Type Here to Get Search Results !

বাতৰি কাকত ৰচনা | অসমীয়া ৰচনা | নৱম দশম শ্ৰেণীৰ ৰচনা | Class 9 and Class 10 Rasana | Assamese Essay | Class IX & X Assamese Essay | SEBA Board Class IX Essay | News Paper Assamese Esaay


বাতৰি কাকত ৰচনা

 বাতৰি কাকত ৰচনা 

( আৰম্ভনি - চমু ইতিহাস সমাজ জীৱন ইয়াৰ প্ৰভাৱ - সামৰনি )


আৰম্ভনীঃ বৰ্তমান যুগত বাতৰি কাকত নপঢ়া মানুহ নাই বুলিবই পাৰে। লেখা-পঢ়া নজনা মানুহওঁ জনা মানুহৰ ওচৰলৈ গৈ বাতৰি কাকত নিয়নিয়া ৰূপে শুনা দেখা যায়। ৰাতিপুৱাৰ চাহটোপা নাপালে অভ্য়স্ত লোকে যেনেকৈ হামিয়াই-হেকেটীয়াই থাকে। তেনেদৰে অভ্য়স্ত পাঠকসকলে সময়তে বাতৰি- কাকত খন নাপালেও উচপিয়াই থাকে। ওচৰ-চুবুৰীয়াকে ধৰি দেশবিদেশৰ বা-বাতৰি জানিবলৈ বিচৰাটো মানুহৰ সহজাত প্ৰবৃিত্ত। বাতৰি কাকতে মানুহৰ এই প্ৰবৃত্তিচৰিতাৰ্থ কৰাত সহায় কৰে। বাতৰি কাকত চল মান জীৱনৰ ইতিহাস স্বৰূপ। জগতত ঘটা সকলো খৱৰকে বাতৰি কাকতত পৰিৱেশন কৰা হয়। 


চমু-ইতিহাসঃ বাতৰি কাকতৰ প্ৰথম প্ৰচলন হয় চীনদেশত। ইউৰূপৰ ভৌনচ চহৰত প্ৰথমে বাতৰি কাকতৰ প্ৰচলন হৈছিল। ইংলেণ্ডত প্ৰচাৰিত হয় ৰাণী এলিজাবেমৰ দিনত। ভাৰতৰ প্ৰথম বাতৰি কাকত ( The India Gazatte ) ১৭৮৮ খ্ৰীষ্টাব্দত প্ৰকাশ হৈছিল। আমাৰ অসমৰ সাধু-সন্ত সকৰ মাজত বাতৰি সোধাৰ প্ৰথা পুৰণি কালৰ পৰাই চলি আহিছে। কোনো এখন ঠাইত সাধু -মহন্ত বা সত্ৰাধিকাৰ কোনো এখন ঠাইত উপনীত হলে, সেইঠাইখনৰ সুখিয়াল লোকজনে গোৱা-শৰাই আগত থৈ তেৰাৰ মুখে আন আন সত্ৰৰ বাতৰি জানিবলৈ পাৰ্থনা কৰে।  সি গৰাকীয়েও মমাৰীতি সকলোৰে বাতৰি দিয়ে। কিন্তু অসমত আধুনিক ধৰণৰ বাতৰি-কাকত প্ৰথম প্ৰচলন হয় ১৮৪৬ খ্ৰীষ্টাব্দত। আমেৰিকান বেপটিষ্ট মিশ্য়নাৰীসকলে শিৱসাগৰৰ পৰা অৰুনোদই নামদি মাহেকীয়াকৈ এই কাকত প্ৰচাৰ কৰিছিল।

সমাজ-জীৱনত ইয়াৰ প্ৰভাৱঃ আজিকালি নানা দেশত নানা তৰহৰ বাতৰি কাকত প্ৰকাশ হয়। প্ৰকাশৰ কাল অনুশৰি এইবোৰক দৈনিক, তিনি দিনীয়া, সাদিনীয়া, পষেকীয়া আৰু মাহেকীয়া আদি শ্ৰেণীত পেলোৱা হয়। ডাঙৰ নগৰবোৰত একোএকোখন কাকতৰ আকৌ ৰাতিপুৱাৰ সংস্কৰন আবেলি সংস্কৰন আদিও প্ৰকাশ পায়। দৈনিক কাকতসমূহত ঘাইকৈ বাতৰিহে পৰিবেশন কৰা হয়। সাদিনীয়া, পষেকীয়া আদি বাতৰি  কাকতত কৈ বিবিধ বিষয় আৰু সমস্যা বলীৰ বিষয়ে আলোচনা কৰা প্ৰৱন্ধ-পাতি বেছিকৈ প্ৰকাশ কৰা হয়। এইবিলাকক বা আলোচনী বোলা হয়। মাহেকীয়া কাকতবোৰত আজি  কালি কোনো বাতৰিকে পৰিবেশন কৰা দেখা নাযায়। এই বোৰত কেৱল প্ৰবন্ধ, গল্প, কবিতা দিহে প্ৰকাশ কৰা হয়। প্ৰায় সকলোবোৰ বাতৰি আলোচনীতে সম্পাদকীয় স্তম্ভ থাকিবই। এই স্তৰটো অতি গুৰুত্বপূৰ্ণ; কিয়নো অভিজ্ঞ সম্পাদকে সাময়িক গুৰুত্বপূৰ্ণ সমস্য়াৰ একোটাৰ এই স্তম্ভটোত  সুচিন্তিত মত দাঙি ধৰে। বাতৰি কাকতৰ আৰু এটা গুৰুত্বপূৰ্ণ স্তম্ভ হল ৰাইজৰ চিঠি-পত্ৰৰ সিতানটো। এই স্তম্ভটোত ৰাইজে যিকোনো বিষয়ৰ মতামত বিনা-দ্ৱিধাই প্ৰকাশ কৰাৰ সুযোগ পায়।
    নিয়মিতভাৱে বাতৰি যোগাবৰ বাবে বাতৰি কাকতৰ নিজা সংবাদদাতা থকে। জন-সাধাৰণে পোনপটীয়া ভাৱেও বাতৰি পঠাব পাৰে। ইয়াৰ বাহিৰেও প্ৰায় প্ৰত্যেক দেশতে আন্তজাৰ্তিক খ্য়াতিসম্পন্ন কিছুমান বাতৰি পৰিবেশন কৰা প্ৰতিষ্টান আছ।
    
    বাতৰি কাকতত প্ৰকাশিত বাতৰিসমূহ সত্য়ৰ ভেটিত প্ৰতিষ্ঠিত , নিভীক আৰু নিৰপেক্ষ হোৱাতো বাঞ্চনীয়। সকলো ঘটনাৰ যথাযথ বিৱৰণী প্ৰকাশ কৰি উচিত মন্তব্য দাঙি ধৰিব নালাগে। বাতৰি কাকতৰ স্বাধীনতা একান্ত প্ৰয়োজনীয়। সকলোবোৰ গনতান্ত্ৰিক দেশতে সেয়ে বাতৰি কাকতক যঠেষ্ঠ স্বাধীনতা দিয়া হয়। 

    কল্য়াণকাসী ৰাষ্ট্ৰত বাতৰি-কাকত সমুহে অতি গুৰুত্ৱপূৰ্ণ ভূমিকা গ্ৰহন কৰা দেখা যায়। জনমত গঠন আৰু জনমত প্ৰকাশৰ বাবে বাতৰি-কাকতৰ দৰে শক্তি-শালী মাধ্য়াম আন একো নাই। 

    বাতৰি-কাকত প্ৰকাশ আৰু পৰিচালনা এটা সম্ৰান্ত ব্য়ৱসায়। ইয়াত শিক্ষিত-অশিক্ষিত ভালেমান মানুহৰ নিয়োজিত হয়। বাতৰি-কাকতৰ লগতে বাতৰি-কাকত ছপা কৰা ছপাশালত কাম কৰিও বহুতো মানুহে অন্ন সংস্থান কৰিছে। তদুপৰি বাতৰি-কাকতৰ  এজেঞ্চি লৈ বা বাতৰি-কাকত যোৰি কৰিও বহুতো মানুহে দুপইচা আৰ্জিছে বিৱৰণ দেশত সংঘতিত গুৰুত্বপূৰ্ণ ঘতনাৰ বৰ্ণনা, বিভিন্ন ৰাজনৈতিক দল আৰু উপদলৰ আদৰ্শ আৰু কৰ্মসূচি বাতৰি কাকতত যথাময়ৰূপে প্ৰকাশ কৰা হয়। ফলত জনসাধাৰণে সকলো কথা চালি-জাৰি চাই নিজ মত গঢ়ি তুলিব পাৰে। আকস্মিক দূৰ্ঘটনা, প্ৰাকৃতিক দুৰ্ষোগ, দুৰ্ভিক্ষ আৰু মহামাৰী আদিৰ বাতৰি প্ৰকাশ কৰি জনসহানূভুতি আদায় কৰাত বাতৰি কাকতৰ ভঊমিকা অতুলনীয়। বাতৰিকাকত সৰ্বসাধাৰণৰ মাজত শিক্ষা আৰু জ্ঞান বিস্তাৰু উত্তম আহিলা। বাতৰি কাকতে আমাক সাহিত্য দৰ্ষন, বিজ্ঞান আদিৰু সেহতীয়া অগ্ৰগতি বিষয়ে জানিবলৈ দিয়ে। ৰাজনীতি, সমাজনীতি, ধৰ্মনীতি, কৃষি-শিল্প-বানিজ্য, স্বাস্থ্য আৰু শিক্ষা বিষয়ক প্ৰবন্ধ পাতিও বাতৰি কাকতত পৰিবেষণ কৰা হয়। বাতৰি কাকতৰ নিয়মীয়া পাঠকসকলে সেইবোৰৰ বিষয়ে ক'ব নোৱাৰাকৈ বহুত জ্ঞান লাভ কৰে। দেশ-বিদেশৰৰ খেলা, ধূলা, জন-কল্যানমূলক কাম-কাজ, নৃত্য-গীত, বোলচবী আৰু সাংস্কৃতিক কাৰ্যৰ বিৱৰণ বাতৰি-কাকতত পঢ়ি আমি যে অকল আমোদকে পাও এনে নহয়, সেইবিলাক কামৰ প্ৰতি আমাৰ আগ্ৰহো ওপজে। আমাৰ নিজৰ দেশ আৰু আন দেশৰো নানান দৰকাৰী আৰু জানিব লগীয়া কথা আমি বাতৰি-কাকতৰ পৰা জানিব পাৰো। যান-বাহনে  দূৰত্ৱৰ সীমা কমাই আনি বাহ্যিক যোগাযোগ স্থাপন কৰিছে। বাতৰি-কাকতে ভাব বিনিময়ৰদ্ৱাৰা মানুহৰ মাজত আত্মিক সমযোগ ঘটাই মানবজাতিক একত্ৰীকৰণত সহায় কৰিছে। কৰ্মব্যস্ত মানুহৰ জীৱনত বৰ্তমান অৱসৰ ইমান কম যে সাবিত্য সংস্কৃতিৰ ডাঙৰ ডাঙৰ কিতাপ -পুথি অধ্যায়ন কৰা প্ৰায় অসম্ভৱ হৈ পৰিছে। বাতৰি কাকতবোৰ কিছু পৰিমাণে ইয়াৰ শৰিপুৰক হৈছে। বাতৰি কাকত প্ৰকাশিত বিবিন্ন বিষয়ৰ চমু অথচ সাৰগৰ্ভ ৰচনাই তাকৰীয়া সময়তে সকলো বিষয়তে লাগতিয়াল জ্ঞান দিব পাৰে। সাধাৰণ শ্ৰমিকৰ পৰা বুদ্ধিজীৱী লৈকে সকলোৰে বাতৰি কাকত পঢ়ি উপকৃত আৰু পৰিতৃপ্ত হয়।

    ব্যৱসায়-বাণিজ্য আৰু চাকৰি-বাকৰিৰ ক্ষেত্ৰটো বাতৰি-কাকত বৰ সহায়ক। ব্যৱসায়ীসকলে বাতৰি-কাকতৰ জৰিয়তে বিভিন্ন ঠাইৰ বজাৰ-দৰ, উতপাদন আৰু উতপাদিত সামগ্ৰীৰ গুণাগুণ জানিব পাৰে। নিজৰ উতপাদিত সামগ্ৰীৰ বিষয়ে জাননী দি বিক্ৰীৰ সুবিধা কৰিব পাৰে। বাতৰি কাকতত প্ৰকাশিত চাকৰি সংক্ৰান্ত বা-বাতৰি আৰু বিজ্ঞানৰ আদিৰ পৰা নিয়োগ সন্ধানী অৰ্থাত নিবনুৱা ভৈয়ে উপকৃত হয়। 

সামৰণিঃ আমি কাম কৰা সমাজ বা দেশখনত দিনৌ ক'ত কি ঘটিছে বা ঘটিব লাগিছে, সেইবোৰৰ ভূ-ৰখাতো বৰ প্ৰয়োজনীয়। তাকে জানিবলৈ হ'লে বাতৰি কাকতৰ সহায় অপৰিহাৰ্য। মুঠতে কম সময়তে দেশ-বিদেশৰ খা-খবৰ সাময়িক ঘটনা-প্ৰবাহ আৰু জ্ঞান-বিজ্ঞানৰ অগ্ৰগতিৰ বুজ লবলৈ আমি বাতৰি কাকত পঢ়িব লাগিব। আমাৰ ছাত্ৰসকলেও নিয়মিতৰূপে বাতৰি-কাকত পঢ়া উচিত। আজি -কালি বাতৰি-কাকতত ছাত্ৰ আৰু চেমনীয়াৰ কাৰণে সুকীয়া চ'ৰা আছে। আমাৰ ছাত্ৰ আৰু চেমনীয়াহতে এইবোৰৰ সভ্য হৈ এইশিতানৰ কথাবোৰ পঢ়িলে আৰু নিজেও তাতে লিখিবলৈ ললে বৰ উপকৃত হ'ব।

............বাতৰি কাকত ৰচনা.............

assamese news paper essay 1 assamese news paper essay 2 assamese news paper essay aaj ka assamese news paper essay and assamese news paper essay and letter assamese news paper essay approach assamese news paper essay assam assamese news paper essay assamese assamese news paper essay bengali assamese news paper essay bhabhi assamese news paper essay bharat assamese news paper essay book assamese news paper essay book pdf assamese news paper essay cinema assamese news paper essay class 10 assamese news paper essay competition assamese news paper essay daily assamese news paper essay day assamese news paper essay de assamese news paper essay difference assamese news paper essay diwali assamese news paper essay diya assamese news paper essay e paper assamese news paper essay english assamese news paper essay essay assamese news paper essay exam assamese news paper essay example assamese news paper essay first assamese news paper essay for today assamese news paper essay format assamese news paper essay gaon assamese news paper essay garden assamese news paper essay gauhati high court assamese news paper essay gauhati university assamese news paper essay heading assamese news paper essay hindi assamese news paper essay holi assamese news paper essay in assamese assamese news paper essay in assamese language assamese news paper essay in english assamese news paper essay january assamese news paper essay ka assamese news paper essay kamalar banabas assamese news paper essay ke assamese news paper essay ki assamese news paper essay koi assamese news paper essay language assamese news paper essay likha hua assamese news paper essay live assamese news paper essay local assamese news paper essay manipur assamese news paper essay meghalaya assamese news paper essay mein assamese news paper essay models assamese news paper essay modi assamese news paper essay news assamese news paper essay newspaper assamese news paper essay notes assamese news paper essay outlines assamese news paper essay paper assamese news paper essay pdf assamese news paper essay question assamese news paper essay question answer assamese news paper essay question paper assamese news paper essay related assamese news paper essay report assamese news paper essay republic day assamese news paper essay sports assamese news paper essay today assamese news paper essay topic assamese news paper essay ukti assamese news paper essay update assamese news paper essay update today assamese news paper essay uttar assamese news paper essay value assamese news paper essay video assamese news paper essay viral assamese news paper essay wikipedia assamese news paper essay writing assamese news paper essay writing in english assamese news paper essay xenophobia assamese news paper essay yesterday assamese news paper essay you assamese news paper essay young assamese news paper essay youtube assamese news paper essay youtube channel assamese news paper essay zee news assamese news paper essay zero assamese news paper essay zubeen garg assamese news paper list assamese news paper name assamese news paper online today assamese news paper pdf assamese news paper pdf download assamese news paper today pdf assamese news paper yesterday assamese top news today best assamese newspaper best assamese novel best assamese novels to read can assamese meaning daily assamese news paper daily assamese news paper today e assamese news paper how assamese meaning hs assamese paper hs assamese question paper 2020 is assamese compulsory in assam is assamese easy to learn online assamese news paper in assam paper assamese today assamese news paper pdf download what assamese meaning when assamese language born when assamese language started when assamese meaning where assamese meaning who assamese meaning why assamese meaning will assamese meaning

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us