Type Here to Get Search Results !

SEBA Class 10 Maths Triangle Exercise 6.1 | দশম শ্ৰেণীৰ গণিত ত্ৰিভূজ অনুশীলনী ৬.১ All Questions & Answers

SEBA Class 10 Maths Triangle Exercise 6.1 | দশম শ্ৰেণীৰ গণিত ত্ৰিভূজ অনুশীলনী ৬.১ All Questions & Answers




1. কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা 一

(i) সকলোবোৰ বৃত্তই সদৃশ। (সৰ্বসম/সদৃশ)
(ii) সকলোবোৰ বৰ্গই সদৃশ। (সৰ্বসম/সদৃশ)
(iii) সকলো সমবাহু ত্ৰিভূজ সদৃশ। (সমদ্বিবাহু/সমবাহু)
(iv) সমসংখ্যাক বাহু থকা দুটা বহুভূজ সদৃশ হ'ব যদিহে (a) সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু (b) অনুৰূপ বাহু বিলাক সমানুপাতিক। (সমান/সমানুপাতিক)


2. তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়াঃ
(i) এযোৰ সদৃশ চিত্ৰৰ।



(ii) এযোৰ অসদৃশ চিত্ৰৰ




3. তলত দিয়া চতুৰ্ভূজ দুটা সদৃশ হয়নে নহয় উল্লেখ কৰা 一



ওপৰৰ চতুৰ্ভূজ দুটাৰ কোণ বিলাক সমান নহয়, সেয়েহে উহঁত সদৃশ নহয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us