Type Here to Get Search Results !

200+ অসমীয়া বিপৰীত শব্দ | Biparit Shabda | অসমীয়া ব্যাকৰণ | Opposite Words Assamese | Assamese Grammar

অসমীয়া বিপৰীত শব্দ

১) নিৰস- ৰসাল

২) আনন্দ- বিষাদ , নিবানন্দ

৩) সুখ- দুখ

৪) ভুল- শুদ্ধ 

৫) অগ্ৰগতি-

৬) প্ৰকাণ্ড- সৰু

৭) টেঙৰ- চতুৰ

৮) চহকী- দুখীয়া

৯) নিৰাশা- আশা

১০) অনুচিত-উচিত

১১) বিশ্বাস- অবিশ্বাস

১২) সমাপ্তি- আৰম্ভনি

১৩) দৃষ্টিহীন-

১৪) অক্ষম - সক্ষম

১৫) বিদেশী- স্বদেশী

১৬) অচল- সচল

১৭) জটিল- সৰল

১৮) বৃহং- ক্ষুদ্ৰ

১৯) সফলতা- বিফলতা

২০) আন্ধাৰ- পোহৰ

২১) শৃংখল - বিশৃংখল

২২) মিতব্যয়ী -

২৩) সহজ- টান

২৪) দূৰদশী- অদুৰদৰ্শী

২৫) শান্তি- অশান্তি

২৬) ধবংস-সৃষ্টি

২৭) ওৰ-

২৮) আগুৱা-

২৯) সঞ্চয়-

৩০) ধিয়াস-

৩১) কৃতকাৰ্যতা - অকৃতকাৰ্যতা

৩২) সফল- বিফল

 ৩৩) ধোৱাখুলীয়া-

৩৪) শান্তি- অশান্তি

৩৫) সুযোগ্য- অযোগ্য

৩৬) সুখ্যাতি- কুখ্যাতি

৩৭) কৃতজ্ঞ- অকৃতজ্ঞ

৩৮) অৰ্থপূৰ্ণ- অৰ্থহীন

৩৯) অমূুল্য- মূল্যহীন

৪০) সফলতা- বিফলতা

৪১) পুৰস্কাৰ - তিৰস্কাৰ

৪২) গধুৰ- পাতল

৪৩) দুখ- সুখ

৪৪) বলী- দুৰ্বলী

৪৫)সাহসী- ভয়াতুৰ

৪৬) বন্ধুত- শক্ৰতী

৪৭) মিলা- প্ৰীতি-

৪৮) একগোট-

৪৯) প্ৰকাশ-অপ্ৰকাশ

৫০) ভোগ-

৫১) স্মৃতি-

৫২) সমাপ্ত- আৰম্ভ

৫৩) আড়ম্বৰ-

৫৪) ভাগ্য- দুৰ্ভাগ্য

৫৫) ধৈৰ্য- অধৈৰ্য

৫৬) মৃত্যু-জন্ম

৫৭) জয়-পৰাজয়

৫৮) কাপুৰুষ- 

৫৯) ভয়- নিৰ্ভয়

৬০) শত্ৰু - মিত্ৰ

৬১) দুৰ্বল- সৰল

৬২) কঠিন- সহজ

৬৩) নবীন- প্ৰবীন

৬৪) পৰনিৰ্ভৰশীল- আত্মনিৰ্ভৰশীল

৬৫) দুৰ্লভ- 

৬৬) খৰগতি- বীৰগতি

৬৭)পূৰ্ণিমা- অমাৱশ্যা

৬৮) অনধিকাৰ-

৬৯) নিন্দা  - প্ৰশংসাৰ

৭০) অনাৱশ্যক- আবশ্যক

৭১) জাগ্ৰত- 

৭২) ধ্বংস- সূষ্টি

৭৩) অসম্ভৱ- সম্ভব

৭৪) অতীত- বৰ্তমান

৭৫) পুণ্য-পাপ

৭৬) পৱিত্ৰ- অপবিত্ৰ

৭৭) প্ৰেম-

৭৮) জীৱন-মৰণ

৭৯) অশেষ-

৮০) প্ৰজা -ৰজা

৮১) প্ৰশংসা-নিন্দা

৮২) নিম্ন-উচ্চ

৮৩) উপকাৰ-অপকাৰ

৮৪) শান্ত-অশান্ত

৮৫) ন্যায়-অন্যায

৮৬) সুখ- দুখ

৮৭) অসমৰ্থ-সমৰ্থ

৮৮) উপস্থিত-অনুপস্থিত

৮৯) ধ্বংস-সূষ্টি

৯০) চিনাকি-অচিনাকি

৯১) নৱীন- প্ৰবীন

৯২)  প্ৰাচীন-নতুন

৯৩) দুৰ্বল-শক্তিশালী

৯৪) পৰিকল্পিত-অপৰিকল্পিত

৯৫) বৈসাদৃশ্য-সাদূশ্য

৯৬) সফল-বিফল

৯৭) তীক্ষ্ণ-

৯৮) বিসংগতি- সংগতি

৯৯) মৃত্যু-জন্ম

১০০) বৃদ্ধি-

১০১) গভীৰ-তৰল

১০২) সুন্দৰী-

১০৩) পুত্ৰ-জীয়ৰী

১০৪) ভাই-ভনী

১০৫) আই-পিতাই 

১০৬) দাদা-বৌ

১০৭) নাৰী-পুৰুষ

১০৮) মিল- অমিল

১০৯) বুঢ়া-ডেকা

১১০) সোমোৱা-ওলোৱা

১১১) পোহনীয়া-বনৰীয়া

১১২) উত্তৰ- প্ৰশ্ন

১১৩) জঁয় পৰ-

১১৪) অধঃ-উধঃ

১১৫) বটাঁ-

১১৬) মুকুতি- বন্দী

১১৭) অধম- ধম

১১৮) গাফিলতি-

১১৯) পোনপটীয়া- আওপটীয়া

১২০) ক্ষমা-দয়া

১২১) অনিচ্ছা- ইচ্ছা

১২২) ভীৰু- নিৰ্ভীক

১২৩) খৰালি-জহকালি

১২৪) তৰাং-

১২৫) দুখ-সুখ

১২৬) ৰঙ-

১২৭) আঁতৰ-ওচৰ

১২৮) ভাল-বেয়া

১২৯) প্ৰশংসা- নিন্দা

১৩০) সুদক্ষ- অদক্ষ

১৩১)  গভীৰ- তৰল

১৩২) মেধাবী- ভোঁটা

১৩৩) আশা- নিৰাশা

১৩৪) অনুকূল- নিৰাশা

১৩৫) সূষ্টি- ধ্বংস

১৩৬) দুখিয়া-ধনী

১৩৭) প্ৰবল-

১৩৮) উন্নতি- অধোন্নতি

১৪০) দেখা-নেদেখা

১৪১) থকা-নথকা

১৪২) উপকাৰ- অপকাৰ

১৪৩) সৰু- ডাঙৰ

১৪৪) ক্ষুদ্ৰ - বৃহত

১৪৫) ধুনীয়া- কুংসিং-

১৪৬) তংক্ষণাং- দেৰী

১৪৭) শকত- ক্ষীন 

১৪৮) চুটি-ওখ

১৪৯)  সুখ-দুখ

১৫০) পোহৰ-আন্ধাৰ

১৫১) বেয়া-ভাল

১৫২) ধুনিয়া-কুতসিত

১৫৩) মেলি-

১৫৪) ওপৰত- তলত

১৫৫) শুৱনি- ধুনীয়া

১৫৬) মৰা-জীয়া

১৫৭) স্বাধীন-পৰাধীন

১৫৮) জন্ম- মৃত্যু

১৮৯) শেষ- আৰম্ভ

১৯০) বিদেশী-স্বদেশী

১৯১) ত্যাগ- গ্ৰহন

১৯২) বুঢ়া-ডেকা

১৯৩) নিৰানন্দ-আনন্দ

১৯৪) শেষ-আৰম্ভ

১৯৫) খালী-ভৰ্তি

১৯৬) জপাই-

১৯৭) দীঘল- চুটি

১৯৮) আন্ধাৰ-পোহৰ

১৯৯) পুৰণি-নতুন

২০০) অসহায়-সহায়

২০১) বলী-দুৰ্বলী

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us