Type Here to Get Search Results !

SEBA Class 10 Maths Pairs of linear equations in two variables Exercise 3.6 | দশম শ্ৰেণীৰ গণিত দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ অনুশীলনী ৩.৬ All Questions & Answers

SEBA Class 10 Maths Pairs of linear equations in two variables Exercise 3.6 | দশম শ্ৰেণীৰ গণিত দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ অনুশীলনী ৩.৬ All Questions & Answers




1. ৰৈখিক সমীকৰণৰ যোৰলৈ পৰিবৰ্তন কৰি তলৰ সমীকৰণ যোৰকেইটা সমাধা কৰাঃ












(vi) 6x + 3y = 6xy
2x + 4y = 5xy

উত্তৰঃ
ধৰো, 1/x = a আৰু 1/y = b
6x + 3y = 6xy

আৰু 2x + 4y = 5xy


(i) - (ii)⇒ -3a = -3
⇒ a = -3/-3 = 1
⇒ 1/x = 1
⇒ x = 1

(i) a + 2b = 2
⇒ 1 + 2b = 2
⇒ 2b = 2 - 1
⇒ b = 1/2
⇒ 1/y = 1/2
⇒ y = 2




2 তলৰ সমস্যাবোৰক একোটা সমীকৰণৰ যোৰত সূত্ৰবদ্ধ কৰা আৰু সিহঁতৰ সমাধান উলিওৱা।

(i) ঋতুৱে 2 ঘণ্টাত ভটিয়নী সোঁতত 20 কি.মি. নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কি.মি. যাব পাৰে। তেওঁৰ স্থিৰ পানীত নাওৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিওৱা।

উত্তৰঃ


 




(ii) 2 জনী মহিলা আৰু 5 জন পুৰুষে একেলগে 4 দিনত কাপোৰৰ ডিজাইন কৰা কাম এটা কৰে। এই কামটো 3 জনী মহিলা আৰু 6 জন পুৰুষে 3 দিনত শেষ কৰে। 1 জনী মহিলাই অকলে কামটো কৰিবলৈ কিমান সময় ল'ব আৰু 1 জন পুৰুষেও অকলে কিমান সময় ল'ব?

উত্তৰঃ 
ধৰো,এজনী মহিলাই এদিনত কামটো কৰে a অংশ
আৰু এজন পুৰুষে এদিনত কামটো কৰে b অংশ

প্ৰশ্নমতে 2a + 5b = 1/4 ........(i)
আৰু 3a + 6b = 1/3 .........(ii)

(i)x3⇒ 6a + 15b = 3/4
(ii)x2⇒ 6a + 12b = 2/3
____________________
(-), 3b = 1/12
⇒ b = 1/36

(i) ⇒ 2a + 5b = 1/4
⇒ 2a + 5(1/36) = 1/4
⇒ 2a = 1/4 - 5/36
⇒ 2a = 4/36
⇒ a = /18

এতিয়া,
এজন পুৰুষে এদিনত কামটো কৰে b = 1/36 অংশ
∴ এজন পুৰুষে অকলে কামটো কৰিবলৈ 36 দিন সময় ল'ব
আৰু এজনী মহিলাই এদিনত কামটো কৰে a = 1/18 অংশ
∴ এজনী মহিলাই অকলে কামটো কৰিবলৈ 18 দিন সময় ল'ব।


(iii) গীতুৱে তেওঁৰ ঘৰলৈ 300 কি.মি. পথৰ এক অংশ ৰে'লগাড়ীৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে। তেওঁ 60 কি.মি. ৰে'লগাড়ীৰে আৰু বাকীখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লয়। তেওক 10 মিনিট বেছি লাগে যদি তেওঁ 100 কি.মি. ৰে'লগাড়ীৰে আৰু বাকীখিনি বাছেৰে যায়। ৰে'লগাড়ীৰ দ্ৰুতি আৰু বাছৰ দ্ৰুতি কিমান বেলেগে বেলেগে উলিওৱা।

উত্তৰঃ 






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us