Type Here to Get Search Results !

তোমাৰ বিদ্যালয়ৰ বটা বিতৰণী সভা ৰচনা | অসমীয়া ৰচনা | নৱম আৰু দশম শ্ৰেণীৰ ৰচনা | Assam Essay for Class IX & X | Class 9 Assamese Essay | Class 10 Assamese Essay | Your school's award distribution meeting essay | assamese medium essay

তোমাৰ বিদ্যালয়ৰ বটা বিতৰণী সভা ৰচনা

 তোমাৰ বিদ্যালয়ৰ বটা বিতৰণী সভা ৰচনা 

( আৰম্ভনি - আয়োজন বটা বিতৰণ - সামৰনি ) 

উত্তৰ আৰম্ভনি ঃ আজি-কালি আমাৰ স্কুল সমুহৰ প্ৰত্যেকখনতে বছৰি বঁটা বিতৰণী সভা পাতি কৃতী ছাত্ৰ - ছাত্ৰীক পুৰস্কৃত কৰা দেখা যায় । সাধাৰণতে স্কুলৰ ছাত্ৰ সভাৰ বাৰ্ষিক অধিবেশনৰ লগতে বটাঁ বিতৰণী সভাৰো আয়োজন কৰা হয় । কিবা অসুবিধাত কেতিয়াবা সেই সময়তনোৱাৰিলে বছৰৰ আন সময়তো বঁটা বিতৰনী সভা পতা হয় ।  আমাৰ স্কুলতো প্ৰত্যেক বছৰেই বঁটা বিতৰণী সভা  উদযাপিত 

হৈ আহিছে । মই এতিয়ালৈকে আমাৰ স্কুলৰ ছখন বটাঁ বিতৰনী সভাত যোগদান দিয়াৰ সুযোগ পাইছো। 

আয়োজন :- বটাঁ বিতৰণী সভালৈ অভিভাবক , স্থানীয় গন্যমান্য ব্য়ক্তি আৰু ওচৰ-পাজৰৰ স্কুলসমুহতো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক নিমন্ত্ৰন কৰা হয় । সভাত সভাপতিত্ৱ কৰিবলৈ কোনো বিশিষ্ট শিক্ষ্যাবিদ , শিক্ষা-বিষয়া , সুসাহিত্যিক , সমাজসেৱক , ৰাষ্ট্ৰনায়ক আদিক বৰণ কৰি অনা হয় । সভাপতিৰ লগতে মুখ্য অতিথি আৰু নিদিৰ্ষ্ট বক্তাৰূপেও তেনে লোকৰ দুই-চাৰিজনক আমন্ত্ৰণ কৰা হয় ।

বঁটা বিতৰণী সভাখন আমাৰ ছাত্ৰ :- ছাত্ৰীৰ কাৰণে এই আনন্দ উতসৱৰ নিচিনা । এই সভাৰ কিছুদিন আগে আগে স্কুলৰ বছৰেকীয় খেল- ধেমালিৰ প্ৰতিযোগিতা সাহিত্য প্ৰতিযোগিতা , শৰীৰ চৰ্চা বা ব্যায়াম আদিৰ প্ৰতিযোগিতা পতা হয় । বঁটা বিতৰণী সভাৰ লগতে সাংস্কৃতিক বা বিচিত্ৰানুষ্ঠানৰো আয়োজন কৰা হয় । সেইবাবে সভাৰ কিছুদিন আগৰেপৰা এইবোৰৰ আখৰাৰ ধূম পৰি যায় । সভাৰ কাৰণে সভাঘৰ বা স্কুলৰ প্ৰাংগনত ৰভা দি মঞ্চআদি সজা হয় । সভাপতি , নিদিষ্ট বক্তা, মুখ্য অতিথি , প্ৰধান শিক্ষক আৰু নিদিষ্ট ব্যক্তিসকলৰ কাৰণে সুবিধাজনক ঠাইত এমূৰীয়াকৈ ওখ মঞ্চ এখন সজোৱা হয় আৰু তাৰ কাৰণে সকলোৱে দেখাকৈ গীত - মাত পৰিৱেশন কৰিবৰ কাৰণে আন এখন মঞ্চ নিৰ্মান কৰা হয় । সভাত পুৰুষ - মহিলা , ছাত্ৰ - ছাত্ৰী বহিবৰ কাৰণে স্থান নিদিষ্ট কৰি দিয়া হয় । ফুল - পাত আদিৰে  ৰভাস্থলী সুন্দৰকৈ সজোৱা হয় ।

এটা ভক্তিমূলক বা দেশ :- প্ৰেমমূলক সমৱেত সংগীতেৰে সভাৰ গুভাৰম্ভ কৰা হয় গীতৰ ঠিক পিছতে প্ৰধানশিক্ষক বা ছাত্ৰ- একতা সভাৰ সভাপতি মহাশয়ে সেইদিনাৰ সভাৰ সভাপতি , মূখ্য় অতিথি আৰু নিদিষ্ট বক্তাসকলক চিনাকী দি যথা- নিদিষ্ট আসন গ্ৰহণ কৰি সভাৰ কাম চলাবৰ কাৰণে তেখেত সকলক অনুৰোধ জনায় । তেখেতসকলে আসন গ্ৰহণ কৰাৰ লগে লগেই তেখেত সকললৈ অনুৰুধ জনায় । তেখেতসকলে আসন গ্ৰহণ কৰাৰ লগে লগেই তেখেত সকললৈ একোধাৰী মাল্য আগবঢ়োৱা হয় । পিছত নিদিষ্ট কাৰ্যসূচী অনুযায়ী প্ৰধান শিক্ষক আৰু ছাত্ৰ - সভাৰ সম্পাদকে নিজৰ নিজৰ প্ৰতিবেদন পাঠ কৰে । প্ৰধান শিক্ষকৰ প্ৰতিবেদনত তেখেত আৰু তেখেতৰ সহকাৰ্মী শিক্ষকবৃন্দই বছৰটোত স্কুলৰ হকে কৰা কাম , বিভিন্ন সময়ত ছাত্ৰসকলে দেখুওৱা কৃতিত্ৱ , বছৰেকীয় পৰীক্ষাৰ ফলাফল , স্কুলৰ ঘৰ - দুৱাৰ আৰু শিক্ষাদান কাৰ্যত পোৱা বাধা - বিঘিনী তথা অভাৱ - অভিযোগৰ কথা সমুহীয়াভাৱে দাঙি ধৰি সেইবোৰ দুৰীকৰৰ কাৰণে অভিবাৱক আৰু বিভাগীয় কতৃৰ্পক্ষৰ দৃষ্টি আৰ্কষণ কৰে । ছাত্ৰ - সভাৰ প্ৰতিবেদনত ছাত্ৰসকলে কৰা সেই বছৰতোৰ কামৰ খতিয়ান দাঙি ধৰা হয় । আৰু ছাত্ৰ- ছাত্ৰীৰ উন্নতিকল্পে নিজ নিজ পৰামৰ্শ আগবঢ়ায় ।

বঁটা - বিতৰণ ঃ-  প্ৰতিৱেদন পাঠৰ পাছতে সাধাৰতে বঁটা - বিতৰণৰ কাম আৰম্ভ কৰা হয় । স্কুলৰ বছৰেকীয়া পৰীক্ষাত ১ম , ২য় আৰু তয় স্থান অধিকাৰ কৰা ছাত্ৰ- ছাত্ৰীক প্ৰথমে বঁটা দিয়া হয় । তাৰ পাছত ক্ৰমে সৰ্ব্বোচ্চ নম্বৰ পাওঁতা , শ্ৰেণীত আটাইতকৈ সৰহ দিনত উপস্থিত মকা , সাহিত্য , সংস্কৃত আৰু খেল ধেমালি আদিৰ প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ - ছাত্ৰীক পুৰস্কাৰ দিয়া হয় । ইয়াৰ পিছতে নিদিষ্ট বক্তা , মুখ্য় অতিথি আৰু সভাপতি আদিয়ে ভাষন দিয়ে । এওঁ লোকৰ ভাষন দিয়ে ।  এইলোকৰ ভাষনৰ পিছত সমজুৱা সকলক দুই - চাৰি আষাৰ কবলৈ অনুৰোধ কৰা হয় । কেতিয়াবা কাৰ্যসুচীৰ ক্ৰমৰ কিচু অগা - পিছাও কৰা হয় । সভাৰ কাম যাতে আমনিদায়ক নহয় , তাৰ বাবে ছাত্ৰ সভাৰ ফালৰ পৰা মাজে মাজে গীত , আবৃতি , নাট - দৃশ্য আদি পৰিবেশনকৰা হয় । 

বঁটা বিতৰৰী সভা সচৰাচৰ আবেলি  অনুষ্ঠিত হয় আৰু শেষ হওঁতে গধূলি হয়গৈ । মূলসভা ভঙাৰ পিছত নিশাৰ ফালে  বিচিত্ৰানুষ্ঠানৰ আয়োজন কৰা হয় । ইয়াত ছাত্ৰ - ছাত্ৰীসকলে গীত - নাচ , নাট - ভাউনা , আবৃত্তি আদি পৰিবেশন কৰি নিজৰ কৃতিত্ৱ দেখুউৱাৰ লগতে দৰ্শকমণ্ডলীকো আমোদ দিয়ে ।

সামৰণি ঃ- ছবছৰ আগতে মই প্ৰাথমিক স্কুলৰ শেষ পৰীক্ষাত উৰ্ঠি হাইস্কুলৰ ৫ম শ্ৰেণীৰ পৰা ১০ ম শ্ৰেণীলৈকে এই ছবছৰ কাল একেখন হাইস্কুলতে পঢ়ি এইবাৰ এয়া শিক্ষান্ত পৰীক্ষাত বহিছো । এই ছয়োটি বছৰ বছৰে উদযাপন কৰা আমাৰ স্কুলৰ ছয়োখন বঁটা বিতৰনী সভাতে মই যোগদান কৰি আহিছোঁ । আজিলৈকে এই সভালৈ নিমন্ত্ৰিত কৰি অনা ভাল কেইজন কৃতী পুৰুষৰ উপাদেয় আৰু উপদেশমুলক ভাষন শুনি পৰম উপকৃত হৈছোঁ 

কৃতী ছাত্ৰ - ছাত্ৰীক পূৰস্কৃত কৰি ছাত্ৰ - ছাত্ৰীৰ মাজত প্ৰতিযোগীতাৰ মনোভাৱ গঢ়ি তুলি শিক্ষাৰ মানদণ্ড উন্নত কৰাই বঁটা বিতৰণী সভাৰ ঘাই উদ্দেশ্য । যদিও বটাঁ সকলোৱে লাভ নকৰে ঈৰু বটাঁ নোপোৱা ছাত্ৰ - ছাত্ৰীক মাজতো সম্ভাৱনা মম ছাত্ৰ - ছাত্ৰী নথকা নহয় আৰু বটাঁ নোপোৱা দুই- একৰ মনত কেতিয়াবা - কাচিত বিৰূপ প্ৰতিক্ৰিয়া হোৱাৰ আশংকাত নথকা নহয় । তথাপি বটাঁ বিতৰণী সভাৰ দ্ৱাৰা ইয়াৰ উদ্দেশ্য সিদ্ধ হোৱা বুলিয়ে মোৰ বিশ্বাস হৈছে । কিয়নো বটাঁ বিতৰণী সভাৰ প্ৰভাৱ মোৰ জীৱনতো নপৰা নহয় । যথেষ্ট বিনয় সহকাৰে স্বীকাৰ কৰো যে মই মেধাৱী ছাত্ৰ নহওঁ । বটাঁ বিতৰণী সভাত মোৰ সহপাঠী বন্ধুসকলৰ কোনো কোনোৱে বটাঁ লাভ কৰা দেখি মোৰো মনত বটাঁ লাভৰ আকাংক্ষা ওপজে আৰু ৮ম শ্ৰেণীৰ পৰা ৯ম শ্ৰেণীলৈ উঠোতে মই তৃতীয় স্থান লাভ কৰোঁ আৰু সেই বাবেই মই বটাঁ বিতৰণী সভাত প্ৰথম বাৰ বটাঁ পাওঁ । পিছৰ বাৰত নাপালে লাজৰ কথা হব ভাবিয়ে ঘাইকৈ নৱম শ্ৰেণীত মই পঢ়াত অধিক মনোযোগ দিওঁ আৰু দশম শ্ৰেণীলৈ দ্ৱিতীয় হৈ প্ৰমোটন পাওঁ। সেয়ে মই ভাবো বটাঁ বিতৰণী সভাই ছাত্ৰ - ছাত্ৰীৰ পৰম উপকাৰ সাধে  আৰু সকলো স্কুলতে প্ৰত্যেক বছৰে মমাৰীতি বটাঁ বিতৰণী সভা পতা উচিত ।

...............তোমাৰ বিদ্যালয়ৰ বটা বিতৰণী সভা ৰচনা..............

how do you start an award speech merit day speech prize distribution ceremony in school essay prize distribution speech for students prize distribution speech in school result distribution speech why do you deserve the leadership award why do you deserve this award essay your school held a two day diwali mela your school's award distribution meeting essay about your school's award distribution meeting essay assamese your school's award distribution meeting essay assamese language your school's award distribution meeting essay brainly your school's award distribution meeting essay by a student your school's award distribution meeting essay by a teacher your school's award distribution meeting essay by the author your school's award distribution meeting essay class 10 your school's award distribution meeting essay class 12 your school's award distribution meeting essay class 6 your school's award distribution meeting essay competition your school's award distribution meeting essay conclusion your school's award distribution meeting essay discussion your school's award distribution meeting essay diwali your school's award distribution meeting essay easy your school's award distribution meeting essay ending your school's award distribution meeting essay english your school's award distribution meeting essay essay your school's award distribution meeting essay essay in english your school's award distribution meeting essay essay writing your school's award distribution meeting essay essays your school's award distribution meeting essay example your school's award distribution meeting essay for class 10 your school's award distribution meeting essay for class 3 your school's award distribution meeting essay for class 5 your school's award distribution meeting essay for class 6 your school's award distribution meeting essay format your school's award distribution meeting essay grade 3 your school's award distribution meeting essay grade 4 your school's award distribution meeting essay grade 5 your school's award distribution meeting essay heading your school's award distribution meeting essay health your school's award distribution meeting essay hindi your school's award distribution meeting essay in assamese your school's award distribution meeting essay in assamese language your school's award distribution meeting essay in english your school's award distribution meeting essay in hindi your school's award distribution meeting essay junior your school's award distribution meeting essay junk food your school's award distribution meeting essay ka your school's award distribution meeting essay ke liye your school's award distribution meeting essay ki your school's award distribution meeting essay language your school's award distribution meeting essay letter your school's award distribution meeting essay lines your school's award distribution meeting essay long your school's award distribution meeting essay mother your school's award distribution meeting essay my aim in life your school's award distribution meeting essay my school your school's award distribution meeting essay new year your school's award distribution meeting essay note your school's award distribution meeting essay notice your school's award distribution meeting essay on my school your school's award distribution meeting essay outline your school's award distribution meeting essay pdf your school's award distribution meeting essay pdf download your school's award distribution meeting essay please your school's award distribution meeting essay points your school's award distribution meeting essay points in english your school's award distribution meeting essay questions your school's award distribution meeting essay questions and answers your school's award distribution meeting essay quotations your school's award distribution meeting essay report your school's award distribution meeting essay report writing your school's award distribution meeting essay rules your school's award distribution meeting essay to class teacher your school's award distribution meeting essay topics your school's award distribution meeting essay ukg your school's award distribution meeting essay ukg class your school's award distribution meeting essay upsc your school's award distribution meeting essay very easy your school's award distribution meeting essay video your school's award distribution meeting essay visit to historical place your school's award distribution meeting essay writer your school's award distribution meeting essay writing your school's award distribution meeting essay writing in english your school's award distribution meeting essay xenophobia your school's award distribution meeting essay zero your school's award distribution meeting essay zero point your school's award distribution meeting essay zone

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us