Class 9 General Science Chapter 3: অণু আৰু পৰমাণু Questions & Answers
অণু আৰু পৰমাণু
১।পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া।
উত্তৰঃ C-12 ৰ এটা পৰমাণুৰ ভৰৰ ঠিক 1/12 অংশৰ সমান ভৰকেই এক পাৰমাণৱিক ভৰ বোলে।
২। খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়?
উত্তৰঃ খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কাৰণ পৰমাণুৰবোৰ বহু ক্ষুদ্ৰ হয়। যাক আমি অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা হে চাব পাৰো। অণুবোৰ পৰমাণুৰে গঠিত হয়। যিহেতু পৰমাণুবোৰে আমি খালী চকুৰে দেখা নাপাওঁ , গতিকে পৰমাণুবোৰ তাতকৈ ক্ষুদ্ৰ বাবে আমি দেখা নাপাওঁ।
৩। সংকেত লিখা।
(i) ছ'ডিয়াম অক্সাইড
(ii) এলুমিনিয়াম ক্ল'ৰাইড
(iii) ছ'ডিয়াম ছাইফাইড
(iv) মেগনেছিয়াম হাইড্ৰ'ক্সাইড
উত্তৰঃ
(i) ছ'ডিয়াম অক্সাইড
(ii) এনুমিনিয়াম ক্ল'ৰাইড
(iii) ছ'ডিয়াম ছাইফাইড
(iv) মেগনেছিয়াম হাইড্ৰ'ক্সাইড
2. তলৰ সংকেতবোৰে বুজোৱা যোগবোৰৰ নাম লিখাঃ
এলুমিলিয়াম ছালফেট
কেলছিয়াম ক্ল'ৰাইড
পটেছিয়াম নাইট্ৰক্সাইড
কেলছিয়াম কাৰ্বনেট
উত্তৰঃ ইয়াত ১ ফচফৰাচ পৰামাণু আৰু ৩ টা অক্সিজেন পৰমাণু আছে।
6.
Hৰ পাৰমাণৱিক ভৰ= 1
H2 ৰ আণৱিক ভৰ = 2X1
=2U
O ৰ পাৰমাণৱিক ভৰ = 16
O2 ৰ আণৱিক ভৰ = 2X16
=32U
Cl ৰ পাৰমাণৱিক ভৰ = 35.5
Cl2 ৰ আণৱিক ভৰ = 2X35.5
= 71
C ৰ পাৰমাণৱিক ভৰ = 12
H ৰ পাৰমাণৱিক ভৰ = 1
CH4 ৰ আণৱিক ভৰ = 1X12+4X1
= 12+4
= 16U
C ৰ পাৰমাণৱিক ভৰ= 12
H ৰ পাৰমাণৱিক ভৰ=1
C2H6 ৰ আণৱিক ভৰ= 2X12+6X1
=24+6
=30U
C ৰ পাৰমাণৱিক ভৰ= 12
H ৰ পাৰমাণৱিক ভৰ=1
C2H4 ৰ আণৱিক ভৰ= 2X12+4X1
=24+4
=28U
N ৰ পাৰমাণৱিক ভৰ = 14
H ৰ পাৰমাণৱিক ভৰ = 1
NH3 ৰ আণৱিক ভৰ = 1X14+3X1
= 14+3
=17U
H ৰ পাৰমাণৱিক ভৰ = 1
O ৰ পাৰমাণৱিক ভৰ = 16
CH3OH ৰ আণৱিক ভৰ = 1X12+3X1+1X16+1X1
= 12+3+6+1
=22U
7. ZnO,NA2O,আৰু K2CO3 ৰ সংকেট গোট ভৰ গণনা কৰা। প্ৰদত্ত পাৰমাণৱিক ভৰবোৰ হ'ল Zn=65U, Na=23U,K=39U, C=12U আৰু O=16U
উত্তৰঃ
Zn ৰ পাৰমাণৱিক ভৰ = 65
K ৰ পাৰমাণৱিক ভৰ = 39
Cৰ পাৰমাণৱিক ভৰ= 12
O ৰ পাৰমাণৱিক ভৰ = 16
O ৰ পাৰমাণৱিক ভৰ = 16
ZnO ৰ পাৰমাণৱিক ভৰ হ 'ল = 1X65+1X16
= 65+16
= 81U
Na2 ৰ পাৰমাণৱিক ভৰ = 23
O ৰ পাৰমাণৱিক ভৰ = 16
Na2O ৰ পাৰমাণৱিক ভৰ হ 'ল = 2X23+1X16
= 46+16
K2CO3 ৰ পাৰমাণৱিক ভৰ হ 'ল = 2X39+1X12+3X16
=78+12+48
= 148U
8. এক ম'ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম হ'লে 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ'ব
উত্তৰঃ
9. 100 গ্ৰাম ছ'ডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্য়া বেছি থাকিব? (দিয়া আছে, Na ৰ পাৰমাণৱিক ভৰ =23U, Fe=56U)
উত্তৰঃ ছডিয়ামৰ পাৰমাণৱিক ভৰ 23 গ্ৰাম
1 ম'ল ছডিয়ামৰ ভৰ = 23 গ্ৰাম
23 গ্ৰাম ছডিয়ামত থকা পৰমাণুৰ সংখ্য়া = 6.022x10/23
100 গ্ৰাম ছডিয়ামত থকা পৰমাণুৰ সংখ্য়া = 6.022x10/23x23x100
= 0.261x10/25
=2.61x10/24
আইৰণৰ পাৰমাণৱিক সংখ্য়া = 56 গ্ৰাম
1 ম'ল আইৰণৰ ভৰ = 56 গ্ৰাম
56 গ্ৰাম আইৰণত থকা পৰমাণুৰ সংখ্য়া = 6.022x10/23
100 গ্ৰাম আইণত থকা পৰমাণুৰ সংখ্য়া = 6.022x10/23x56x100
= 0.107x102/25
=1.07x10/24
100 গ্ৰাম ছডিয়ামৰ পৰমাণুৰ সংখ্য়া বেছি।