Class 10 General Science Chapter 4 কাৰ্বন আৰু তাৰ যৌগ ৰ Question & Answers
প্ৰশ্নাৱলীঃ
১. পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা ?
২. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন – যৌগ পাওঁ ?
উত্তৰঃ কাৰ্বনৰ যি দুটা ধৰ্মৰ বাবে আমি অজস্ৰ কাৰ্বন – যৌগ পাওঁ সেই দুটা হ’ল –
(১) কাৰ্বন – কাৰ্বন শৃংখল বা কেটেনেচন ধৰ্ম ।
(২) সমযৌগী যৌগ (Isomer) গঠন ধৰ্ম ।
ব্ৰম’পেন্টেনৰ সমযোগী সম্ভৱ ।
সমযোগীবোৰ হ’ল – ১ – ব্ৰম’পেন্টেন , ২ – ব্ৰম’পেন্টেন , ৩ – ব্ৰম’পেন্টেন ।
উত্তৰঃ (১) ব্ৰম’ইথেন (Bromoethane)
(২) মিথানল
(৩) হেক্স–I-আইন
পৰীক্ষা | এলক’হল | কাৰ্বক্সিলিক এচিড |
(১) লিটমাছ পৰীক্ষা | বৰণৰ পৰিৱৰ্তন নহয় । | নীলা লিটমাছ ৰঙা হয় । |
(২) ছ’ডিয়াম কাৰ্বনেট পৰীক্ষা | কোনো বিক্ৰিয়া নহয় । | তীব্ৰ শব্দ কৰি ফেণ বাহিৰ হয় । |
(৩) ছ’ডিয়াম মেটেল পৰীক্ষা | ফেণ আকাৰত ওলাই আহে | বাহিৰ হয় । |
প্ৰশ্নাৱলীঃ
১. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পৰিবানে ?
উত্তৰঃ নোৱাৰিম । কাৰণ অপমাৰ্জকে কোমল বা কঠিন উভয় পানীৰ লগতে ফেন উৎপন্ন কৰে । গতিকে পানী কঠিন নে কোমল ক’ব পৰা টান ।
২. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে । সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে গছকে , ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰক (Washing machine) ভৰাই জোকাৰি দিয়ে । কাপোৰ পৰিস্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?
উত্তৰঃ লেতেৰা কাপোৰৰ গ্ৰিজ বা তেল জাতীয় কণা থাকে । পানীত তিয়াই চাবোন ঘঁহাৰ লগে লগে তাত মাইছেলি উৎপন্ন হয় । মাইছেলি বা কণাপূঞ্জবোৰে কাপোৰৰ পৃষ্ঠত থকা মালিক আগুৰি ধৰি ৰাখে । যেতিয়া কাপোৰখন পানীত জোকাৰি বা থুকুচি দিয়া হয় , তেতিয়া মালিসহ মাইছেলিবোৰ পানীলৈ যায় আৰু কাপোৰখন পৰিস্কাৰ হৈ পৰে ।
২. চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কাৰ্য কাৰী মূলক হ’ল –
(ক) কাৰ্বক্সিলিক এছিড
(খ) এলডিহাইড
(গ) কিট’ন
(ঘ) এলকহল
উত্তৰঃ (গ) কিট’ন
৩. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত ) ক’লা পৰে কিয়নো –
(ক) খাদ্য ভালদৰে নিসিজিল ।
(খ) ইন্ধন সম্পূৰ্ণৰূপে দহণ নহয় ।
(গ) ইন্ধনটো সিক্ত ।
(ঘ) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয় ।
উত্তৰঃ (খ) ইন্ধন সম্পূৰ্ণৰূপে দহণ নহয় ।
৭. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য লিখা ।
উত্তৰঃ ভৌতিক ধৰ্মঃ
ইথানল | ইথানয়িক এছিড |
(১) সাধাৰণ গোন্ধ । | (১) উগ্ৰ গোন্ধ । |
(২) গলনাংক 196 K । | (২) গলনাংক 290 K । |
(৩) উতলাংক 78.C । | (৩) উতলাংক 118.C । |
ৰাসায়নিক ধৰ্মঃ