Type Here to Get Search Results !

999+ Assamese word Meaning | অসমীয়া শব্দ অৰ্থ, অভিধান | আ ৰ অসমীয়া শব্দ আৰু অৰ্থ

 আ 


এই পেজত 999+ ৰো অধিক আ ৰ অসমীয়া শব্দ অৰ্থ, অভিধান দিয়া হৈছে ।


১. আখ্যা - নাম, উপাধি, সংজ্ঞা, খিতাপ।


২. আদম - আদি মানৱ, আল্লাৰ সৃষ্ট প্ৰথম মানুহ।


৩. আগচি - আগভেটি ধৰি, যোৱাত বাধা দি, আগুৰি ধৰি।

৪. আগলি - আগ।

৫. আঘাত - প্ৰহাৰ, কোব, মাৰ।

৬. আদেশ - হুকুম, আজ্ঞা।

৭. আন্দোলন - কোনো সমূহীয়া দাবী পূৰণৰ বাবে ঐক্যবদ্ধ হৈ কৰা বিক্ষোভ।

৮. আমুৱা - হেঁপাহ নাইকিয়া, ভোগ কৰিবলৈ অনিচ্ছা।

৯. আৱৰণ - গছৰ ছাল, ফল আদিৰ ভিতৰত থকা অতি মিহি সূতাৰ নিচিনা বস্তু।

১০. আপুৰুগীয়া- দুৰ্লভ, আটকীয়া।

১১. আকাৰ- আকৃতি, গঢ়, গঠন।

১২. আমোলমোল- মলমলীয়া গোন্ধযুক্ত, সুৱাসিত।

১৩. আখ্যান- কাহিনী, উপাখ্যান, সাধুকথা।

১৪. আবদাৰ- গভীৰ আৰু পৰিপূৰ্ণ মৰম, মৰম লগোৱা কাম, অসংগত দাবী।

১৫. আউল-বাউল - বিশৃংখল, সানমিহলি

১৬. আওৰা  - মনত ৰাখিবৰ কাৰণে ঘনে ঘনে মাত।

১৭. আওলা - আগচালি ।

১৮. আঁচু - কাপোৰৰ আঁচলত ফুল তুলিবলৈ বোলোৱা সুতা।

১৯. আত্মজীৱনী - নিজৰ জীৱনৰ বৃত্তান বণনা কৰা পুথি।

২০. আত্মবিশ্বাস - নিজৰ ওপৰত প্ৰত্যয়।

২১. আপ্ৰাণ - প্ৰাণ টাকি কৰা, প্ৰাণ থকা পযন্ত,দেহে কেহে।

২২. আবদ্ধ - আটক কৰা, বদ্ধ।

২৩. আমোল - কোনো অধিপতিয়ে শাসন কৰা কাল।

২৪. আয়ত্ত - বশীভুত, অধীন।

২৫. আতনাদ - শোক বা ভয়তে মৰা চিঞৰ ।

২৬. আৱাসভুমি - কোনো প্ৰাণী, উদ্ভিদ সাধাৰণতে বতি থকা পৃথিৱীৰ কোনো ঠাই  আৰু তাৰ প্ৰাকৃতিক পৰিৱেশ।

২৭. আৱিস্কাৰ -  ব্যক্ত কৰা কায, প্ৰাকাশিতকৰণ, ইতিপুবে থকা কিন্ত আনে  নজনা বস্ত, ঠাই, বিষয়ে আদি পোন প্ৰথমে প্ৰকাশ কৰা কায (২)আৱিস্কত বস্ত, ঠাই , বিষয় আদি।

২৮. আন্তজাতিক - বিভিন্ন ৰাষ্ট্ৰ সম্বন্ধীয়, একাধিক ৰাষ্ট্ৰৰ মাজৰ।

২৯. আকাশচুম্বী - অধিক ওখ।

৩০. আঁকোৰগোজ - নিজৰ মতে সকলো কাম হোৱা স্বভাৱৰ।

৩১. আকুলতা - ব্যাকুলতা।

৩২. আঁকল - সাৱতি ধৰা।

৩৩. আসোঁৱাহ - আঘাট।

৩৪. আইটি - বয়স্কজনে ছোৱালী - বোৱাৰীক সম্বোধন কৰা ব্যৱহাৰ।

৩৫. আউসী - পূৰ্ণিমাৰ বীপৰীত।

৩৬. আকস্মিক - হঠাতে হোৱা।

৩৭. আঁটি - টানকৈ বন্ধা।

৩৮. আকুল - কিবা বস্তুৰফালে মন ঢাল খোৱা।

৩৯. আওকাঠী - নিম্মকাঠ কাঠী।

৪০. আউঠানি - মুখ ঠেকেচা খাই পৰা।

৪১. আঁণপইতা - পূৰঠ নোহোৱা অৱস্থা।

৪২. আকূতি - মনৰ বাঞ্ছা।

৪৩. আকাংক্ষা - মোহ যোৱা।

৪৪. আুউনিআটি - মাজুলীৰ সত্ৰসমূহৰভিতৰত এখন প্ৰধান সত্ৰ।

৪৫.আইদেও - মহিলাক কৰা সম্বোধন।

৪৬. আচনি - চৰকাৰ বা নানান মানুহে লগলাগি কৰা এক পৰিকল্পনা।

৪৭. আঁজলি - অঞ্জলি।

৪৮. আচাৰ - নীতি - নিয়ম।

৪৯. আজলী - একেবাৰে সাধাৰম ছোৱালী।

৫০. আজজজোঁৰ - বলেৰে মৰা টান।

৫১. অজলা - যাৰ বুদ্ধি নাই।

৫২. আত্মহত্যা - নিজকে নিজে হত্যা কৰা।

৫৩. আত্মসাত - অন্যায়ভাৱে নিজৰ হাতলৈ অনা কাম।

৫৪. আঢ্যৱন্ত - ধন - সম্পদ থকা লোক।

৫৫. আঁঠুৱা - ৰাতি ম'হৰ কামোৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা এবিধ কাপোৰৰ আৱৰণ।

৫৬. আঙুলি - হাত বা ভৰিৰ কিছু অংগ।

৫৭. আচবাব - ঘৰৰ কিছুমান সামগ্ৰী।

৫৮. আচাৰ্য - যাৰ পৰা শীক্ষা প্ৰাপ্ত কৰা হয়।

৫৯. আঘোণ - অসমীয়াৰ এটা মাহ।

৬০. আচামী - যাৰ বিপক্ষে গোচৰ দিয়া হয়।

৬১. আছাৰেকণী - বৰষুণৰ পৰা অহা ছিটিকনী।

৬২. আতলচ -  এক বিশেষ ফল।

৬৩. আজব - আগতে নোহোৱা।

৬৪. আছুতীয়া - বেলেগকৈ ৰখা।

৬৫. আছাৰি - পিতন দিবলৈ ব্যৱহাৰ কৰা এডাল সৰু মাৰি।

৬৬. আঙুৰ - এবিধ মিঠা ফল।

৬৭. আদ্যোপান্ত - আৰম্ভনিৰ পৰা অন্তলৈকে সকলোখিনি।

৬৮. আঁকোৱাল - দুহাতেৰেআকোৱালি লোৱা।

৬৯. আগীয়াঠুঁটি - ডাঙৰ নৈ।

৭০. আঁকোৰা - ঘোৰ খোৱা।

৭১. আতোলতোল - বৰ মৰমেৰে ৰখা।

৭২. আঘাট - কষ্ট পোৱা।

৭৩. আজিনাই - চকুত হোৱা এবিধ ফোঁহা।

৭৪. আৱিষ্কাৰ - বিচাৰি  উলিওৱা , প্ৰকাশ বা ব্য়ক্ত কৰি উলিওৱা।

৭৫. আঁটকাল - উমান পোৱা, গম পোৱা।

৭৬. আওলা - ঘৰৰ পানি পাছৰ খুটাৰ বাহিৰে ওলমি বা ওলাই থকা চাল।

৭৭. আঁওজা - পিঠিৰে বেৰৰ সহায়ত থিয় হোৱা।

৭৮. আঁচিনাই - চকুত হোৱা ৰোগ।

৭৯. আঁচুৱা - খোৱাৰ পাছত মুখ ধোৱা।

৮০. আচোৰ - কিবা জোঙা বস্তুৱে লাগি ঘা লগোৱা কাৰ্য।

৮১. আকোৱাল - দুটা বাহুৰ মেৰ খোৱা।

৮২. আকলুৱা - খাৱলৈ যোনো পোৱা নাই।

৮৩. আকৰ্ষক - কোনো এটা বস্তু বহুত ভাল দেশা।

৮৪. আঁকোচা - যিয়ে লাজ অপমানলৈ ভয় নকৰে।

৮৫. আখি - কাঠ বা বাহৰ গাঠি।

৮৬. আখৈ - ধান ভাজিলে ফুটি উঠা।

৮৭. আগ - সন্মুখৰ ফাল।

৮৮. আকিঞ্চন - দুখীয়া।

৮৯. আগলৈ - আগ ফাললৈ অহা।

৯০. আগ্ৰহ - খোনো এটা বস্তু পাবলৈ কৰা হেপাহ।

৯১. আগতে - সন্মুখতে।

৯২. আঙঠি - ঙাতৰ আঙলিত পিন্ধা অলঙ্কাৰ।

৯৩. আগে - আগতে হয় যোৱা।

৯৪. আগুন - জুই, অগ্নি।

৯৫. আগে-পিছে - আগতো আৰু পিছতো।

৯৬. আঙঠা - পোৰাৰ পিছত কাঠ ডাল।

৯৭. আজৰ - জোন জন মানুহৰ জ্বৰ নাই।

৯৮. আজৰীয়া - বন নতকা।

৯৯. আজ্ঞা - ঢাঙৰে খৰুক দিয়া উপদেশ।

১০০.আজনি - তামুলৰ লগত খোৱা সুগন্ধি গুটি।

১০১. আউস- মন দি নথকা।

১০২. আখৰ্- বৰ্ণ।

১০৩. আক্ৰ- আখেজ।

১০৪. আক্য়াত- উল্লেখ থকা।

১০৫. আগ্ৰন্থন- বন্ধন।

১০৬. আগ্-হাতে- সোহাতেৰে।

১০৭. আই-ঐ- দয়া কৰি মতা মাত।

১০৮. আইল- আহিল।

১০৯. আকাংক্ষা- ইচ্ছা।

১১০. আকৰ্ষক- চমুম্বূকৰ পাথৰ।

১১১. আগ ভৰি- সোঁভৰি।

১১২. আগ দুৱাৰ- সন্মুখত থকা দুৱাৰ।

১১৩. আগু- সমুখ।

১১৪. আগাৰা- এবিধ শাক।

১১৫. আচাৰ-বিৰুদ্ধ- সমাজ প্ৰচলিত হৈ থকা নিয়মৰ বিপক্ষে।

১১৬. আচৰ- মুক্ত মঞ্চ।

১১৭. আকায়- হস্ত।

১১৮. আগকথা- ভূমিকা।

১১৯.  আগমূৰা- আগহীন।

১২০. আজাব- দণ্ড।

১২১. আৰোহণী- পদযাত্ৰা।

১২২.আঁলং- কাইট।

১২৩. আলতোৱা- কঠিন নোহোৱাকৈ।

১২৪. আলানি কৰ- ধ্বংস কৰা।

১২৫. আৱৰ- পুনৰ।

১২৬. আস্পদ- পাত্ৰ।

১২৭. আসৰিশী- কাৰো লগত তুলনা কৰিব নোৱাৰা।

১২৮. আহুভোল- অলগদ্ধ।

১২৯. আলাপ পৰিচয়- আত্মীয়তা।

১৩০.আৱৰ্ত- নদীৰ ঢৌৰ পাক।

১৩১. আৱাজ- শব্দ।

১৩২. আৰেক্-চন্দ-ন বিশেষ ঔষধ।

১৩৩. আউগুনিয়া- মাৰিটানিয়া নামৰ দেশখনত চলি থকা এটা মুদ্ৰা।

১৩৪. আউট- প্ৰকাশ নকৰি মনতে ভাৱি থকা কথাবোৰ।

১৩৫. আইজং- এবিধ ধানৰ প্ৰজাতি আৰু চাউল।

১৩৬. আউল্ লাগ্- নৈৰাজ্য়িক।

১৩৭. আউৰ্- আৰু।

১৩৮.  আইনা- প্ৰতিবিম্ব দেখা পোৱা এবিধ বস্তু।

১৩৯. াইংক্য়া- লালসা।

১৪০. আওতা- পৰিস্কাৰ কৰা।

১৪১. আঁছু লৈ ফুৰা-  নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ আনৰ অধীনত দৌৰা।

১৪২. আকাট- সঠিক।

১৪৩. আগ্ বঢ়াই আন্-   অলপ দূৰলৈ গৈ লগ পোৱা আৰু স্বাগতম কৰি অনা।

১৪৪. আচাৰদীপ- আৰতি কৰোতে জ্বলোৱা চাকি।

১৪৫. আড়- হাড়।

১৪৬. আঠ- এটা সংখ্যা।

১৪৭. আদব- নমস্কাৰ।

১৪৮. আত্মবিদ্য়া- ব্ৰহ্মবিদ্য়া।

১৪৯. আধি দি- উৎপাদিত সামগ্ৰীৰ সমান অংশ আনক মাটি বা জন্তু দি দি।

১৫০. আপৰাহ্নিক- সন্ধিয়া ঘটা।

১৫১. আন্দোন- ৰান্ধি থকা কাম।

১৫২. আফাল্ খা- ভৰি পিছল খাই পৰা।

১৫৩. আপ্তবাক্য়- প্ৰমাণ পোৱা কথা।

১৫৪. আমহী-গুড়ি- শকাই যোৱা আমবোৰৰ গুড়ি।

১৫৫. আয়নিত- আয়নলৈ ৰূপান্তৰ হোৱা।

১৫৬. আৰ্নাম- ভগৱান।

১৫৭. আলবিদা- বিদায় দিয়া।

১৫৮. আৱিৰ্ভাৱ- প্ৰকট হোৱা।

১৫৯. আষিয়া- আশিবোৰ কাটি পৃথক কৰি দিয়া।

১৬০. আহম পোঁহা- শৰীৰ কিছু অংগত হোৱা এবিধ মাৰাত্মক বেমাৰ।

১৬১. আকৰ্টিক-  উত্তৰ মেৰুৰ অঞ্চল।

১৬২. আলফা-আলফা- বিশেষ গৰু-ঘোঁৰাৰ খাদ্য।

১৬৩. আৱাৰ গ্লাছ-  সময় জোখিবৰ বাবে ব্য়ৱহৃত এটা সঁজুলি।

১৬৪. আষা-   উভালি লৈ যোৱাৰ সময়ত কঠিয়া মুঠি বান্ধি থোৱা। 

১৬৫. আন-চুলকৈ - আন লোকে নোচোৱাকৈ।

১৬৬. আষাৰ-চেৰেক- দুৱাষাৰ কথা।

১৬৭. আলবেনিয়া- ইউৰোপ মহাদেশত অৱস্থিত এখন দেশ।

১৬৮. আলোকচ্ছটা- পাতল  পোহৰ।

১৬৯. আক্ষাক- আনন্দ।

১৭০. আলুলায়িত- চুলি বান্ধি নথকা।

১৭১. আপচোচ্- অনুতাপ।

১৭২. আফলা পৰ- নদীৰ ঢৌ অধিক হোৱা।

১৭৩. আদাৰ্- কাৰোবাৰ ওপৰত কোনো বস্তু থকা।

১৭৪. আত্য়য়িক- অশুভ।

১৭৫. আঠ্কোণীয়া- আঠটা কোণ থকা।

১৭৬. আদত- অভ্য়াস।

১৭৭. আত্মপৰীক্ষা- নিজকে পৰীক্ষা কৰি চোৱা।

১৭৮. আপদাহ্ সাৰ্- দায়িত্ব পৰিহাৰ কৰক।

১৭৯. আফা- দেউতা।

১৮০. আৰ্ট- কলা।

১৮১. আলেং-আথেং- অ'ত ত'ত বস্তু পেলাই থয় দিয়া।

১৮২. আশ্বাস্- শান্তনা।

১৮৩. আহেৰ্- ইয়াৰ।

১৮৪. আ- অসমীয়া স্বৰৰ দ্বিতীয় আখৰটো।

১৮৫. আউল্- জোট-পোট।

১৮৬. আই.পি.এছ- ভাৰতীয় আৰক্ষী বিভাগ।

১৮৭. আঁঠুৱা চাই ঠেং মেলা- ক্ষমতা অনুসৰি কাম কৰা। 

১৮৮. আগ্নেয় গুলি-  আগ্নেয়গিৰিৰ মুখৰ পৰা ওলোৱা ঘূৰণীয়া লাভা।

১৮৯. আড়াইত- হাত বঢ়োৱা অৰ্থাৎ সহায় কৰা।

১৯০. আদ্-বয়সীয়া- আধা বয়সৰ ।

১৯১. আনুবংশিক বিদ্য়া- আউটজীৱবিজ্ঞানৰ এজন বিশেষ  বিদ্য়া।

১৯২. আফৰী- এটা সৰু খালেৰে সজোৱা এটা ছাঁচ।

১৯৩. আৰ্তম্বৰ- হেলনীয়া শব্দ।

১৯৪. আপ্ত- উপকাৰ কৰোতা।

১৯৫. আণত-লতা- আম পাতৰ নিচিনা পাত থকা এবিধ লতা।

১৯৬. আৰ্তনাদ-  দুখৰ মাত।

১৯৭. আৱহন- উৎপাদন।

১৯৮. আষাঢ়া- উত্তৰষাড়া নক্ষত্ৰ।

১৯৯. আহ্বায়ক- নিমন্ত্ৰণ কৰা।

২০০. আশ্লেষ- আকোঁৱালি।

২০১. আনম্য়- মানি নোলোৱা।

২০২. আপত্তভঞ্জন- বিপদজনক।

২০৩. আউটপুত- প্ৰস্তুত কৰি ওলোৱা বস্তু।

২০৪. আকৰজ- খনিজ।

২০৫. আগ্য়াচিত- এজোপা বনৌষদি উদ্ভিদ।

২০৬. আজোব- আচৰিত হোৱা।

২০৭. আড়াল- বস্তু ঢাকি থোৱা এবিধ সঁজুলি।

২০৮. আথিয়া- নৰ্মদা।

২০৯. আনুৰক্তি- ভালপোৱা।

২১০. আফত- সংকট।

২১১. আবোনন- মিলা-প্ৰীতি নথকা।

২১২. আবশ্য়ক- দৰকাৰ।

২১৩. আয়নীয়- আয়নৰ লগত সম্পৰ্ক থকা।

২১৪. আৰ্কাইভ- প্ৰাচীন কিছুমান তথ্যপাতি।

২১৫. আলপ্তি-  ৰাগৰ কথোপকথন।

২১৬. আলাসতে- মৰমতে।

২১৭. আশ্বমেধিক- আচৰিত উচ্চ।

২১৮. আহুন- তেওঁলোক।

২১৯. আলু- দাঁতৰ এক বিশেষ অংশ।

২২০. আনৰ্থক্য- ব্যৰ্থতা।

২২১. আন- আন্ধ।

২২২. আত্মাশ্ৰী- মৎস্য়।

২২৩. আপনা- নিজৰ।

২২৪. আন্তঃৰাষ্ট্ৰীয়- বিভিন্ন ৰাষ্ট্ৰৰ লগত সম্পৰ্ক থকা।

২২৫. আয়ত্ত- প্ৰভুত্ব কৰা।

২২৬. আৰ্জা- আকাৰ।

২২৭. আলজেৰিয়া- আফ্ৰিকা মহাদেশত অন্তৰ্ভুক্ত এখন দেশ।

২২৮.আলৱা- তাৰোপৰি।

২২৯. আল্টু-ফাল্টু- প্ৰত্য়েক সময়তে ধেমালি কৰি থাকি সময় নষ্ট কৰা।

২৩০. আহমক- একোৱে নজনা লোক।

২৩১. আৰোহী- উঠোতা।

২৩২. আজ্ঝাকৰক্- আদেশ কৰক।

২৩৩. আছি- আঙুলি।

২৩৪. আত্মজ- ল'ৰা সন্তান।


২৩৫. আত্মজীৱনী- নিজে নিজৰ বাবে লিখা কাহিনী।


২৩৬. আদি মূল- প্ৰকৃত কাৰণ।


২৩৭. আধিৰাজ্য়- ৰাজধৰ্ম। ২৩৮. আধিৰাজ্য়- ৰাজধৰ্ম। ২৩৮. আংগোলা- আপ্ৰিকা মহাদেশত থকা এখন দেশ।২৩৯. আগবলী-  আগভৰিৰ বাবে চৰ্বি।

২৪০. আঠে- এওঁলোক।


২৪১. আতুষ্টি- সন্তোষ নোপোৱা বা সন্তোষ নোহোৱা।


২৪২. আদি ৰাগ- ভৈৰৱ।


২৪৩. আধুলি ছাব্বা-  মুদ্ৰাৰ মালাত ওলমি থকা।


২৪৪. আপনিক- হীৰা।


২৪৫. আভাণক- লোকপ্ৰিয় উদ্ধৃতি।


২৪৬. আম্লিকা- তেঁতেলী।


২৪৭. আৰ্ট স্কুল- ছবি অংকণ কৰাৰ প্ৰশিক্ষণ দিয়া বিদ্য়ালয়।


২৪৮. আৱলখ্- ক'লা ৰঙৰ কাঠ।


২৪৯. আশ্ৰয়হীন- যাৰ বাসস্থান নাই।


২৫০. আহুৱৈ- এবিধ বনৰীয়া ঔষধি উদ্ভিদ।


২৫১. আৰ্ছেনিক- এবিধ মৌল।


২৫২. আনলিমিটেড- সীমা নথকা।


২৫৩. আপ্তনা- নিজৰ সম্বন্ধৰ।


২৫৪. আম-সাৰ- বিবাহত কৰা মংগলদায়ক কাম।


২৫৫. আৰমান- কামনা।


২৫৬. আলফুলকৈ- কষ্ট নাপাই অতি মৰমেৰে।


২৫৭. আৱহ মণ্ডল- বায়ুমণ্ডল।


২৫৭. আহম্মক- মুৰ্খ।


২৫৮. আহ্বয়- নাম।


২৫৯. অনুভৱনীয়- অনভিজ্ঞ।


২৬০. আপণিক- দোকান সম্পৰ্কীয়।


২৬১. আব্ৰা- একো নজনা।


২৬২. আয়মাদাৰ-  মৌলবীসকলে এনে মাটি উপভোগ কৰা।


২৬৩. আৱিষ্কাৰ- উদ্ভাৱন কৰা।


২৬৪. আশ্বিন- আহিন মাহ।


২৬৫. আৰ্থিক- অৰ্থৰ লগত জড়িত।


২৬৬. আৱন্ধ-  আটক কৰা।


২৬৭. আহৰণ- গ্ৰহণ।


২৬৮. আপোনাৰ মঙহ আপুনি খোৱা- খঙত জ্বলি পুৰি নিজৰ ধ্বংস নিজেই কৰা অৱস্থা।


২৬৯. আতোদ্য়- চাৰিটা বাদ্য়যন্ত্ৰক একে সমানে বজোৱা।


২৭০. আথলইতা- আলতীয়া।


২৭১. আঠ্ধতুৱা- আঠটা প্ৰধান ধাতুৰ দ্বাৰা সজ্জ্বিত।


২৭২. আগতীয়া- আগতে হোৱা।


২৭৩. আউল্-বাউল্- বিশৃংখল।


২৭৪. আওলা- আমলখি।


২৭৫. আক্- ইয়াক।


২৭৬. আইখৰ- ছবি।


২৭৭. আউট- ক্ৰিকেট খেলুৱৈ ক্ৰিকেট খেলখনৰ পৰা বাহিৰ হোৱা।


২৭৮. আকৰিক- খনি দৰ্শক।


২৭৯. আচৰা- মাছ মাৰিবলৈ ব্য়ৱহাৰ কৰা শেৱালী জাল।


২৮০. আঠৈ- জীৱ-জন্তুৰ গাত থকা এবিধ পোক।


২৮১. আদচাৰি- তিনি আৰু আধা।


২৮২. আদেশ- নিৰ্দেশ।


২৮৩. আয়নয়- বক্ৰ কৰা।


২৮৪. আপোনাকে নাটে কুৰ্মাক বাটে- আতিথ্যশীল।


২৮৫. আমলা- টেঙা হ'ব ধৰা।


২৮৬. আলম- ব্ৰহ্মাণ্ড।


২৮৭. আৱা- পিতা।


২৮৮. আহব- যুদ্ধ।


২৮৯. আফোট- আফৰোট গছ আৰু  এই গছজোপাৰ ফলবোৰ।


২৯০. আনয়- বেলেগ।


২৯১. আত্মীয়স্বজন- নিজ সম্পৰ্কীয়।


২৯২. আউবাটে যা- বিপদৰ দ্বাৰা প্ৰভাৱিত।


২৯৩. আচাৰ- গা-মূৰ ধোৱা কাৰ্য।


২৯৪. আঠ্-চুকীয়া- ৮টা চোক থকা।


২৯৫. আদ-কলহ-   কুমাৰে তৈয়াৰ কৰা মাটিৰ কলহ।


২৯৬. আনু-নিঃতম- মিচিং জনগোষ্ঠীৰ নতুন গীত।


২৯৭. আফগান- আফগানিস্তানৰ বাসিন্দাসকল।


২৯৮. আমন্ত্ৰণ- নিমন্ত্ৰণ।


২৯৯. আৰবচৰা- পাৰ হৈ যোৱা বছৰ।


৩০০. আলপনা- দুৱাৰ মুখ।


৩০১. আৱহ- জলবায়ু।


৩০২. আশ্ৰয় ল-  ৰক্ষা পোৱা।


৩০৩.আধাৰ্- খাদ্য়।


৩০৪. আপতন বিন্দু- পতন বিন্দু।


৩০৫. আঁভজ- এলাগী।


৩০৬. আদাৰ বীজ- উৎপাদনত উৎপাদিত বীজৰ পৰা উৎপাদিত বীজ।


৩০৭. আপদ-সাৰ- সংকটৰ পৰা মুক্তি পোৱা।


৩০৮. আৱিষ্কাৰক- উদ্ভাৱক।


৩০৯. আপদ-সোঁচৰ- ভৱিষ্যতলৈ বিপদ বাঞ্ছা কৰা।


৩১০. আবিৰ- পাকুৰ গুড়ি।


৩১১. আয়ক- বিধৱা নোহোৱা মহিলা।


৩১২. আৰ্টিষ্ট- শিল্পী।


৩১৩. আধাৰ চক্ৰ- মানুহৰ দেহত থকা ছটা চক্ৰৰ ভিতৰত একেবাৰে নীচ চক্ৰটো।


৩১৪. আপন্নসত্ত্বা- গৰ্ভৱতী মহিলা।


৩১৫. আবুৰ- ঢাকি ৰখা বস্তু বা বস্ত্ৰ।


৩১৬. আৰ্জেন্ট- একেবাৰে দৰকাৰ হোৱা।


৩১৭. আলেখ- গ্ৰাফ।


৩১৮. আশুব্ৰীহি- আহুধান।


৩১৯. আহুদি- মন বশ কৰিব পৰা ঔষধ।


৩২০. আনা-গনা- চলাচল কৰা।


৩২১. আদি পৰ্ব- মহাভাৰতৰ প্ৰথম অংশ।


৩২২. আগ-জাননী- কোনো কাম বা বিপদৰ আগত পোৱা অধিসূচনা।


৩২৩. আচৰিত্- আশ্চৰ্যপূৰ্ব।


৩২৪. আইদেউ- সন্মান কৰি মহিলাক মতা মাত।


৩২৫. আউট্য়াল- কাজিয়া।


৩২৬. আঁচোৰণ- আঁচোৰা কাম।


৩২৭. আ- যদি কিবা অসমীয়া শব্দৰ পূৰ্বত না-পদৰ অৰ্থ বুজোৱা হয়।


৩২৮. আওৰত- মহিলা।


৩২৯. আঁজনি- আচিনাই।


৩৩০. আগলি- কোনো বস্তুৰ সন্মুখৰ অংশ।


৩৩১. আচয়- পোৱা।


৩৩২. আড়ত- গুদাম।


৩৩৩. আত্মতুল্য়- নিজৰ সৈতে তুলনা কৰা।


৩৩৪. আদম-চুমাৰি- পিয়ল।


৩৩৫. আদি ৰূপ- সাধুকথা।


৩৩৬. আদিব্য়াধি- শাৰীৰিক আৰু মানসিক  কষ্ট।


৩৩৭. আপৰুচি- নিজৰ ইচ্ছা মতে।


৩৩৮. আফিং- কানি।


৩৩৯. আলু তোল- সমূলি ধ্বংস কৰা।


৩৪০. আপ্তকাম- পূৰ্ণ মনোৰথ।


৩৪১. আপ-টু-  এতিয়ালৈকে।


৩৪২. আবিৰ্ভূত- প্ৰকাশ কৰা।


৩৪৩. আয়-ব্য়য়- উপাৰ্জন আৰু খৰছ কৰা।


৩৪৪. আল-জাল- বিশৃংখল হোৱা।


৩৪৫. আৰ্নান- কাৰ্বি জনগোষ্টীৰ মহালিসাকলে পিন্ধা আঙুঠি।


৩৪৬. আম্ৰাত- অমৰা বৃক্ষ আৰু ইয়াৰ ফল।


৩৪৭.  আৰ্তবন্ধু- দুখৰ বান্ধৱ।


৩৪৮. আলুৱে-পুলিৱে খন্দা- ছিন্নমূল কৰা।


৩৪৯. আষুধি- প্ৰতিকাৰ।


৩৫০. আশংসা- বাঞ্ছা।


৩৫১. আহ্লাদিত- সুখী।


৩৫২. আশোৱাৰী- গানৰ ৰাগ।


৩৫৩. আৰ্জন- উপাৰ্জন।


৩৫৪. আলি-আই-লিগাং- মিচিং জনগোষ্ঠীৰ এটা উৎসৱ।


৩৫৫. আষি- কলৰ থোপা।


৩৫৬. আলিংগন- আকোঁৱালী লোৱা উচিত।


৩৫৭. আৱাসিক- থাকিবৰ বাবে  সুবিধা থকা।


৩৫৮.  আত্ৰাণি-  আতুৰ স্থিতি।


৩৫৯. আগো- হেৰা।


৩৬০. আজ্ঝপ্ত- অনুমতি পোৱা।


৩৬১. আইডিয়া- ধাৰণা।


৩৬২. আইলা- তিফাই।


৩৬৩. আংলা- আঙুলি।


৩৬৪. আওকাঠী-নৰম।


৩৬৫. আকাংক্ষণীয়- আশা কৰিব লগীয়া।


৩৬৬. আগভাত- মৃতকৰ মৃত্য়ু হোৱাৰ আগত খোৱা ভাত।


৩৬৭. আচাৰবেদী- পৱিত্ৰ স্থান।


৩৬৮. আইতাল- ঢাৰি-পাতি।


৩৬৯. আচ্কা- প্ৰায়।


৩৭০. আদায়- ডিমাচা জনগোষ্ঠীৰ লোকসকলে আইতাকক সম্বোধন কৰি মতা নাম।


৩৭১. আন্দোলন- সঁজুলিৰ তাঁৰত কম্পন।


৩৭২. আবিষ্কৃত- উলিওৱা।


৩৭৩. আমনি লগা-  এলাহ বা ভাগৰ লগা।


৩৭৪. আৰক্-  কিছুমান ঘূৰ্ণনশীল বস্তুৰ পৰা উতলা ৰস।


৩৭৫. আলং- উখ স্থান।


৩৭৬. আলুৱে-পোখাই- আলু আৰু পোখাৰল লগত।


৩৭৭. আস্য়- মুখ।


৩৭৮. আহুতলী-  আহু খেতিৰ পআমোদিত- আথাৰ।


৩৭৯. আহাৰি- স্বভাৱ-চৰিত্ৰ।


৩৮০. আঁঠৈ- গৰু-ছাগলী আদিৰ নিচিনা জন্তুৰ গাত থকা এটা পোক।


৩৮১. আচৰণ- ব্য়ৱহাৰ।


৩৮২. আঘাতিয়া- আঘাতকাৰী।


৩৮৩. আটি-  মুঠা।


৩৮৪. আঠাইশ- বিশৰ লগত আঠ যোগ হৈ মুঠ।


৩৮৫. আটিপতি- ভালযত্ন।


৩৮৬. আত্তি- ঐৰাৱত।


৩৮৭. আদায় দে- পৰিশোধ কৰা।


৩৮৮. আনুমা- মাহীমাক।


৩৮৯. আপ্তশ্ৰুতি- বেদ।


৩৮৯. আৰ- ইয়াৰ।


৩৯০. আলতি- আৰু।


৩৯১. আৱাস- বাসস্থান।


৩৯২. আস্বাদিত- যি খাদ্য়ৰ জ্য়োতি লোৱা হৈছে।


৩৯৩. আহেলী- প্ৰকৃত।


৩৯৪. আঘোণা- আঘোন মাহত জন্ম হোৱা।


৩৯৫. আজাৰ- ৰং।


৩৯৬. আন্ঠু- শৰীৰৰ এটা অংগ; আঠু।


৩৯৭. আদেশ-পত্ৰ- নিৰ্দেশ বিচাৰি দিয়া দৰ্শাস্ত।


৩৯৮. আপণ- বজাৰ।


৩৯৯. আফলোদয়- ইচ্ছা পূৰণ নোহোৱালৈকে।


৪০০. আময়- অসুখ।


৪০১.  আমোদিত- আনন্দ পোৱা।


৪০২. আৰট- অভিনয়কাৰী।


৪০৩. আপাতী- দৰকাৰী।


৪০৪. আধাৰু- ভেটি।


৪০৫. আন্তৰ- সৎ।


৪০৬. আলাপন- কথা-বতৰা।


৪০৭. আৰাল- বস্তু ঢাকি ৰাখিবৰ বাবে ব্য়ৱহাৰ কৰা এটা বস্তু।


৪০৮. আপোচ কৰ- নিষ্পত্তি কৰ। 


৪০৯. আমোদ- আনন্দ।


৪১০. আৰি- এবিধ মাছ।


৪১১. আলোকীয় পথ- পোহৰ পথৰ মাজেৰে আগবঢ়া।


৪১২. আশাবাদী- আসা কৰি থকা।


৪১৩. আহাল- যাজক।


৪১৪. আলোকন- চোৱা।


৪১৫. আৰামী চকী- আৰাম কৰি বহি থাকিব পৰা চকী।


৪১৬. আই.পি.চি.- ইণ্ডিয়ান. পেনেল. ক'ড।


৪১৭. আইতা-  মা বা দেউতাৰ মাক।


৪১৮. আওখৰিয়া- ভূল পথে যোৱা।


৪১৯. আঁট- যিমান লাগে।


৪২০. আগৰ্-কাঠ্- এবিধ গোন্ধযুক্ত কাঠ।


৪২১. আজমীড়- যদু ৰাজবংশৰ এজন ৰজা।


৪২২. আথৰ্- অধিক বুঢ়া হোৱা।


৪২৩. আনামতে- কোনো কাৰণ নথকাকৈ।


৪২৪. আপেক্ষিকতা- এটাৰ লগত আনটোৰ সমপৰ্ক থকা মনোভাৱ।


৪২৫. আধ- অৰ্ধ।


৪২৬. আপিনলেইতা- অপূৰঠ।


৪২৭.  আয়ং- তিৱা জনগোষ্ঠীৰ লোসকলৰ বৰ্মাক।


৪২৮. আৰকত- ৰঙচুৱা।


৪২৯. আৰুৱা চাউল- আৰৈ চাউল।


৪৩০. আলসুৱাকৈ- অক্ষত।


৪৩১. আপোনযহী- নিজৰ প্ৰসংশা কৈ ফুৰা।


৪৩২. আধাপেটী ভাত- আধৰুৱা আকাংক্ষা।


৪৩৩.  আত্মনিষ্ঠা- কেৱল নিজৰ কথা আৱা।


৪৩৪. আগ দাঁত- ওপৰ পাৰি দাঁতৰ প্ৰথম দাঁত দুটা।


৪৩৫. আঁৰ্- ঢাকনী।


৪৩৬. আঁৰ দি- বেৰ দিয়া।


৪৩৭. আকায়- বাসস্থান নথকা।


৪৩৮. আওলাদ- সন্তান।


৪৩৯. আকস্মিক- হঠাত।


৪৪০. আগনি- প্ৰথমবাৰ টানি উলিয়াই অনা।


৪৪১. আচ- আশা।


৪৪২. আত- হাত।


৪৪৩. আত্মগ্ৰাহী- নিজে ল'ব বিচৰা।


৪৪৪. আদি- মনত পোৱা মনত লগা দুঃখ।


৪৪৫. আনাড়ি- জ্ঞান নথকা।


৪৪৬. আফচোচ- অনুতাপ ।


৪৪৭. আমতি- অম্বুবাচী।


৪৪৮. আৰণ্য়- হাবিত থকা।


৪৪৯. আমিৰা- আমি।


৪৫০. আৰ্যপুত্ৰ- পূৰণি দিনত পত্নীসকলে স্বামীক সন্মান কৰি মতা নাম।


৪৫১. আশ্ৰম ধৰ্ম- চাৰি আশ্ৰমৰ প্ৰতি সকলোৰে উচিত কৰ্তব্য়।


৪৫২. আহু-বৰা- এবিধ ধানৰ প্ৰজাতি।


৪৫৩. আইধা- পাঠ।


৪৫৪. আউঠা- বাহী বস্তু।


৪৫৫. আকোঁ- হাকুটীৰে টনা।


৪৫৬. আকল- বুদ্ধি।


৪৫৭. আইলান- আল্পনা।


৪৫৮. আজোঁৰ মাৰ- টানি অনা।


৪৫৯. আকটিমুৰ্খ-  একো নজনা অলগদ্ধ।


৪৬০. আড়ী- বাৰী।


৪৬১. আনুমানি- সঠিক নোহোৱা।


৪৬২. আম্- এবিধ টেঙা ফল।


৪৬৩. আৰণ- শিক্ষক।


৪৬৪. আল্লি- বন।


৪৬৫. আশাপূৰ্ণ- যাৰ মনোকামনা পূৰণ হৈছে।


৪৬৬. আহম-সালিী- দ মাটিত কেতি কৰা এবিধ ধান।


৪৬৭. আৰু বেলি- পাৰ হৈ যোৱা বছৰ।


৪৬৮. আহ্-যাহ্- চলাটল কৰা।


৪৬৯. আহল-বহল- দীঘল-পুতল।


৪৭০. আৰোগ্য়- সুস্থ হোৱা।


৪৭১. আল্দা- বেলেগ।


৪৭২. আবৰণ শক্তি- মায়া।


৪৭৩. আহনা- এওলোক।


৪৭৪. আৰ্গন- এবিধ গেছীয় মৌল।


৪৭৫. আনৰ্ত- গুজৰাটৰ এখন ঠাই।


৪৭৬. আনুবংশিক- বংশৰ একাদিক্ৰমে।


৪৭৭. আত্মোপন- নিজৰ সমান।


৪৭৮. আজি- এই দিন।


৪৭৯. আত্মদমন- নিজকে দমন কৰি ৰখাই থোৱা।


৪৮০. আদিবৰাহ- বিষ্ণু।


৪৮১. আধুনিক- নতুন।


৪৮২. আনুলোমিক- বৈধ।


৪৮৩. আত্মসিদ্ধি- মুক্তি।


৪৮৪. আনমন- মনটো বেলেগত থকা।


৪৮৫. আফাল্- খুন্দা মাৰা।


৪৮৬. আবৈ- আইতা।


৪৮৭. আমাই- মা।


৪৮৮. আৰ্থনীতিক- অৰ্থনীতিৰ লগত জড়িত।


৪৮৯. আলিবাট- পথ।


৪৯০. আশ্লিষ্ট- যোগ হৈ থকা।


৪৯১. আহব- যজ্ঞ।


৪৯২. আলাকী- সুখী নোহোৱা।


৪৯৩. আদিষ্ট- নিৰ্দেশ পোৱা।


৪৯৪. আফিৰ- পুনৰ।


৪৯৫. আভাষিত- কথিত।


৪৯৬. আমাঠেৰ- আমাৰ।


৪৯৭. আৰম্ভণি- কোনো কাম বা কোনো কিতাপৰ প্ৰথমচোৱা।


৪৯৮. আৰ্তি- সংকত।


৪৯৯. আলিমুলি- খেলিমেলি লগা।


৫০০. আস্- দুখ বুজোৱা মাত।


৫০১. আস্বাদ- সোৱাদ।


৫০২. আৰ্তৰাৱ- চিঞৰ।


৫০৩. আলিঞ্জৰ-  মাটিৰ দ্বাৰা নিৰ্মাণ কৰা পানীৰ পাত্ৰ।


৫০৪. আভোগ- ফেঁটী সাপ।


৫০৫. আৱৰণ- সাঁফৰ।


৫০৬. আহালা- আওখাল।


৫০৭. আলিপ্ত- চৰ্চা কৰা।


৫০৮. আৰ্ঘা- মৌমাখি।


৫০৯. আপী- ছোৱালী।


৫১০. আধৰুৱা- সম্পূৰ্ণ নোহোৱা।


৫১১. আতৈ ফল - আপেল।


৫১২. আদিদেৱী- দুৰ্গা দেৱীৰ এটা নাম।


৫১৩. আপতন- ধ্বংস।


৫১৪. আত্মীয়- নিজৰ সম্বন্ধীয়।


৫১৫. আত্মজা- কন্য়া সন্তান।


৫১৬. আবাগ্ৰা- ডিমাচা জনগোষ্ঠীৰ লোকসকলে ককাদেউতাকক সম্বোধন কৰি মতা নাম।


৫১৭. আস্মান- গগন।


৫১৮. আক্ষেপ্- দোষ।


৫১৯. আলটুৱা- কঠিন নোহোৱা।


৫২০. অক্ষতা- ক্ষত নোহোৱা।


৫২১. আই.টি.- তথ্য প্ৰযুক্তি।


৫২২. আংলা- আমলখি।


৫২৩. আকান্দেৰী- জড়।


৫২৪. আচৰ- বৈঠক।


৫২৫. আগচি ধৰ্- যোৱাত বাধা প্ৰদান কৰা।


৫২৬. আজে-বাজে- মূল্য় নথকা।


৫২৭. আড়ষ্ট- অস্থিৰ হৈ নথকা।


৫২৮. আধুনিকতা- বৰ্তমানত চলি থকা নিয়ম-কাজ।


৫২৯. আপৰ্- সময় নথকা।


৫৩০. আপেসি- প্ৰতী৭া কৰি থকা।


৫৩১. আবদ্ধ- এটা কোঠাত বন্ধ হৈ থকা।


৫৩২. আমদ- শ্লিপীসকলে মঞ্চত প্ৰৱেশ কৰা।


৫৩৩. আৰ- পাহাৰত কৰা ঝুমখেতি।


৫৩৪. আলকোৰাণ- ইছলাম ধৰ্মৰ এখন ধৰ্মগ্ৰন্থ।


৫৩৫. আসৱ- সুৰা।


৫৩৬. আক্ষৰিক- আখৰৰ লগত সম্পৰ্কীয়।


৫৩৭. আনাজ্- কৃষি।


৫৩৮. আধা-ফুটা-মাত- জন্ম হোৱাৰ পিছত সন্তানবিলাকৰ মাত ভালকৈ নহা।


৫৩৯. আপকৰ্-  অনিষ্ট কৰা।


৫৪০. আধান- গ্ৰহণ।


৫৪১. আত্মবল- দিব্ব শক্তি।


৫৪২. আণ্ট- আট।


৫৪৩. আছকইত- এলাহ লগা।


৫৪৪. আখুটি- আমনি লগা।


৫৪৫. আঁৰ কাতি মাৰ-  কাম কৰাৰ ভয়ত পলাই ফুৰা কাৰ্য।


৫৪৬. আওকাত- সময়।


৫৪৭. আইট- কোনো কাম কৰিবৰ বাবে দৰকাৰ হোৱা সুবিধা।


৫৪৮. আঁচলত জীউ বান্ধ- অধিক ভয় খোৱা।


৫৪৯. আকণা- কাণ তাল মাৰি যোৱা।


৫৫০. আও বুঢ়া- অধিক বুঢ়া হোৱা।'


৫৫১. আঁতৰ হ- দূৰলৈ যোৱা।


৫৫২. আখ্য়ান বস্তু- কাহিনীৰ বিষয়ে।


৫৫৩. আঙুৰলতা- আঙুৰ গছৰ দৰে লতা।


৫৫৪. আটাইটাই- দৌৰা-দৌৰিকৈ।


৫৫৫. আদ্য়া- মা দুৰ্গা।


৫৫৬. আন্দু-  হাতীৰ ভৰিত পিন্ধা শৃংখলা।


৫৫৭. আবৰী জেঙা- সমস্য়া।


৫৫৮. আমঠি- পকি যোৱা আমৰ বীজ ।


৫৫৯. আয়ুক্ত-  চৰকাৰী পৰিক্ৰমা বিভাগৰ মুৰব্বী।


৫৬০. আলয়্- বাসস্থান।


৫৬১. আলোক ৰশ্মি-  পোহৰ ৰেখা।


৫৬২. আহিত লক্ষণ- নিজৰ গুণৰ পৰাই খ্য়াতি অৰ্জন কৰিব পৰা।


৫৬৩. আধামূৰীয়া- মূৰৰ এফাল অংশ।


৫৬৪. আদৰ-লাদৰ- মৰম-চেনেহ।


৫৬৫. আনন্-লোক- স্বৰ্গ।


৫৬৬. আবই- দেউৰী জনগোষ্ঠীৰ লোকসকলে আইতাককক মতা নাম।


৫৬৭. আমাসাৰ- আমাৰ।


৫৬৮. আৰুণাম কেথে- কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পূজা কৰা এজন দেৱতা।


৫৬৯. আলাট- দুষ্টামি।


৫৭০. আসন্ন মৃত্য়ু- মৃত্য়ুৰ দিন কাষ চাপি অহা।


৫৭১. আহোম কুহুম-  বিশ্বাস কৰিব পৰা।


৫৭২. আমেক-  ঘা।


৫৭৩. আলম্ব- বাসস্থান।


৫৭৪. আসা ছেদ কৰ- আশা পূৰণ কৰিব নোৱাৰা।


৫৭৫. আৰোহ- ওপৰলৈ উঠি অহা।


৫৭৬. আনন্- মুখ।


৫৭৭. আপুনো- নিজেও।


৫৭৮.  আয়ত্- তলতীয়া।


৫৭৯. আলা-পেচা- সাধাৰণ।


৫৮০.  আশিৰ- অগ্নি।


৫৮১. আদৰি- সামান্য় কথাতে কান্দি পেলোৱা ছোৱালী।


৫৮২. আণ্টি- টানকৈ।


৫৮৩.  আখি- বাঁহৰ গাঠি।


৫৮৪. আগপাত- বিশেষ সন্মান।


৫৮৫. আঁহুৰা- গাখীৰ খিৰাব নিদিয়া গাই।


৫৮৬. আওকৰ- ইটাৰ সৰু টুকুৰা।


৫৮৭. আওপাকে- বিপৰীত পাকে।


৫৮৮. আকাশ লংঘা- অধিক ওখ।


৫৮৯. আছা- বিছা।


৫৯০. আদালত্- শুদ্ধ-ভূল বিচাৰ কৰা স্থান।


৫৯১.  আনন্দভৈৰৱ- মহাদেৱৰ এটা ৰূপ।


৫৯২. আবা- বাইদেউ।


৫৯৩. আমোদী- ৰঙিয়াল।


৫৯৪. আলখনী- পিশাচিনী।


৫৯৫. আসী- সাঁপৰ বিষ থকা দাঁত।


৫৯৬. আহুজ- সন্তান জন্ম দিয়াৰ পিছত লালন-পালন কৰা কাৰ্য।


৫৯৭. আলোকচিত্ৰ- পোহৰৰ সহায় লৈ যন্ত্ৰৰ দ্বাৰা অংকণ কৰা ছবি।


৫৯৮. আলোকাৰী- কদম গছ।


৫৯৯. আদি-পুৰাণ- ব্ৰহ্মপুৰাণ।


৬০০. আত্মংশ্লাঘা- নিজকে কৰা প্ৰশংসা।


৬০১. আকৰ্ণন- শুনা।


৬০২. আগলৈ- ভৱিষ্য়তলৈ।


৬০৩. আড়াঠেকা- সংগীতৰ তাল।


৬০৪. আদিত্য়প্ৰাণ- সূৰ্যৰ নিচিনা জীৱ।


৬০৫. আনন্দ-মূৰ্তি- আচ্চা- বাটি।


৬০৬. আদ্য়প্ৰাণী- প্ৰাণী সাম্ৰাজ্যৰ আটাইতকৈ সৰল এককোষী প্ৰাণী।


৬০৭. আন্দোন- প্ৰত্য়েকবাৰে মাত্ৰ এটা কথাকে আলোচনা কৰি থকা।


৬০৮. আণড়া- অমৰা।


৬০৯. আদান-প্ৰদান- দিয়া-লোৱা।


৬১০. আনন্দময়ী- মা দুৰ্গাৰ এটা নাম।


৬১১. আপূষ- ধাতু।


৬১২. আণচং- তিৱা জনগোষ্ঠীৰ এটা কুলৰ নাম।


৬১৩. আত্মসন্মান- নিজৰ সন্মান।


৬১৪. আঞ্জাত- অনুমান।


৬১৫. আগ বাঢ়্- আগলৈ গতি কৰা।


৬১৬. আজ্গৱ্- শিৱ বাবৰ ধনু।


৬১৭. আতপোদক- মৰিচীকা।


৬১৮. আদিত্য়সুনু- সূৰ্যদেৱতাৰ পুত্ৰ।


৬১৯. আচমান- অম্বৰ।


৬২০. আটকীয়া- দুৰ্লভ।


৬২১. আদি পালি- কঠিয়া সিচাৰ পূৰ্বে মাটিত  ব্য়ৱহৃত সাৰ।


৬২২. আপত্তি- বাধা।


৬২৩. আৰণি- ঘূৰ্ণীবতাহ।


৬২৪. আস্বাদক- সোৱাদ লয়।


৬২৫. আন্- অন্য় এটা।


৬২৬. আদমী্- মানুহ।


৬২৭. আনুষংগিক- লগত থকা।


৬২৮. আচল- বিজুতি।   


৬২৯. আপা- ল'ৰা।


৬৩০. আৰক্ষী- পুলিচ।


৬৩১.আসংগ-প্ৰসংগ- হলিগলি।


৬৩২. আত্মহনন- নিজৰকে হত্য়া কৰা।


৬৩৩. আনুপদিক- পশ্চাদগামী।


৬৩৪. আত্মপ্ৰতাৰণা- নিজকে ঠগোৱা।


৬৩৫. আঙিনা- চোতাল।


৬৩৬. আকৰ্ণিত- শ্ৰুত।


৬৩৭. আওঢলীয়া- এটা ফালে ঠাল খাই যোৱা।


৬৩৮. আউলীয়া- ধৰ্মীয় লোক।


৬৩৯. আকস্মিক বান- হঠাতে অহা বানপানী।


৬৪০.  আজা- ককাদেউতাক।


৬৪১. আঠ্-ষষ্ঠি- ষাঠিৰ লগত আঠ যোগ হোৱা।


৬৪২. আতা- দেউতা।


৬৪৩. আনন্দমোহন- ঈশ্বৰ।


৬৪৪. আপ- বোপাই।


৬৪৫. আপ্তকাৰী- গৰাকী।


৬৪৬. আৰল'ছ- ছোৱালী।


৬৪৭. আৱিষ্কৃত- আৱিষ্কাৰ কৰা।


৬৪৮. আৰ খেতি- ঝুম খেতি।


৬৪৯.  আপালি-  ওকণী।


৬৫০. আনন্দাশ্ৰু- অধিক আনন্দত চকুপানী উলোৱা।


৬৫১. আধাৰ-ভূমি- মূল।


৬৫২. আত্মবিনাশ- নিজকে ধ্বংস বা হত্যা কৰা।


৬৫৩. আচান- কঠিন নোহোৱা।


৬৫৪. আকচেল্ঙা- এচেৰেঙা।


৬৫৫. অষ্টসপ্ততি- আঠসত্তৰ, ৭৮।


৬৫৬. আওন্ধ্- আন্ধ।


৬৫৭. আঁটন- যিমান বিচাৰে সিমানে হোৱা।


৬৫৮. আঁচলৰ ধন- মৰমৰ সম্পত্তি।


৬৫৯. আগধৰি- আগতে।


৬৬০. অসিতোৎপল- পদ্ম।


৬৬১. অৱদাহ- গৰম।


৬৬২. আওখতিকৰ্- আমণি কৰ্।


৬৬৩. আকৰ্ষি- চুম্বকৰ নিচিনা আকৰ্ষণ কৰা।


৬৬৪. আচাৰ্- আচৰণ্।


৬৬৫. আতেসে- ইয়াৰ কাৰণে।


৬৬৬. আদুটি- সমান এক অংশ।


৬৬৭. আবৃত্- ঢাকি ৰখা।


৬৬৮. আৱৰ- বেৰি ৰখা।


৬৬৯. আস্তানা- ইটাগুড়ি।


৬৭০. আবিষ্ট- কৃদ।


৬৭১. আই-কণ- সৰু ছোৱালীক মৰমত মতা নাম।


৬৭২. আঁজুৰি- টানি অনা কাৰ্য।


৬৭৩. আগঢ়- বেয়া আকৃতি।


৬৭৪. আগুন- অগ্নি।


৬৭৫. আচাৰ পা- চুব নোৱাৰা হ।


৬৭৭. আঁঠুৱা- ম'হ সুমাব নোৱাৰাকৈ ৰাতি বিচনাৰ চাৰিওদিশে পাৰি লোৱা কাপোৰৰ আৱৰণ।


৬৭৮. আউলা- আৰৈ চাউল।


৬৭৯. আউতি- ভাউতি- হাত বা মুখেৰে দেখুৱাই দিয়া অংগী ভংগী।


৬৮০. আংবাই চাই যোৱা- পৰিহাৰ কৰা।


৬৮১. আকোপথথে- অধিক সময়ৰ পিছত।


৬৮২. আগু- শৰীৰৰ অংগ আঠু।


৬৮৩. আচৰি- ব্য়ৱহাৰ কৰি।


৬৮৪. আঙুলিৰ মুৰত লিখিব পৰা- বেছি সংখ্যা নোহোৱা।


৬৮৫. আওহতীয়া- সোহাতৰ বীপৰীত ফালে থকা।


৬৮৬. আকৰবি- চুম্বকৰ নিচিনা টানি ্না।


৬৮৭. আচাৰ-বৰ্জিত- নিয়ম বৰ্জন কৰা।


৬৮৮. আপগা- তটিনী।


৬৮৯. আমাগিলা- আমি।


৬৯০. আগ্-পিচ্ কৰ- কামত হাত বঢ়াই দিয়া।


৬৯১. আছৰা- আশা।


৬৯২. আঘ্ৰাত- গোন্ধ পোৱা।


৬৯৩. আগাৰি- নদী।


৬৯৪. আওমৰণ- বেয়া মৃত্য়ু।


৬৯৫. আকাশী পথ- বিমান চলাচল কৰা পথটো।


৬৯৬. আদদাং- মুৰ্খ।


৬৯৭.আপ্মান্- কোনো লোকে অপমান কৰিলে অন্তৰত পোৱা আঘাত।


৬৯৮. আৰণি-পূৰণি- অধিক পূৰণি।


৬৯৯. আলম্গীৰ- পৃথিৱীৰ মহান লোক।


৭০০. আশ্ৰুতি- প্ৰতিজ্ঞা।


৭০১. আহুৰি- অধিক হুলস্থুল হৈ থকা পৰিৱেশ।


৭০২. আপ্তবন্ধু- আপোন লোক।


৭০৩. আন্তঃস্বৰ- দুটাকৈ স্বৰধ্বনিৰ মাজত থকা।


৭০৪. আথ্-বেথ্- সমাদৰ।


৭০৫. আজিকা- আজিৰ দিনটো।


৭০৬. আগুকোবা- প্ৰাৰ্থনা।


৭০৭. আঁঠুৰ মূৰত সোণ বিচাৰে- বিনা কষ্টৰ দ্বাৰা আশা পূৰণ কৰিব বিচৰা।


৭০৮. আখৰুৱা- লিখি থোৱা।


৭০৯. আক্ৰমণ- অপকাৰ কৰিব বিচৰা।


৭১০. আগালি- নাওঁখেল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা এজন অগ্ৰগামী।


৭১১. আজাৰ- মৃতকক দেহটো অন্তিম সংস্কাৰ কাৰা।


৭১২. আগধন্- মূল্য়ৰ অংশ।


৭১৩. আইজনী- ছোৱালীক মৰমত মতা নাম।


৭১৪. আকলি- লক্ষ্য় কৰি।


৭১৫. আখেজ্- হিংসা।


৭১৬. আচানক্- ঘপককৈ।


৭১৭. আজ্ঞাপন- নিৰ্দেশ দিয়া।


৭১৮. আত্ম- নিজৰ।


৭১৯. আথবৰ্ণ- অৰ্থবেদৰ বিষয়ে জনা মানুহ।


৭২০. আধুৰা- আধাতেই শেষ হোৱা।


৭২১. আনাইজ ছিম- উৰহী।


৭২২. আপদীয়া- বিপদ অনা।


৭২৩. আভা- পোহৰ।


৭২৪. আলতা- লাৰ ৰস।


৭২৫. আসংগ- বন্ধু।


৭২৬. আস্তে-আস্তে- অধিক ধীৰে-ধীৰে।


৭২৭. আমনিকৰ্- এলৱাহ লাগি যোৱা।


৭২৮. আধাৰসা- আধা বয়স যোৱা।


৭২৯. আধতুৱা- আঠবিধ ধাতুৰ পৰা নিৰ্মাণ কৰা হোৱা।


৭৩০. আপতিক- অকস্মাতে আহি যোৱা।


৭৩১. আধি ধান- আধি কৃষিত লাভ অৰ্জন কৰিব পৰা ধানৰ ভাগ।


৭৩২. আঙুলিয়া- দেখাই দিয়া।


৭৩৩. আখৈ- ধান ভাজি প্ৰস্তুত কৰা  বগা ৰঙৰ এবিধ সৰু খাদ্য়।


৭৩৪. আঁত- পেটৰ নাড়ী।


৭৩৫. আগিয়াথুৰি- ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ প্ৰান্তত অৱস্থিত কামৰূপ জিলাৰ এটা পাহাৰ।


৭৩৬. আক্কিল- অপমান কৰা আৰু নিজৰ সন্মান।


৭৩৭. আকৰ্ষিত- যাক টনা যায়।


৭৩৮. আগঢ়ী- দেখিবলৈ অশুৱনি।


৭৩৯. আজাদী- বেলেগৰ তলতীয়া হৈ নথকা।


৭৪০. আতোলা- এটকাৰ আধা।


৭৪১. আদেয়- স্বীকাৰ্য ।


৭৪২. আতৈ- সত্ৰৰ ভকত।


৭৪৩. আফগানি- আফগানিস্তান দেশত চলি থকা মুদ্ৰা।


৭৪৪. আয়ম্- খোৱা থকাত বেলেগৰ দৰে ব্য়ৱহাৰ কৰা।


৭৪৫. আৱহ- বহন কৰা।


৭৪৬. আশী- সংখ্যা।


৭৪৭. আহ্ত- আমন্ত্ৰণ দিয়া।


৭৪৮. আৰোহণীয়- আৰোহণযোগ্য়।


৭৪৯. আলফুল- আনন্দ মনেৰে।


৭৫০. আলোচনী-মুখপত্ৰ।


৭৫১. আৰ্ট ফিল্ম- কলাত্মক চলচ্চিত্ৰ।


৭৫২. আপোইদা- বিপদ কৰা।


৭৫৩. আধাসিথা- সম্পূৰ্ণভাৱে নিভিজা।


৭৫৪. আত্য়ন্তিক- অধিক বেছি।


৭৫৫. আটি্ল- টিলা নোহোৱা।


৭৫৬. আগ্নেয়াস্ত্ৰ- যি অস্ত্ৰ জুইৰ সহায়ত ব্য়ৱহাৰ কৰা হয়।


৭৫৭. আঁঠুৰ ছাল ছিগ- বৰকৈ মিনতি কৰা।


৭৫৮. আঁ কৰ- মুখ মেলা।


৭৫৯. আউতেজা- পাৰ হৈ যোৱা বছৰটোৰ আগৰ বছৰ।


৭৬০. অহংকৰ্তা- কোনো কাম কৰা বুলি ভাৱি গৰ্ব কৰি ফুৰা।


৭৬১. আকাংক্ষী- আশাটো এৰি দিব নোৱৰা।


৭৬২. আগ্-ভাগ্ ল- কোনো কাম কৰিবৰ বাবে হেপাহ জন্মা।


৭৬৩. আচাৰ-ব্য়ৱহাৰ- নিয়ম-নীতি।


৭৬৪. আঁজোৰপিজোঁৰ- টনা আজোৰা কৰা কাৰ্য।


৭৬৫. আউলু-আপচু- বিপদ-বিঘিনি।


৭৬৬. আকৰা- হাঁকোটা।


৭৬৭. আগ্নেয়- জুই সম্পৰ্কীয়।


৭৬৮. আজিকালি কৰি- ধীৰে ধীৰে।


৭৬৯. আনা-বাৱে- বতাহ নোপোৱাকৈ।


৭৭০. আফগানিস্তান- এছিয়া মবাদেশৰ অন্তৰ্গত এখন দেশ।


৭৭১. আমলেট- অণলেট।


৭৭২. আলতীয়া- লাগি ধৰা।


৭৭৩. আহম বগৰী-  বগৰীৰ এটা প্ৰজাতি।


৭৭৪. আধাসাৰি- অধিক শ্ৰম কৰা।


৭৭৫. আজ্ঞাকাৰী-  আদেশ পাই কাম কৰা।


৭৭৬. আধৃতি- সম্পূৰ্ণ নোহোৱা।


৭৭৭. আনুভূতিক- আৱেগিক।


৭৭৮. আদ্-মহীয়া- দুই অনা জোখৰ।


৭৭৯. আগুৰ্- বেৰি ধৰা।


৭৮০. আংগুল- আছি।


৭৮১. আউৰ বেলি- আৰু সময়।


৭৮২. আঁচুৱা- খাই হোৱাৰ পাছত মুখ ধোৱা কাৰ্য।


৭৮৩. আখজা- অভ্য়াস নোহোৱাৰ বিনিময়ত কাম কৰিব নোখোজা।


৭৮৪. আচামী- জগৰ কৰা লোক।


৭৮৫. আউ-ছাউ- খামতি জনগোষ্ঠীৰ লোকসকলে খুড়াকক সন্মান কৰি মতা নাম।


৭৮৬. আঁজলি- দুয়োখন হাত একেসমানে পতা কাৰ্য।


৭৮৭.  আট্-মঙলা- বিয়াৰ আঠ দিনৰ মূৰত কইনাৰ ঘৰত দৰাক খাবলৈ মতা ভোজ।


৭৮৮. আগ ছে- খামতি জনজাতিৰ লোকসকলে পেহীয়ক সম্বোধন কৰি মতা নাম।


৭৮৯. আইদ্খান- আধাখিনি।


৭৯০. আ-অলংকাৰ- কাপোৰ আৰু গা-গহনা।


৭৯১. আওৰা- আবৃত্তি কৰা।


৭৯২. আধাৰি- চৰু বা মাটিৰ কলহৰ ঘূৰ্ণন ক্ষাৰ।


৭৯৩. আচান্ত- মুখ ধোৱা কাৰ্য।


৭৯৪. আগপাৰেবা- উন্নত।


৭৯৫. আচ্মানী- মৃত্য়ু হোৱা।


৭৯৬. আঁচড়া- ফণিয়া।


৭৯৭. আগবিয়া- ধৰম বিবাহ।


৭৯৮. আউৰ আউৰে- ইজনে সিজনক।


৭৯৯. আঐইচ হকী- বৰফৰ ওপৰত খেলা হকী খেল।


৮০০. আজাৰবাইজান- ইউৰোপ মহাদেশত অন্তৰ্ভুক্ত এখন দেশ।


৮০১. আতায় সাগৰ- ভয়ংকৰ বিপদ।


৮০২. আদি-  খেতিৰ বাবে বেলেগ লোকক খেতি কৰিব দিয়াৰ পাছত   দিয়া মাটিৰ শস্যৰ সমান অংশ।


৮০৩. আপং- মিচিং জনগোষ্ঠীৰ লোকসকলে ঘৰতে বনোৱা মদ।


৮০৪. আভজনি কৰ- অপ্ৰয়োজনীয়ভাৱে ধ্বংস হৈছে।


৮০৫. আয়না- দাপোণ।


৮০৬. আমোলন-টেঙা- অম্লান।


৮০৭. আৰ্কিটেক্সাৰ- স্থপতিবিদ্য়া।


৮০৮. আলছা- েলেহুৱা।


৮০৯. আৱাসভূমি- বাসভূমি।


৮১০. আহমদ- হজৰদ মহম্মদৰ এটা নাম।


৮১১. আক্ষেপক- তিৰষ্কাৰক।আৰ্টিকা- চাউল-পানীসহ চৰুটো।


৮১২. আচম্বিতে- হঠাতে।


৮১৩. আখ্য়ান- উপাখ্যান।


৮১৪. আঁকোৱাল মাৰি ধৰ- সাবতি ধৰা।


৮১৫. আঁকন- আঁক টানন।


৮১৬. আঁকোৰা- বেঁকা।


৮১৭. আকবাৰ- আগবাঢ়>


৮১৮. আগতে- সমুখতে।


৮১৯. আঁৰ দিয়া- নেদেখা হোৱা।


৮২০. আঁঠুৱে-আঁঠুৱে সাতোৰ- হাবাথুৰি খাই ফুৰা।


৮২১. আই লেভেল-  চকুত পোনপটীয়াকৈ পৰা  দৃশ্যমান দৃশ্যৰ বাবে লোৱা দৃশ্যগ্ৰহণ।              


৮২২. আগৰ- অগৰু।


৮২৩. আচবাব- সামগ্ৰী।


৮২৪. আঁঠুত মুৰ লগা- বুঢ়া আৰু কুজা।


৮২৫. আউ- কোনো এখন স্থানৰ বিশেষ অংশ।


৮২৬. আওৰাও- ভাল খবৰটো বাৰে বাৰে পুনৰাবৃত্তি কৰি থকা।


৮২৭. আঁঠুৱা চাই ঠেং মেলা- ক্ষমতা অনুসৰি কাৰ্য কৰা।


৮২৮. আইন প্ৰণয়ম- নিয়ম ।


৮২৯. আকৰ্ণ- কাণলৈকে।


৮৩০. আগভাত খোৱা-  মৃতকৰ মৃত্য়ু হোৱাৰ আগতে ৰন্ধা ভাত খোৱা।


৮৩১.আকাংক্ষা- ইচ্ছা।


৮৩২. আঁচ মাৰ- আঁক টান।


৮৩৩. আগুচ্চা- দেউৰী পূৰুষ।


৮৩৪. আত্মাধীন- পৰাধীন নোহোৱা।


৮৩৫. আদব-কায়দা- কৰ্মৰ নীতি-নিয়ম।


৮৩৬. আঘ্ৰাণ্- গন্ধ।


৮৩৭. আজ্ঞানুসৰি- নিৰ্দেশ ক্ৰমে।


৮৩৮. আড়িয়া- ষাড়।


৮৩৯. আতুৰণি- কাতৰ পৰিস্থিতি।


৮৪০. আত্মদৰ- নিজকে লোৱা যত্ন আৰু আদৰ।


৮৪১. আধাপইতা- আধা সিজা।


৮৪২. আত্মবলি- নিজকে উৎসৰ্গা কৰা।


৮৪৩. আণৰ- দেউৰী সমাজখনৰ ভনীয়েকৰ গীৰিয়েক।


৮৪৪. আৰৈয়া- শুকান।


৮৪৫. আলোচনা-বিবেচনা।


৮৪৬.  আস্কায়- হঠাত।


৮৪৭. আহি- নেত্ৰ।


৮৪৮. আপ্তপোচা- সৰু।


৮৪৯. আত্মা- জীৱ।


৮৫০. আত্মাশ্ৰয়ী- নিজকে নিজে পালন কৰা।


৮৫১. আতিথ্য- আলহীক আদৰ-সাদৰ কৰা।


৮৫২. আচ্ছা- ভাল।


৮৫৩. আজ্নি- আচিনা।


৮৫৪. আলাট- ৰাস্তা নিৰ্মাণ কৰোতে শিলগুটিৰ লগত অনা এবিধ খনিজ পদাৰ্থ।


৮৫৫. আঙুলিৰ মূৰত দিন লেখ- ধৈৰ্য হেৰুৱাই অপেক্ষা কৰি থকা।


৮৫৬. আগ্ৰহ্- উৎসুক।


৮৫৭. আজি- জোঁৱাই।


৮৫৮. আতা-দেউতা- ককা।


৮৫৯. আখাজি- শত্ৰুতা।


৮৬০. আঁকা- দেউৰী জনগোষ্ঠীৰ লোকসকলে মৃতকৰ অন্তিম সংস্কাৰ কৰিবলৈ প্ৰস্তুত কৰা চিতা।


৮৬১. আদৰ্শস্থানীয়- আদৰ্শৰ উপযোগী।


৮৬২. আদিজ- প্ৰথমে উৎপত্তি হোৱা।


৮৬৩. আনাজী- আয়ৰণ মিহলি হৈ থকা ঔষধি কল।


৮৬৪. আভজনী- কৃতজ্ঞ নোহোৱা।


৮৬৫. আয়স- লোহাৰ ধৰ্ম।


৮৬৬. আৰিবা- ওলোমাই।


৮৬৭. আশয়্- মন।


৮৬৮. আহিণ্ডিক- বৰ্ণসংকৰ।


৮৬৯. আপ্তগ্ৰাসী- কেৱল নিজৰ কথা ভৱা লোক।


৮৭০. আধক- আধা সংখ্যক।


৮৭১. আথাউনি- থাউনী নোপোৱা।


৮৭২. আঠা- কামোৰ খাই ধৰা বস্তু।


৮৭৩. আজৰ্- জৰৰ অভাৱ হোৱা।


৮৭৪. আগাৰি- পূৰণি দিনত।


৮৭৫. আগ্-ভাগ্- সহায় কৰা।


৮৭৬.  আংশিক- অংশ সম্পৰ্কীয়।


৮৭৭. আকলিত- গণিত।


৮৭৮. আগোদদিগিৰ- সন্মুখৰ ফালে।


৮৭৯. আজ্ঞাপিত- আদিষ্ট।


৮৮০. আত্মতুষ্টি- নিজৰ কৰ্মত নিজে সুখী লাভ কৰা।


৮৮১. আপ্তি- উপযোগিতা।


৮৮২. আমা-ডিমা- কেঁচুৱা। 


৮৮৩. আৰক্ষকবল- আৰক্ষী বাহিনী।


৮৮৪. আলেখ্য- চিত্ৰপত্ৰ।


৮৮৫. আহ্-পাহ্- শৰীৰৰ গঠন।


৮৮৬. আৰম্ভণ- আৰম্ভণি কাম।


৮৮৭. আলেখী- গ্ৰাফ সম্পৰ্কীয়।


৮৮৮. আস্বাদন- সোৱাদ চোৱা।


৮৮৯. আঁঠুৱনীয়া- আঁঠু তল যোৱা।


৮৯০. আইধা কাইধা খা- বিপদত পৰা।


৮৯১. আগ্-চাং- চাং ঘৰৰ মুকলি অংশ।


৮৯২. আত্মজ্ঞ- সকলো জনা লোক।


৮৯৪. আদিৰাজ- পৃথুৰাজ।


৮৯৫. আনু- মা।


৮৯৬. আপাল্ মাৰ্- আছাৰ মাৰ।


৮৯৭. আমলক- আওলা।


৮৯৮. আশ্চৰ্যকৰ- আচৰিতজনক।


৮৯৯.  আলবেঙেৰা- কথা সজাই-পৰাই ক'ব নজনা মানুহ।


৯০০. আপচু- আগঢ়ী।


৯০১. আধেইলা- চালত পানী জমা হোৱাৰ স্থান।


৯০২. আথুৰনেকে- দৌৰা-দৌৰিকৈ।


৯০৩. আড্ডা- ৰে'ল আদি ৰখা স্থান।


৯০৪. আগচুলি- তালুৰ চুলি।


৯০৫. আঢেলীয়া- পানীপচা।


৯০৬. আভালভাল- মৃত্য়ু হোৱা।


৯০৭. আৱৰী জাতি- বশ মনাব নোৱাৰা জাতি।


৯০৮. আহুনীয়া- আসনৰ দৰে।


৯০৯. আউঠি- কাপোৰৰ দাঁতি।


৯১০. আইচু-দেউতা- আহোম ডাঙৰীয়া লোকসকলৰ পত্নীৰ উপাধি।


৯১১. আংছুং- ওপৰ।


৯১২. আকাজী- বব কাটিব নজনা।


৯১৩. আগা-গুৰা- প্ৰথমৰ পৰা একেবাৰে শেষৰলৈকে।


৯১৪.আগ্নেয়গিৰি- একপ্ৰকাৰৰ পৰ্বতৰ য'ৰ পৰা শিল, ছাই আৰু গেছ ওলাই আহিব পাৰে। 


৯১৫. আজ্ঞানুৰূপ- নিৰ্দেশ অনুযায়ী।


৯১৬. আতচ্- অনল।


৯১৭. আৰণ্য়ক- অৰণ্য়ত হোৱা।


৯১৮. আল-জাল- কামৰ বিষয় একোকে নজনা।


৯১৯. আৱশ্য়কীয়- প্ৰয়োজনীয়।


৯২০. আসৈ মাতন- স্বীকাৰ নকৰা।


৯২১. আতৌ-পুতৌ- মৰম- চেনেহ।


৯২২. আকৃতি-প্ৰকৃতি- চালচলন।


৯২৩. আগেভাগে- বেলেগতকৈ প্ৰথমতে।


৯২৪. আচতি- এলাহ।


৯২৫. আজ্ঞানুৱৰ্তী- আদেশ অনুসৰি কাম কৰা।


৯২৬. আত্মতত্ত্ব- আত্মা কি তাৰ বিষয়ে জনা।


৯২৭. আদি-কবি- প্ৰথমজন কবি।


৯২৮. আধাৰ-বঁটিয়া- চৰাই মাকে পোৱালিক আহাৰ খুৱাই দিয়া দৃশ্য়।


৯২৯. আষাৰ্- এটা শব্দ।


৯৩০. আৰবী- আৰব দেশখনৰ ভাষা।


৯৩১. আদীপন- আগ্ৰহী।


৯৩২. আতোলতোল দৈয়ন- অদিক মৰম কৰা দেখুওৱা।


৯৩৩. আজ্ঞা পত্ৰ- আদেশ লিখি দিয়া কাকতখন।


৯৩৪. আত্মবিশ্বাস- নিজৰ ওপৰত বিশ্বাস থকা।


৯৩৫. আজোখ্- জোখ নোহোৱা।


৯৩৬. আঘ্ৰাণ কৰ- গোন্ধ ল।


৯৩৭. আগ- বহ্নি।


৯৩৮. আউটডেটেড- পূৰণিকালৰ।


৯৩৯. আঁঠুৱা তলৰ মহ- বেলেগৰ তলত থকা।


৯৪০. আউলী-বাউলী- বলিয়াৰ নিচিনা হৈ কাপোৰ-কানি পিন্ধা।


৯৪১. আইতা- বুঢ়ী আই।


৯৪২. আচ্কাই- হঠাত।


৯৪৩. আত্মতৃপ্তি- নিজে পোৱা আনন্দ।


৯৪৪. আগ বাৰিষা- সোনকালে অহা বাৰিষাঋতু।


৯৪৫. আউল লগা- খেলিমেলি লগা।


৯৪৬. আঁট্কাল্- গম।


৯৪৭. আগডাল্- মিছা তৰ্ক কৰা।


৯৪৮. আচৰা ফেলা- মাটি বোকা দিয়াৰ পিছত ধান ছটিয়াই দিয়া।


৯৪৯. আডা- প্ৰথম স্থানত ব্যৱহৃত অতি উচ্চ-স্তৰৰ কম্পিউটাৰ এটাৰ ভাষা।


৯৫০. আদুআদুকৈ থাক- অধিক মৰম কৰি থকা।


৯৫১. আতুৰুপীয়া- সংক্ষিপ্ত।


৯৫২. আধাবঙীয়া- সম্পূৰ্ণ নোহোৱা।


৯৫৩. আপৱ- বশিষ্ঠ ঋষি।


৯৫৪. আবো- বাইদেউ।


৯৫৫. আলবাঢ়া- জোখতকৈ বহুত বেছি দুষ্টামি কৰা।


৯৫৬. আৰব্য় উপন্য়াস-  চতুৰ্দশ আৰু ষোড়ি শতিকাৰ মাজত লিখা আৰবী ভাষাৰ সাধুসকলৰ এক সংকলন।


৯৫৭. আবনুৱা- নিবনুৱা।


৯৫৮. আপালি- ঘৰত জ্বৰৰ পৰা হোৱা বিপদ।


৯৫৯. আয়ছট'প- সমান সংখ্যক প্ৰটন।


৯৬০. আলভূলা- বেঙা-বেঙি কৰি থকা।


৯৬১. আৰ্যক- ককা।


৯৬২. আলা-মালাকে- পালমাৰা নিচিনা।


৯৬৩. আৰাও- চিঞৰ।


৯৬৪. আৱা পিঠাগুৰি- ভাজি নোথোৱা পিঠাগুৰি।


৯৬৫. আস্ফালন- আছাৰ মৰা।


৯৬৬. আৰক্ষী অধিক্ষক-  এজন শীৰ্ষ আৰক্ষী বিষয়া।


৯৬৭. আফাৎ-   এনে এক ঠাই য'ত বড়ো আৰু কছাৰীসকলৰ সমাজ বহে।


৯৬৮. আওভাও- কাম কৰিবৰ বাবে পৰামৰ্শ।


৯৬৯. আমনিয়া- ভাগৰ লগা।


৯৭০. আৰ্জনীয়া- ধন ঘটি অনা।


৯৭১. আলৌ লৌ আপচু- দেখিবলৈ বেয়া।


৯৭২. আলোেককণা- এক নিৰ্দিষ্ট পৰিমাণৰ শক্তিথকা পোহৰৰ কণা।


৯৭৩. আহাৱ-   জন্তয়ে  পানী খাবলৈ কুঁৱাৰ ওচৰত থোৱা পাত্ৰ।


৯৭৪. আপোনে ছপোন ভৰুৱা- নিজৰ সম্পৰ্কীয় মানুহে অপকাৰ সাধন কৰা।


৯৭৫. আদিতেয়- অদিতিৰ পুত্ৰ সন্তান।


৯৭৬. আতাম- বিশেষ মন্ত্ৰ।


৯৭৭. আত্মগত- স্বগত।


৯৭৮. আঙঠা- জুইয়ে পুৰা চাই।


৯৭৯. আত্মজ্ঞান- নিজকে নিজকে জনা।


৯৮০. আদি-দেৱ- ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এই তিনিজনৰ ভিতৰত এজন।


৯৮১. আচৰ্- ব্য়ৱহৃত।


৯৮২. আউলা-ঝাউলা- বৃশিংখল হৈ থকা।


৯৮৩. আংচাং- সম্পূৰ্ণৰূপে বিস্মিত।


৯৮৪. আচলা- চাদৰৰ আঁচল।


৯৮৫. আঠ-ত্ৰিশ- ত্ৰিশৰ লগত আঠ যোগ হোৱা, ৩৮।


৯৮৬. আই-হুক- হাকোটা।


৯৮৭. আদেশ-পালক- অনুমতি পালন কৰা।


৯৮৮.  আবিৰ্ভাৱ- অৱতাৰ।


৯৮৯. আমৰস- বদহজম।


৯৯০. আযোধন- যুদ্ধ।


৯৯১. আলচ-বিলচ- আলোচনা কৰা।


৯৯২. আহুতি- হোমত ঢালি দিয়া ঘিউ।


৯৯৩. আস্থা-ভোজন- আস্থাৰ বাবে উপযোগী।


৯৯৪. আলৌ-অথৌ- আথ-বেথ।


৯৯৫. আৰ্জিত- অৰ্জন কৰা।


৯৯৬. আলাহ্- আমণি।


৯৯৭. আউৰণি- গোজৰণি।


৯৯৮. আই.টি.আই- ঔদ্য়োগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান।


৯৯৯. আউল- বিশেষ ধৰ্ম-সম্প্ৰদায়।


১০০০.আঁচোৰপিচোঁৰ- আঁচোৰ খোৱা।


১০০১. আউনী-আটি- অসমৰ চাৰিখন প্ৰধান সত্ৰৰ ভিতৰত প্ৰথমখন সত্ৰ।


১০০২. আঁঠু পাৰ- সন্মান দেখুৱাবৰ কাৰণে আঁঠু দুটা পাৰি বহা।


১০০৩. 𝅹আগ বঢ়াই থ- কোনোবা কৰবালৈ যাওঁতে তেওঁলোকৰ লগত অলপ দূৰত গৈ তেওঁলোকক বিদায় দিয়া।


১০০৪. আত্মঘাত- আত্মঘাত।


১০০৫. আদিয়া- বেচি হোৱা।


১০০৬. আধিয়াৰ-কাট- বেলেগৰ কাম-তকাজ কৰি দি পৰিয়াল পুহি থকা।


১০০৭. আপদাহ দি- দোষ কৰা।


১০০৮. আমৰুল- টেঙাযুক্ত শাক।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us