Type Here to Get Search Results !

SEBA Class 10 Maths Pairs of linear equations in two variables Exercise 3.2 | দশম শ্ৰেণীৰ গণিত দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ অনুশীলনী ৩.২ All Questions & Answers

SEBA Class 10 Maths Pairs of linear equations in two variables Exercise 3.2 | দশম শ্ৰেণীৰ গণিত দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ অনুশীলনী ৩.২ All Questions & Answers




1. তলৰ সময়্যাবোৰত ৰৈখিক সমীকৰণ যেৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা।
(i) এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা।

উত্তৰঃ
ধৰো, ছাত্ৰীৰ সংখ্যা a
আৰু ছাত্ৰৰ সংখ্যা b
প্ৰশ্নমতে 
a = b + 4
a 4 6
b 0 row2 col 3

আৰু a + b = 10
a 4 6
b 6



∴ ছাত্ৰীৰ সংখ্যা (a) = 7 জনী 
আৰু ছাত্ৰৰ সংখ্যা (b) = 3 জন।


(ii) 5 ডাল পেঞ্চিল আৰু 7 টা পেনৰ দাম একেলগে 46 টকা। এডাল পেঞ্চিল আৰু এটা পেনৰ দাম উলিওৱা।

উত্তৰঃ 
ধৰো, পেঞ্চিলৰ দাম x টকা
আৰু পেনৰ দাম y টকা
প্ৰশ্নমতে 
5x + 7y = 50
x 3 10
y 5 4

আকৌ, 7x + 5y = 46
x -2 -12
y 12 2

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us