Type Here to Get Search Results !

Class 9 বৈচিত্ৰময় অসম Chapter 11: ডিমাছাৰসকল All Questions & Answers

Class 9 বৈচিত্ৰময় অসম Chapter 11: ডিমাছাৰসকল All Questions & Answers


ডিমাছাসকল


১। ডিমাছাসকল প্ৰধানতঃ কেইটা বংশত বিভক্ত ?

উত্তৰঃ ডিমাছাসকল প্ৰধানতঃ ৪০ টা অংশত বিভক্ত ।


২। ডিমাছা ভাষাৰ অসমৰ আন কোন ভাষাৰ সৈতে মিল থকা দেখা যায় ?

উত্তৰঃ ডিমাছা ভাষাৰ অসমৰ আন বড়ো ভাষাৰ সৈতে মিল থকা দেখা যায়।


৩। ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি?

উত্তৰঃ ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম হ'ল বিছু ডিমা ।


৪। ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধাৰণতে কি হয়?

উত্তৰঃ ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধাৰণতে 'চা' হয় ।


৫। ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম লিখা ।

উত্তৰঃ ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম হ'লঃ লাংথাচা, ডিফুচা, গাৰ্লোচা, হোজাইচা, মাইবংচা আদি ।  


Also read

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us