Type Here to Get Search Results !

SEBA Class 9 English Lesson - 12: A Visit to Kaziranga and Sivasagar Question and Answer

SEBA Class 9 English Lesson - 12: A Visit to Kaziranga and Sivasagar Question and Answer


A Visit to Kaziranga and Sivasagar


Thinking about the Text

 I. Choose the right answer: (শুদ্ধ উত্তৰ বাছি উলিওৱা)

(i) When something is conserved, it is preserved/ destroyed

Answer: When something is conserved, it is preserved.

(কোনো সামগ্ৰী সংৰক্ষণ কৰা অৰ্থ হ’ল তাক সযতনে ৰখা)


(ii) Herbivorous animals eat flesh/ grass

Answer: Herbivorous animals eat grass.

(তৃণভোজী  প্ৰাণীয়ে ঘাঁহ খায়)


(iii) When you excavate, you dig out/ cover up something.

Answer: When you excavate, you dig out something.

(খনন কৰা অৰ্থ হ’ল খান্দি উলিওৱা)


(iv) When you visit a historical site, you see new/ old monuments.

Answer: When you visit a historical site, you see old monuments.

(কোনো ঐতিহাসিক ঠাই ভ্ৰমণ কৰিলে আমি পুৰণি স্মৃতিচিহ্ন সমূহ দেখিবলৈ পাওঁ)


(v) When you play an indigenous game, it is a foreign/local game.

Answer: When you play an indigenous game, it is a local game 

(কোনো জনজাতীয় খেল খেলাৰ অৰ্থ হ’ল থলুৱা খেল খেলা)


 II. Answer these questions in one or two short sentences:

(এটা বা দুটা বাক্যত উত্তৰ দিয়া)

1. Why did the children wake up early in the morning? 

(ল’ৰা ছোৱালীবোৰ কিয় শুনকালে শুই উঠিছিল?)

Answer: The children wake up early in the morning because they were too excited to sleep. 

(ল’ৰা ছোৱালীবোৰ যথেষ্ট আগ্ৰহী হৈ আছিল সেইবাবে তেওঁলোক শুনকালি শুই উঠিছিল)


2. Why is Assam unique? (অসম কিয় অন্যান্য?)

Answer: Assam is unique with land with tea gardens, ancient temples, national parks, historical monuments etc.

(অসমত অনেক চাহ-বাগিছা,পুৰণি মঠ মন্দিৰ,ৰাষ্ট্ৰীয় উদ্যান আদি আছে যিয়ে অসমক অনন্য ৰূপ প্ৰদান কৰিছে)


3. What is a national park? (ৰাষ্ট্ৰীয় উদ্যান মানে কি?)

Answer: A national park is a park that is used for conservation purposes.

(যিসমূহ উদ্যান সংৰক্ষণৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়, তাকেই ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়)


4. When was Kaziranga designated a National Park? 

(কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ আখ্যা দিয়া হয়?)

Answer: Kaziranga was designated National Park in 1985.

(কাজিৰঙাক ১৯৮৫ চনত ৰাষ্ট্ৰীয় উদ্যানৰ আখ্যা দিয়া হয়)


5.What is the full form of the UNESCO? 

(UNESCOৰ সম্পূৰ্ণ ৰূপ কি)

Answer: Full form of the UNESCO is United Nations Educational, Scientific and Cultural Organization.

(UNESCOৰসম্পূৰ্ণৰূপহ’ল সংযুক্ত ৰাষ্ট্ৰৰ শৈক্ষিক,বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা)


6. Why was Kaziranga Game Sanctuary renamed Kaziranga Wild Life Sanctuary? 

(কাজিৰঙা খেল অভয়াৰণ্যক কিয় কাজিৰঙা অভয়াৰণ্য নাম দিয়া হৈছিল?)

Answer: Kaziranga Game Sanctuaries named Kaziranga Wild Life Sanctuary because the ' game' also means animals hunted for sport and food which is not appropriate for a park to conserve animals.

(কাজিৰঙা খেল অভয়াৰণ্যক কাজিৰঙা অভয়াৰণ্য নাম দিয়া হৈছিল কাৰণ খেল শব্দটোৱে জীৱ জন্তুৰ খাদ্য আৰু বিনোদনৰ বাবে চিকাৰ কৰাটোও বুজাই যি এখন জীৱ জন্তু সংৰক্ষণ কৰা উদ্যানৰ বাবে উপযুক্ত নহয়)


7. What does the rhinoceros eat? (গড়েঁ কি খায়?)

Answer: The rhinoceros eats only grasses. (গড়েঁ ঘাঁহ খায়)


8. "On their way to Sivasagar, they crossed a stone bridge." What is the name of this bridge? 

(শিৱসাগৰলৈ যোৱাৰ পথত তেওঁলোকে এখন শিলৰ দলং পাৰ কৰিছিল৷ দলংখনৰ নাম কি আছিল?)

Answer: The name of this bridge is Silor Saaku or Namdang Stone Bridge. (দলংখনৰ নাম আছিল নামদাঙৰ শিলৰ সাকোঁ)


9. Name the three temples on the bank of the Sivasagar tank.

(শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত মন্দিৰ তিনিটাৰ নাম লিখা)

Answer: The three temples on the bank of the Sivasagar tank are Shiva Dole, Vishnu Dole and Devi Dole.

(শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত মন্দিৰ তিনিটাৰ নাম হ’ল  শিৱ দৌল,বিষ্ণু দৌল, দেৱী দৌল)


10. Who built the Rang-ghar? (ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল?)

Answer: Ahom King Pramatta Singha built the Rang-ghar.

(আহোম ৰজা প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল)


III. Fill in the blanks: (খালী ঠাই পূৰণ কৰা)

1. Well, in 1904 _______ visited Kaziranga. 

Answer: Well, in 1904 Mary Curzon visited Kaziranga.

(বাৰু, ১৯০৪ চনত মেৰী কাৰ্জনে কাজিৰঙা দৰ্শন কৰিছিল)


2. The Namdang Stone Bridge was built by the Ahom king _____

Answer: The Namdang Stone Bridge was built by the Ahom king Rudra Singha.

(নামদাঙৰ শিলৰ সাকোঁ আহোম ৰজা ৰুদ্ৰসিংহই সাজিছিল)


3. Siu-Ka-Pha made ______ his first capital .

Answer: Siu-Ka-Pha made Charaideo his first capital.

(চ্যু-কা-ফাই চৰাইদেউত তেওঁৰ প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিল)


IV. Answer these questions in a short paragraph:

(চমু টোকা লিখা)

I. Write briefly the history of Kaziranga as a protected area.

(কাজিৰঙা সংৰক্ষিত এলেকাৰ ইতিহাসৰ চমু বিৱৰণ দিয়া)

Answer: The history of Kaziranga as a protected area can be traced back to 1904.In 1904 Mary Curzon, wife of Lord Curzon , Viceroy of India visited Kaziranga. She had heard that Kaziranga was famous for rhinos. But she could not find a single rhino there. She requested her husband to take measures immediately to protect the rhinos. Soon after, in 1905, the Kaziranga Proposed Reserve Forest was created. Slowly, the park grew in size. In 1916, it was named Kaziranga Game Sanctuary. Visitors were allowed to enter the park. Hunting was strictly prohibited. Then in 1950 the name was again changed because 'game' also means animals hunted for sport and food which's not appropriate for a park taco nerves animals. Then it was renamed as Kaziranga Wild Life Sanctuary in 1950 by P. D. Strachey, the forest conservationist of that time. It was in 1974 only that Kaziranga was designated a National Park.

        (কাজিৰঙা সংৰক্ষিত এলেকাৰ ইতিহাস ১৯০৪ চনৰ পৰাই আৰম্ভ হৈছিল বুলি ক’ব পাৰি। মেৰী কাৰ্জন, সেই সময়ৰ ব্ৰিটিছ উচ্চ বিষয়া লৰ্ড কাৰ্জনৰ পত্নীয়ে কাজিৰঙা দৰ্শনৰ বাবে আহিছিল। তেওঁ কাজিৰঙা গড়ঁৰ বাবে বিখ্যাত বুলি শুনিছিল। কিন্তু তেওঁ তাত এটাও গড়ঁ দেখা নাপালে। তেওঁ নিজৰ স্বামীক তৎক্ষণাত গড়ঁৰ সংৰক্ষণৰ  ব্যৱস্থা হাতত ল’বৰ বাবে অনুৰোধ কৰিলে ৷ তাৰ পাছতে ১৯০৫ চনত কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ গঠন পৰি হয়। লাহে লাহে উদ্যানৰ আকাৰ বাঢ়ি আহিল। ১৯১৬ চনত ইয়াক কাজিৰঙা খেল অভয়াৰণ্য হিচাপে নামাকৰণ পৰা হ’ল। দৰ্শনাৰ্থীক সোমাবলৈ অনুমতি দিয়া হৈছিল। চিকাৰ কৰাৰ অনুমতি নাছিল। আকৌ ১৯৫০ চনত ইয়াৰ নাম সলনি কৰা হৈছিল কাৰণ খেল শব্দটোৱে জীৱ জন্তুৰ খাদ্য আৰু বিনোদনৰ বাবে চিকাৰ কৰাটোও বুজাই যি এখন জীৱ জন্তু সংৰক্ষণ কৰা উদ্যানৰ বাবে উপযুক্ত নহয়। তাৰ পাছত ইয়াক ১৯৫০ চনত সেই সময়ৰ বনাঞ্চল সংৰক্ষণ কৰোতা পি. ডি. ষ্ট্ৰেছীৰ দ্বাৰা কাজিৰঙা অভয়াৰণ্য নামেৰে পুনৰাই নামাকৰণ কৰা হয়। ১৯৭৪ত হে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে প্ৰতিস্থা কৰা হয়।)


2. Write a short note on Talatal Ghar. 

(তলাতল ঘৰৰ বিষয়ে চমুকৈ লিখা)

Answer: Talatal Ghar is situated at Sivasagar district. It was an ancient palace of Ahom and largest of all Ahom architecture of which only remains are left. The foundation of Talatal Ghar was laid by King Rudra Singha. It had four stories above ground and three stories under ground. There were two secret tunnels. One, which was 16 kilometers long, led to the Gurgaon Palace and the other, which was 3 kilometer's long, led to the Dikkop river.

        ( তলাতল ঘৰ শিৱসাগৰ জিলাত অৱস্থিত। ই আহোম সকলৰ এক ৰাজহাউলি আছিল আৰু সমগ্ৰ আহোম স্থাপত্যকলাৰ আটাইতকৈ বৃহৎ উদাহৰণ যাৰ বৰ্তমান কেৱল অৱশেষ সমূহহে পোৱা যায়। ইয়াৰ প্ৰতিষ্ঠা আহোম ৰজা ৰুদ্ৰসিংহই কৰিছিল। ইয়াৰ চাৰিটা মহলা মাটিৰ ওপৰত আৰু তিনিটা মাটিৰ তলত আছিল। ইয়াত দুটা গোপন সুৰংগও আছিল , এটা ১৬ কিঃ মিঃ দীঘল যি গড়ঁগাঁওত সংযোগ হৈছিল আৰু আনটো ৩ কিঃ মিঃ দীঘল যি দিখৌ নৈত সংযোগ হৈছিল) 


3. Write a note on Charaideo Maidam.

(চৰাইদেউৰ মৈদাম সমূহৰ বিষযে লিখা)

Answer: Maidam was a burial ground of the Ahom kings and nobles. Many royal graveyards still exist in this place. The hillock of Charaideo was considered to be sacred by the people of the Ahom dynasty. They believed this place to be the home of their ancestral gods. These have tomb vaults just like the pyramids in Egypt. Maidam's are fascinating Ahom architecture.

        (মৈদাম হৈছে আহোম ৰজা আৰু উচ্চ পদস্থ বিষয়াসকলৰ মৃতমমদেহ পোতা স্থান৷ এই ঠাইত এতিয়াও বহুতো ৰাজকীয় কবৰ পোৱা যায়৷ চৰাইদেউ পাহাৰৰ টিলাতো আহোমসকলে পবিত্ৰ বুলি গণ্য কৰে৷ তেওঁলোকে এই ঠাইডোখৰ তেওঁলোকৰ পূৰ্বপুৰুষৰ বাসস্থান বুলি বিশ্বাস কৰে৷ এই কোঠাযুক্ত মৈদাসমূহ ইজিপ্তৰ পিৰামিডৰ দৰে৷ মৈদামসমূহ এক আকৰ্ষণীয় আহোম স্হাপত্যকলা)


Thinking about Language


I. Change the following sentences from direct to indirect speech:

(প্ৰত্যক্ষৰ পৰা পৰোক্ষ উক্তিলৈ সলনি কৰা)

1. "Do you know Kaziranga is a World Heritage Site?" their father said. 

("তোমালোকে জানানে যে কাজিৰঙা পৃথিৱীৰ এক ঐতিহ্যপূৰ্ণ ঠাই ?"সিহঁতৰ দেউতাকে সুধিলে।)

Answer: Their father asked whether they knew Kaziranga was a World Heritage Site.

(সিহঁতৰ দেউতাকে সুধিছিল যে সিহঁতে কাজিৰঙা পৃথিৱীৰ এক ঐতিহ্য পূৰ্ণ ঠাই বুলি জানেনে৷)


2. "On our way we can stay for a night at Kaziranga," their mother suggested. 

("আমি যাওঁতে এৰাতি কাজিৰঙাত কটাব পাৰোঁ৷"সিহঁতৰ মাকে পৰামৰ্শ দিলে৷)

Answer: Their mother suggested that they could stay for a night at Kaziranga on their way.

(তেওঁলোক যাওঁতে এৰাতি কাজিৰঙাত কটাব পাৰে বুলি মাকে পৰামৰ্শ দিলে)


3. "Can we go to see the rhino now?" Lohit asked. 

("আমি গড়ঁ চাবলৈ এতিয়া যাব পাৰোনে?"লোহিতে সুধিলে৷

Answer: Lohit asked if they could go to seethe rhino then.

(লোহিতে সুধিলে যে তেওঁলোকে তেতিয়া গড়ঁ চাবলৈ যাব পাৰেনে৷)


4. "I wish there was really a sagar here!" Lohit said. 

("মই বিচাৰো ইয়াত সচাঁই এখন সাগৰ থকা হ'লে"লোহিতে ক’লে

Answer: Lohit wished there was really a sagar there.

(লোহিতে তাত এখন সচাঁ সাগৰ থকাতো বিচাৰিছিল)


II. Here are some sentences from the piece. Choose the words from the brackets which can be substituted for the italicized words in the sentence: 

(তলত কিছুমান বাক্যাংশ দিয়া আছে। তাত বেকাকৈ থকা শব্দসমূহ উপযুক্ত শব্দৰে  সলনি কৰি লিখা)

1. They checked in at a hotel that had a large compound. ( registered, corrected) 

(সিহঁত এখন ডাঙৰ হোটেলত সোমালে) 

Answer: They registered  at a hotel that had a large compound.

(সিহঁতে এখন ডাঙৰ হোটেলত পঞ্জীয়ন কৰিলে)


2. She requested her husband to take measures immediately to protect the rhinos. (take steps, calculate).

Answer: She requested her husband to take steps immediately to protect the rhinos. 

(তেওঁ নিজৰ স্বামীক তৎক্ষণাত গড়ঁ সংৰক্ষণৰ ব্যৱস্থা হাতত ল’বলৈ অনুৰোধ কৰিলে)


3.Further in, they spotted a deer. (dotted, saw) . 

Answer: Further in, they saw a deer.

(ভিতৰলৈ সোমাই তেওঁলোকে এটা হৰিণা দেখিলে)


4. ln the heart of the town was the Sivasagar tank. (centre of, mind of)  

Answer: In the centre of the town was the Sivasagar tank.

(চহৰখনৰ মাজমজিয়াত শিৱসাগৰ পুখুৰীটো অৱস্থিত)


5. The Maidam's have tomb vaults just like the pyramids in Egypt. (burial chambers, Jumps)

Answer: The Maidam's have tomb burial chambers just like the pyramids in Egypt. 

(মৈদামবোৰত কবৰ দিয়াৰ বাবে ইজিপ্তৰ পিৰামিডসমূহৰ দৰে কোঠালী আছিল)


(III) Verbs of reporting are used to order, report statements, thoughts, intentions, questions, apologies, requests and so on.

(আদেশ,বক্তব্য,চিন্তা,মনোভাৱ,প্ৰশ্ন,ক্ষমা,অনুৰোধ আদি প্ৰতিবেদন কৰা ক্ৰিয়া) 


Underline the verbs of reporting in the following sentences: 

(তলত দিয়া বাক্যসমূহত তেনে ক্ৰিয়াবোৰ বাছি উলিওৱা) 


1. Their father had explained to them, "This bridge is named after the Ahom General Kolia Bhomora Phukan." 

(সিহঁতৰ দেউতাকে সিহঁতক বৰ্ণনা দিলে,"এই দলংখন আহোম সেনাপতি কলীয়া ভোমোৰাৰ নামেৰে নামাকৰণ কৰা হৈছে)

Answer: Their father had explained to them, "This bridge is named after the Ahom General Kolia Bhomora Phukan.


2. "What's there to see in Sivasagar? Let's go to uncle's house in Tezpur instead." Lohit pleaded. 

("শিৱসাগৰত চাবলগীয়া কি আছে? তাতকৈ তেজপুৰত থকা খুৰাহঁতৰ ঘৰলৈকে যাওঁ" লোহিতে অনুৰোধ কৰিলে)

Answer: "What's there to see in Sivasagar? Let's go to uncle's house in Tezpur instead." Lohit pleaded. 


3. "On our way we can stay for a night at Kaziranga," their mother suggested. 

("আমি যাওঁতে এৰাতি কাজিৰঙাত কটাব পাৰোঁ৷" সিহঁতৰ মাকে পৰামৰ্শ দিলে৷)

Answer: "On our way we can stay for a night at Kaziranga," their mother suggested.  


4. "Can we go to see the rhino now?" Lohit asked. 

("আমি গড়ঁ চাবলৈ এতিয়া যাব পাৰোনে?" লোহিতে সুধিলে৷)

Answer: "Can we go to see the rhino now?" Lohit asked.  


5. "Look, look," Lohit shouted excitedly, "there's a rhino. 

("চোৱা! চোৱা! লোহিতে উৎসাহেৰে চিঞৰিলে।"তাত এটা গড়ঁ আছে)

Answer: "Look, look," Lohit shouted excitedly, "there's a rhino." 


6. "Wow!" Trisha exclaimed, looking through the binocular. "There's another rhino in the water." 

("ৱাহ! তৃষ্ণাই দূৰবীণেৰে চাই আটাহ পাৰি উঠিল। "পানীত আৰু এটা গড়ঁ আছে")

Answer: "Wow!" Trisha exclaimed, looking through the binocular. "There's another rhino in the water." 


 7. "I will take you to Charaideo," said their father.

("মই তোমালোকক চৰাইদেউলৈ লৈ যাম" দেউতাকে ক’লে)

Answer: "I will take you to Charaideo," said their father.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us