ইন্দিৰা গান্ধীক মানুহে কি কি নামেৰে মাতিছিল।What were the names people called Indira Gandhi?
প্ৰশ্ন: ইন্দিৰা গান্ধীক মানুহে কি কি নামেৰে মাতিছিল ?
Question: What were the names people called Indira Gandhi?
উত্তৰ:
- প্ৰিয়াদৰ্শিনী
- মাদাৰ ইণ্ডিয়া
- আইৰণ লেডী অফ ইণ্ডিয়া
- দুৰ্গা
Answer:
- Priyadarshini
- Mother India
- Iron lady of India
- Durga