Type Here to Get Search Results !

SEBA Class 10 Maths Real numbers Exercise 1.4 | দশম শ্ৰেণীৰ গণিত বাস্তৱ সংখ্যা অনুশীলনী ১.৪ All Questions & Answers

SEBA Class 10 Maths Real numbers  Exercise 1.4 | দশম শ্ৰেণীৰ গণিত বাস্তৱ সংখ্যা অনুশীলনী ১.৪ All Questions & Answers




1. দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্তি (সাবধি) নাইবা কোনবোৰৰ নিৰবধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰাঃ

(i) 13/3125
হৰ 3125 = 5 x 5 x 5 x 5 x 5 = 20 x 55 [∵20 = 1]
∴ 13/3125 ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত।

(ii) 17/8
হৰ 8 = 2 x 2 x 2 = 23 x 50 [∵50 = 1]
∴ 17/8 ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত।

(iii) 64/455
হৰ 455 = 5 x 7 x 13
∴ 455 ৰ দশমিক বিস্তৃতি পৌনঃপুনিক।

(iv) 15/1600
হৰ 1600 = 2 x 2 x 2 x 2 x 2 x 2 x 5 x 5 = 26 x 52 
∴ 15/1600 ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত।

(v) 29/343
হৰ 343 = 7 x 7 x 7
∴ 29/343 ৰ দশমিক বিস্তৃতি পৌনঃপুনিক।

(vi) 23/23.52 
ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত।

(vii) 129/22.57.75 
ইয়াৰ দশমিক বিস্তৃতি পৌনঃপুনিক।

(viii) 6/15
হৰ 15 = 3 x 5 
∴ ইয়াৰ দশমিক বিস্তৃতি পৌনঃপুনিক।

(ix) 35/50
হৰ 50 = 2 x 5 x 5 = 21 x 52 
∴ ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত।

(x) 77/210
হৰ 210 = 2 x 3 x 5 x 7
∴ ইয়াৰ দশমিক বিস্তৃতি পৌনঃপুনিক।


2. ওপৰৰ প্ৰশ্ন-1 অত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ বিস্তৃতিবোৰ লিখি দেখুওৱা।

উত্তৰঃ 
(i) 13/3125 = 0.00416
(ii) 17/8 = 2.125
(iv) 15/1600 = 0.009375
(vi) 23/23.52 = 0.115
(ix)35/50 = 0.7


3. তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে। প্ৰতিটোৰ ক্ষেত্ৰতে ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা। যদি ই পৰিমেয় আৰু ই p/q আৰ্হিৰ, তেন্তে ইয়াৰ q ৰ উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰিবা?

(i) 43.123456789 যদি p/q আৰ্হিৰ 
∴ = 43123456789/1000000000
   = 43123456789/109 
   = 43123456789/(2 x 5)9 
   = 43123456789/29 x 59 
∴ q = 29 x 59 

(ii) 0.120120012000120000...... ই অপৰিমেয় আৰু ই p/q আৰ্হিৰ নহয়।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us