress Pattern, colour, material, fit

বস্ত্ৰ ৰঙ,ডিজাইন

class 10 English question answer seba class 10 seba English answers class 10 English seba seba class 10 English seba class 10 English notes English class 10 seba seba English class 10 seba class 10 English book pdf class 10 English notes seba seba class 10 English book seba class 10 English book english medium class 10 English book seba seba class 10 English syllabus seba English book class 1 seba class 10 English solution seba English class 10 solutions seba solutions for class 10 English seba solutions for class 10 English history class 10 seba English book class 10 seba English notes class 10 English syllabus seba seba class 10 English guide seba class 10 English notes pdf seba English class 10 history English class 10 ncert solutions seba English class 10 seba assamese English class 10 seba question paper class 10 seba English books class 10 English notes for seba ncert solutions for class 10 English seba seba board class 10 English book seba book of class 10 English seba book of class 10 English in pdf seba class 10 English mcq seba economics English chapter 2 class 10 seba English notes class 10 English class 10 of seba English class 10 seba board English for class 10 seba history answers English of class 10 seba question answer English text book class 10 ncert seba syllabus of English class 10 of seba syllabus of English class 10 seba

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us