Type Here to Get Search Results !

350+ Assamese word Meaning | অসমীয়া শব্দ অৰ্থ, অভিধান | অ ৰ অসমীয়া শব্দ আৰু অৰ্থ


এই পেজত ৩৫০ ৰো অধিক অ ৰ অসমীয়া শব্দ অৰ্থ, অভিধান দিয়া হৈছে ।

১. অমাতৰ মাত- আধাফুটা মাত, শুনিবলৈ শুৱলা মাত।

২. অৱহেলা- আওহেলা, অনাদৰ।

৩. অজ্জুকা- বেশ্যা।

৪. অন্যতম- বহুতৰ ভিতৰত বিশেষ এজন বা এটা।

৫. অমূল্য- যাৰ মূল্যৰ সীমা নাই, যাৰ উচিত মূল্য বা বেচি দিব ৬ৰ পৰা নাযায়।

৭. অবিৰাম- বিৰামহীন, নেৰা-নেপেৰা।

৮. অসহনীয়- অসহ্য।

৯. অলেখ- লেখহীন বা গণনা কৰিব নোৱাৰা, অসংখ্য।

১০. অনিষ্ট- হানি, ক্ষতি, অপকাৰ।

১১. অলেখ- লেখ বা গণনা কৰিব নোৱাৰা, অসংখ্য, বিস্তৰ, বহুত।

১২. অব্যাহত- অবাধ, বাধাহীন, অনগল।

১৩. অঞ্চল- কোনো এক ভৌগোলিক পৰিসীমাৰ বিশেষ খণ্ড, এলেকা; ১৪. বিশেষ ভূখণ্ডৰ কোনো এটা ভাগ
১৫. অনুষ্ঠান- সভা, অধিৱেশন, বৈঠক; শাস্ত্ৰীয় ক্ৰিয়া-কম, উৎসৱাদি
১৬. অভিমুখে- ফালে, দিশে
১৭. অস্ত- মাৰ যোৱা, তললৈ নামি নেদেখা হোৱা
১৮. অক্ষিপট- চকুৰ মণিৰ ভিতৰৰ ফালে থকা মিহি ছাল
১৯. অখাদ্য - খোৱাৰ অনুপযোগী
২০. অনায়াসে - অলপ চেষ্টাতে, সুকলমে, সুগমে
২১. অনুসৰি - সেইমতে, অনুযায়ী
২২. অংকন- অঁকা কায
২৩. অঞ্জলি- আঁজলি
২৪. অনুক্ৰম- যথাক্ৰম
২৫. অগণিত- গণনা কৰিব নোৱাৰা
২৬. অঁকৰা- বোধশক্তিহীন
২৭. অগস্ত্য- এজন ঋষিৰ নাম
২৮. আগ-ভেটা- বাধা প্ৰদান
২৯. অকাযকৰী- কাৰ্যকৰী নোহোৱা
৩০. অকস্মাৎ- হঠাৎ
৩১. অকণমান- অলপ বা সৰু
৩২. অংগীকাৰ- প্ৰতিজ্ঞা
৩৩. অণুবীক্ষণ- খালী চকুৰে দেখা নোপোৱা বস্তু এটা দেখা পোৱা যন্ত্ৰ।
৩৪. অগ্নিবাণ- পৌৰাণিক যুদ্ধাস্ত্ৰ- বিশেষ
৩৫. অংগীভূত- অংগৰূপে অন্তৰ্ভুক্তি ঘটা
৩৬. অৱদমিত – দমাই বা হেঁচি ৰখা।
৩৭. অতলস্পশ- চলি ঢুকি নোপোৱা, বৰ দ
৩৮. অকালপক্ক- অকালতে পকা
৩৯. অৱচেতন – চেতন আৰু অচেতনৰ মধ্যৱৰ্তী অৱস্থা।
৪০. অনুপ্ৰেৰণা - উৎসাহ, উদ্গনি
৪১. অৱলম্বন – গইনা।
৪২. অন্বয় - সম্বন্ধ, সংযোগ
৪৩. অভিমুখী - দিশে, ফালে
৪৪. অৱজ্ঞা – গুৰুত্বহীন বিবেচনা।
৪৫. অৱমাননা – যথাযোগ্য মান নকৰা অৱস্থা।
৪৬. আৱাঞ্ছিত – অনিচ্ছাকৃত।
৪৭. অৱক্ষয় – ক্ৰমান্বয়ে হোৱা স্থলন।
৪৮. অৱদান - মহৎ কাৰ্য,কীৰ্তি।
৪৯. অভিভূত - বিহুৰ, তলত হেৰোৱা
৫০. অজন - চেষ্টা কৰি পোৱা, আহৰণ কৰা
৫১. অভিধানিক – অভিধান সম্বন্ধীয়, অভিধানত থকা।
৫২. অৱয়ব – সাকাৰ ৰূপ।
৫৩. অমনোযোগিতা – মনোযোগ নোহোৱা অৱস্থা।
৫৪. অৱাঞ্ছনীয় – যিটো বাঞ্ছা কৰা অনুচিত।
৫৫. অৱদান - মহৎ কাম, সকলোৱে প্ৰশংসা কৰা কাম, দান বা বৰঙণি
৫৬. অৱগুণ্ঠন – ওৰনি।
৫৭. অব্দ - বছৰ
৫৮. অৱসাদ – দেহ-মনৰ ক্লান্তি।
৫৯. অভূত্থান – হঠাতে হোৱা বিদ্ৰোহ,উদয়।
৬০. অভিলাষ – হেঁপাহ,আকাংক্ষা।
৬১. অভিনৱ – একেবাৰে নতুন।
৬২. অৱৰোধ – আবদ্ধ কৰি থোৱা কাৰ্য।
৬৩. অহংকাৰ - গব, ইদপ, নিজক ডাঙৰ বা শ্ৰেষ্ঠ বুলি ভবা
৬৪. অৱদমন – দমাই বা হেঁচি ৰখা কাৰ্য।
৬৫. অসীম - সীমা নথকা, অশেষ
৬৬. অভিশপ্ত – যি অভিশাপৰ ফল ভূগিছে।
৬৭. অৰিহণা – দান কৰা ধন,বৰঙণি।
৬৮. অৱধি – পৰ্যন্ত (মৃত্যু অৱধি)।
৬৯. অমনোযোগী – মনোযোগ নিদিয়া।
৭০. অৰিহণা – দান কৰা ধন,বৰঙণি।
৭১. অৰ্থাগমন – টকা-পইচা হাতলৈ অহা কাৰ্য।
৭২. অভিৱৰ্ত্তন – নিৰ্দিষ্ট উদ্দেশ্যত অনুষ্ঠিত সভা।
৭৩. অভিভূত – মোহিত।
৭৪. অমাতাৰ মাত- আধাফুটা মাত, শুনিবলৈ শুৱলা মাত
৭৫. অৱহেলা- আওহেলা, অনাদৰ
৭৬. অভিজিৎ - এটা নক্ষত্ৰ,বিজয় সাব্যস্ত কৰোঁতা।
৭৭. অনুপ্ৰাণিত- উৎসাহিত
৭৮. অভ্যন্তৰিক – অভ্যন্তৰ-সম্পৰ্কীয়।
৭৯. অবলা – মনোবলহীন (স্ত্ৰী)
৮০. অৱশ্যম্ভাৱি – যিটো নিশ্চিত ভাৱে হৱ।
৮১. অম্বিকাগিৰী – দুৰ্গা ৰ স্বামী।
৮২. অৰ্থৱান – ধনৱান।
৮৩. অলপীয়া – তাকৰীয়া,অধিক নোহোৱা।
৮৪. অলস ভাবে – উদ্যমহীন ভাৱে।
৮৫. অৰ্ধ – আধা।
৮৬. অন্তৰ্মুখী – ভিতৰলৈ লক্ষ্য বা গতি থকা।
৮৭. অন্তৰ্ভাগ – অভ্যন্তৰৰ ভাগ।
৮৮. অন্তৰ্নিহিত – অন্তৰালত থকা।
৮৯. অৱসৰ – আজৰি
৯০. অৱনতি – উন্নতিৰ বিপৰীত,পতন।
৯১. অন্তৰ্ধান - হঠাৎ অদৃশ্য হোৱা কাৰ্য্য।
৯২. অন্যতম- বহুতৰ ভিতৰত বিশেষ এজন বা এটা
৯৩. অমূল্য- যাৰ মূল্যৰ সীমা নাই, যাৰ উচিত মূল্য বা বেচি দিব পৰা নাযায়
৯৪. অবিৰাম- বিৰামহীন, নেৰা-নেপেৰা
৯৫. অসহনীয়- অসহ্য
৯৬. অন্তৰ্গত – ভিতৰত বা মাজত থকা।
৯৭. অৱৰ্ণনীয় – বৰ্ণনাতীত।
৯৮. অলেখ- লেখহীন বা গণনা কৰিব নোৱাৰা, অসংখ্য
৯৯. অনিষ্ট - হানি, ক্ষতি, অপকাৰ
১০০. অবাবতে – কাৰণ নোহোৱাকৈ।
১০১. অমীমাংসিত – সিদ্ধান্ত বা নিষ্পত্তি নোহোৱা।
১০২. অভাৱ – অনাটন।
১০৩. আকৰণীয়া -  কৰিব নলগীয়া ।
১০৪. অকায - কৰিব নলগীয়াকাম,বেয়া কাম।
১০৫. অতুলনীয়া - যাৰ তুলনা নাই।
১০৬. অদম্য - অদমনীয়, দমন কৰিব বা বাধা দিব নোৱৰা।
১০৭. অধীৰ - অস্হিৰ, উদ্ধিগ্ন।
১০৮. অনন্য -  অদ্ধিতীয়, আন নথকা।
১০৯. অনগল - খোকোজা নলগা, বাধা নথকা।
১১০. অনুকৃতি -  অনুকৰণ সদৃশ ৰুপ।
১১১. অন্যতম - বহুতৰ ভিতৰত এক । (২)বিশেষ।
১১২. অপকম - বেয়া কাম, কুকম, পাপ।
১১৩. অলিখিত - লিপিবদ্ধ নোহোৱা, আখৰেৰে নিলিখা।
১১৪. অৱদান -  বিশেষ দান, অনুদান।
১১৫. অৱসৰ বিনোদন-  আজৰি পৰৰ আমোদ-প্ৰমোদ।
১১৬. অৱিৰতভাৱে-     বিৰতি নথকাকৈ।
১১৭. অধ্য়ৱসায় - নেৰানেপেৰা উংসাহ বা পৰিশ্ৰম , নিৰন্তৰ চেষ্টা ।
১১৮. অদম্য় - যাক দমাব বা বশ কৰিব নোৱাৰি ।
১১৯. অভিজ্ঞতা- কৰি , দেখি , শুনি , ঠেকি লাভ কৰা জ্ঞান ।
১২০. অনন্ত - অন্ত নথকা , অক্ষয় ।
১২১. অবিহনে - অভাবে ।
১২২. অৱশিষ্ট-ব্যৱহাৰৰ শেষত বাকী থকা ।
১২৩. অন্যমনষ্ক – যাৰ মন অন্য বিষয়ত নিযুক্ত ।
১২৪. অনুসন্ধিংসু- বিচাৰি চাওঁতা ।
১২৫. অক্লান্ত – ভাগৰ নলগা ।
১২৬. অপ্ৰত্যাশিত- আশা নকৰা ।
১২৭. অবিচ্ছেদ্য- এৰিব নোৱাৰা ।
১২৮. অসমৰ্থ- অক্ষম ।
১২৯. অনন্ত- অন্ত নথকা ।
১৩০.  অংশ - ভাগ, পৰিমাণ ।
১৩১. অংশী-অংশ থকা, ভাগ থকা।
১৩২. অংশুমালা- কিৰণ মালা  , ৰশ্মিজাল।
১৩৩. অকৰা- বোবা, কথাকব নোৱাৰা। 
১৩৪. অকটু- যি কটুৰ নহয়।
১৩৫. অকণি-এক কণ, অলপ , অকণমান।
১৩৬. অকথা- বেয়া কথা নাইবা বিষয়, কৰিব নলগা কাম।
১৩৭. অকলকতীয়া-লগ সংগ ভাল নোপোৱা মানুহ, স্বাৰ্থপৰ।
১৩৮. অকৰণ- নকৰা, নিবৃত্তি।
১৩৯. অকলশৰীয়া- লগ নোহোৱাকৈ থকা ।
১৪০. অকালন-মাত নুফুটা, কেঁচুৱা, নিচেই সৰু।
১৫১. অকুটিল- সৰল, অকপট।
১৫২. অকুল- অজাতি , হীন কুল ।
১৫৩. অকূলন- অভাব, অনাটন।
১৫৪. অকৃতী- অপটু, অকামিলা, যোগ্য় নোহোৱা ।
১৫৫. অকোপ- খং নোহোৱা ।
১৫৬. অক্ত- লিপ্ত, মিশ্ৰিত।
১৫৭. অগণন- অলেখ, অসংখ্য়।
১৫৮. অগনি- অগ্নি ।
১৫৯. অগাপিচা- এটাৰ পাচত আনটো।
১৬০. অগৌৰৱ- অসন্মান।
১৬১. অগ্নি সংযোগ- জুই লগোৱা ।
১৬২. অগ্ৰদূত- প্ৰদৰ্শক ।
১৬৩. অগ্ৰাংশ- প্ৰধান  অংশ ।
১৬৪. অগ্ৰিম- আগেয়ে দিয়া ।
১৬৫. অঘৰী -  থিতাপি ঘৰ-বাৰী নথকা এজাতি মানুহ।
১৬৬. অঁচা- খোৱাৰ পিছত মূখ ধোৱা ।
১৬৭. অচিন- অচিনাকি, ৱ , পৰাজয় ।
১৬৮. অজলা- একো নজনা , হোজা  , ভোদা ।নজনা ।
১৬৯. অজন্তা- বুৰঞ্জী প্ৰসিদ্ধ গুহামন্দিৰ।
১৭০. অজয়- জয়ৰ অভা
১৭১. অজিত- কোনেও জয় কৰিব নোৱাৰা। 
১৭২. অজেই- জানিব নোৱাৰা ,দুৰ্জ্জয়।
১৭৩. অজ্ঞান- একো নজনা মূ্ৰ্খ। 
১৭৪. অটল -  অলৰ , স্থিৰ, দৃঢ।
১৭৫. অঠিক- ঠিক নোহোৱা, অনিশ্চিত। 
১৭৬. অডিত- হিচাপ অদিৰ বহী পত্ৰৰ পৰীক্ষা ।
১৭৭. অণু- অতি সূক্ষ্ম বস্তুূবা বস্তুৰ কণা ।
১৭৮. অণ্ঠকণ্ঠ- ওঁঠ আৰু নেলুৰ গুৰিৰ মাজভাগ । 
১৭৯. অতৰ্ক- তৰ্কিব নোৱাৰা, বুদ্ধিৰ অগম্য ।
১৮০. অতল- যাৰ তলি পোৱা নাযায়।
১৮১. অতিৰথী- ডাঙৰ যোদ্ধা বা ৰণুৱা ।
১৮২. অতিৰিক্ত- প্ৰয়োজনতকৈ অধিক ।
১৮৩. অতিশয়- বৰ বেছি, অত্য়ন্ত।
১৮৪. অতীজ- আগেয়ে হৈ যোৱা , পুৰণি।
১৮৫. অতুঙ্গ- অত্য়ুচ্চ, উন্নতি , শূণ্য়।
১৮৬. অতুস্ট- সন্তুস্ট নোহোৱা।
১৮৭. অত্য়াচাৰী- অন্য়ায় আচৰণকাৰী ।
১৮৮. অত্ৰাহি- নিৰুপায়, বিবুদ্ধি।
১৮৯. অথচ- কিন্তু।
১৯০. অথবা- নাইবা, কিম্বা।
১৯১. অদয়- বহুত, প্ৰচুৰ, যথেস্ট।
১৯২. অদক্ষ- যি নিপুণ নহয় ।
১৯৩. অধিৰথ- কৰ্ণৰ  তোলনীয়া পিতূ, কৰ্ণক লালন- পালন কৰা এদন ১৯৪. নীলকুলীয়া  লোক  ।
১৯৫. অধিৰাজ্য- গোটেই  সাম্ৰাজ্যৰ  অধিপতি।
১৯৬. অধীনতা- পৰাধীন, আনৰ তলতীয়া হৈ থকা ।
১৯৭. অধীৰ প্ৰকৃতি- একেথিৰে নথকা, চঞ্চল  স্বভাৱ ।
১৯৮. অধিবাসন- একো নোখোৱাকৈ লঘোনে থকা, অধিবাস ।
১৯৯. অধ্যৱসায়- একেৰাহে  লাগি থকা, নেৰানেপেৰা পৰিশ্ৰম ।
২০০. অনবহিত- অসাৱধান, অমনোযোগী।
২০১. অনভিজ্ঞ একো নজনা ।
২০২. অনাটন- অভাৱ, নাটনি অৱস্থা  ।
২০৩. অনাদি- অসীম, যাৰ সীমা নাই ।
২০৪. অনামিকা- আঙুঠি পিন্ধোৱা আঙুলিটো ।
২০৫. অনাবিল- পৰিস্কাৰ, পৱিত্ৰ।
২০৬. অনাহাৰ-  লঘোন., উপবাস।
২০৭. অনাচাৰ- কু-ব্যৱহাৰ, বেয়া আচৰণ ।
২০৮. অনীশ্বৰ- নাস্তিক, ইশ্বৰ নমনা ।
২০৯. অন্ধলা - অন্ধ মানুহ ।
২১০. অপঘাত- অকস্মাতে হোৱা ডাঙৰ ঘটনা, দূৰ্ঘটনাগ্ৰস্ত  হৈ মূত্যু।
২১১. অপকৰ্ম্ম- কু-কৰ্ম্ম, বেয়া কাম ।
২১২. অপকাৰ- ক্ষতি হোৱা, অনিষ্ট।
২১৩. অপৰিপাটি- পৰিপাটি নোহোৱা, বিশৃঙ্খল ।
২১৪. অবোধ- অজ্ঞান মানুহ, অঁজলা।
২১৫. অদৰকাৰ- - প্ৰয়োজন নথকা,  অত্যাৱশ্যকীয় ।
২১৬. অচেতন- জীৱ নথকা, চেতনাহীন হোৱা, গভীৰ  নিদ্ৰাত থকা ।
২১৭. অচিলা-  অজুহাত, কাৰণ।
২১৮. অজান- অপৰিচিত ব্যক্তি, বিবেচনাহীন ।
২১৯. অজামিল- মহাপাপীলোক, পুৰণি আখ্যানত থকা এটা মহাপাপী বামুণৰ নাম।
২২০. অজীণ-পাতকী- দন্দুৰা লোক, কাৰো সৈতে  মিলিব নোৱাৰা লোক, ২দুষ্ট।
২২১. অৰ্জ্জুনা - ঊষাৰ আন এটা নাম, অনিৰুদ্ধৰ  পত্নী ।
২২২. অট্ৰালিকা- ৰাজপ্ৰসাদ. ডাঙৰ পকীঘৰ ।
২২৩. অডিচি- হোমাৰে লিখা এখন  মহান গ্ৰন্থ।
২২৪. অদৰ্শন- দৰ্শন  নোহোৱা  , নেদেশা।
২২৫. অদল-বদল- সালসলনি. পৰিবৰ্তন ।
২২৬. অধম- পাষণ্ড, নীচ।
২২৭. অধ - তললৈ. তললৈ পতন।
২২৮. অজগৰ- এবিধ ডাঙৰ সাপ।
২২৯. অজাতি- নীচ জাতৰ মানুহ।
২৩০. অটোগ্ৰাফ- লিখকে নিজ হাতে লিখা, নিজৰ হাতৰ লেখা ।
২৩১. অধনুৱা- এনে বা শুদাই পোৱা, ধন নলগা।
২৩২. অদ্ৰোহ- অন্যায় নকৰা কাৰ্য, অহিংসা।
২৩৩. অনৰ্গল- খোকোজা নলগা, বাধা নথকা।
২৩৪. অনশ্বৰ- চিৰস্থায়ী, যাৰ নাশ নাই।
২৩৫. অনয়- বিপদ, ব্যসন।
২৩৬. অনম্বৰ- আকাশ, কাপোৰহীন।
২৩৭. অনমিত-- অজিত, অপৰাভূত, যাক নত কৰা নাই।
২৩৮. অনশন- লঘোন, উপবাস।
২৩৯. অনল- অগ্নি, জুই।
২৪০. অনৰ্থ- অনিষ্ট, অশুভ।
২৪১. অনভ্যাস- অনধ্যয়ন, অভ্যাসৰ অভাৱ।
২৪২. অনভ্ৰ- মেঘহীন।
২৪৩. অনঘ্য- যাৰ পূজা নাই, পূজ্যহীন।
২৪৪. অনৰণ্য- বনশূন্য, বাণৰপুত্ৰ।
২৪৫. অনিল- বায়ু, বতাহ।
২৪৬. অনিষ্ট- ক্ষতি, অপকাৰ, হানি।
২৪৭. অনুগমণ- অনুসৰণ, পাছে-পাছে যোৱা।
২৪৮. অনুখৰ- কঠোৰ, কঠিন।
২৪৯. অনুগ- সেৱক, অনুচৰ, অনুগামী।
২৫০. অনুপযোগী- উপযুক্ত নোহোৱা, অনুপযুক্ত।
২৫১. অকবি- ৰসবোধহীন, যি কবি নহয় ।
২৫২. অকৰণীয়- কৰাৰ যোগ্য।
২৫৩. অকৰুণ-হ্ৰদয়হীন, নিৰ্দ্দয়।
২৫৪. অকলুষ- পৱিত্ৰ, নিৰ্দোষ, নিস্পাপ।
২৫৫. অকল- লগ নথকা, অকলশৰীয়া।
২৫৬. অকূল- অপাৰ, অনন্ত।
২৫৭. অকোৱা- পকোৱা- মেৰখোৱা, পোন নোহোৱা।
২৫৮. অগম্য-দুৰ্গম, যত সহজে যাব বা সোমাৱ নোৱাৰি।
২৫৯. অগধুৰ- পাতল, গধুৰ নোহোৱা।
২৬০. অগতি- উপায়হীন লোক, নিৰাশ্ৰয় মানুহ।
২৬১. অখ্যাত- অপ্ৰতিষ্ঠিত, অপ্ৰসিদ্ধ।
২৬২. অগাধ- বৰদ, তলি-নোহোৱা,আথা-উনি।
২৬৩. অগৰা- আগৰা চোৱা।
২৬৪. অগক- এবিধ সুগন্ধি কাঠ, চন্দন বিশেষ।
২৬৫. অগা-ডেৱা- আগে আগে জপিয়াই ফুৰা, আগঁভেটি ধৰা।
২৬৬. অগৰ-বগৰ- ইফাল-সিফাল, অনৰ্থক কথা।
২৬৭. অগভীৰ- বাম, দ নোহোৱা।
২৬৮. অগঢ়ী- দেখিবলৈ বেয়া, অশুৱনি,  গঢ় নোহোৱা।
২৬৯. অগ- দমন কৰিব নোৱাৰা।
২৭০. অগত্যা- উপায়হীন, টানত পৰি, বাধ্য হৈ।
২৭১. অগম- পৰ্ব্বত, বৃক্ষ, গতিহীন।
২৭২. অখ্যাত- বদনাম, অপযশ।
২৭৩. অগৰ্হিত-  নিন্দিত নোহোৱা, নিৰ্দ্ধোষ।
২৭৪. অগ্নিবাণ- জুই ওলোৱা শৰ, 
২৭৫. অগ্নিশতকাৰ- মৃতকৰ দেহ দাবন কৰা কাৰ্য্য।
২৭৬. অগ্ন্যাধান- হোমাদি স্থাপন।
২৭৭. অগ্ন্যস্ত্ৰ- কামান ইত্যাদি, বন্দুক।
২৭৮. অগিযান- জ্ঞানহীন।
২৭৯. অগ্নিকুণ্ড- জুইশাল, জুই ধৰিবলৈ ব্যৱহাৰ কৰা গাঁত।
২৮০. অগুণ- বেয়া চিন্তা, অপকাৰ, শলাগ নোহোৱা।
২৮১. অগ্নি- জুই, আহাৰ জীৰ্ণ কৰা শক্তি।
২৮২. অগ্নি-পৰীক্ষা- জুইত পুৰি শুদ্ধ কৰা।
২৮৩. অঙহী-বঙহী- সম্বন্ধ থকা, লগাভগা।
২৮৪. অঘাইত- অতিপাত, অতি দুষ্ট।
২৮৫. অচিৰ- অলপ সময়, খন্তেকীয়া।
২৮৬. অজ -যাৰ জন্ম নাই, ইশ্বৰ।
২৮৭. অনাভুৱা- চিনি-নোপোৱা, আচহুৱা।
২৮৮. অনাস্থা- অভক্তি, অশ্ৰদ্ধা, অবিশ্বাস।
২৮৯. অনাহক- অদৰকাৰ, অবাব।
২৯০. অনাহত- আধাত নোপোৱা, অক্ষত।
২৯১. অনাসক্ত- আসক্তি নথকা।
২৯২. অনাবৃত- ঢাকি নোথোৱা।
২৯৩. অনায়াস- যত্নহীন।
২৯৪. অনাবাৰে - অনাহকত, অবাবত।
২৯৫. অনাবাতে- বতাহ নোহোৱাকৈ।
২৯৬. অনাদৃত- আদৰ নোপোৱা।
২৯৭. অনাবাসিক- য'ত বাস কৰা নহয়।
২৯৮. অনাৱশ্যক- দৰকাৰ নোহোৱা, অপ্ৰয়োজন।
২৯৯. অনাময়-  ৰোগাভাৱ, সুস্থ।
৩০০. অনামেঘে- মেঘ নোহোৱাকৈ।
৩০১. অনু - পাছত।
৩০২. অনুকথন- পিছত কোৱা, অনুহবাদ।
৩০৩. অনীক- সৈন্য, সৈন্যদল।
৩০৪. অনুকৃতি- প্ৰতিমূৰ্ত্তি, ছবি।
৩০৫. অনুকম্পা- দয়া, সহানুভূতি, সমবেদনা।
৩০৬. অনুকৰণ- অইনৰ কাৰ্যত  নকল।
৩০৭. অনুক্ৰম-  যথাক্ৰম, ।
৩০৮. অন্গ- অনুগামী, অনুচৰ।
৩০৯. অনুকল্প-  যাক আন এটাৰ ঠাইত ব্যৱহাৰ কৰা হয়।
৩১০. অদৃঢ়- ঢিলা, হালি যোৱা।
৩১১. অচিন্ত-  চিন্তাশূন্য,  চিন্তাৰে ঢুকি  নোপোৱা।
৩১২. অচিন্ত্য- ইশ্বৰ।
৩১৩. অজৈৱ- অজীৱৰ পৰা যাৰ জন্ম।
৩১৪. অজ্ঞাতসাৰে-  গম নোপোৱাকৈ।
৩১৫. অভাব-  অবিদ্যা, মায়া-মোহ।
৩১৬. অজু- মুখ, হাত,  ভৰি আদি।
৩১৭. অতপা- বৰকৈ বঢ়া বা হোৱা, অসাধাৰণ।
৩১৮. অণুভা-  বিদ্যুত।
৩১৯. অনুমাত্ৰিক-  অকণমান, বৰকম।
৩২০. অতনু- কামদেৱ, কামহীন।
৩২১. অতন্ত্ৰ- অপ্ৰধান,  অনৰ্থক।
৩২২. অত্যয়- অপগমন, অতিক্ৰম।
৩২৩. অত্যাগী- নকৰা, কৰ্ম ফল আশা নকৰা।
৩২৪. অতিষ্ঠ-  অস্থিৰ, থাকিবলৈ অসমৰ্থ।
৩২৫. অত্যন্ত-  বৰ বেছি,  অতিশয়।
৩২৬. অত্যভিমানী- বহুত অভিমানীয।
৩২৭. অতীত- হৈ যোৱা, অতিক্ৰম কৰা।
৩২৮. অতিলঘন- অতিক্ৰম।
৩২৯. অতিলোমা- যাৰ বহুত বেছি লোম থাকে।
৩৩০. অতিৰুপ- বহুত ধুনীয়া , অতি সুন্দৰ।
৩৩১. অনুপাম- নিৰুপাম, যাৰ তুলনা নাই।
৩৩২. অকথ্য-অকথনীয়, কব নলগীয়া কথা।
৩৩৩. অকপট- সহজ- সৰল, কপট নথকা।
৩৩৪. অকথা-  বদনাম , বেয়া-কথা।
৩৩৫. অকটুৰ-ৰসাল, কটুৰ নোহোৱা।
৩৩৬. অকলপেটীয়া- আপোনপেটীয়া স্বভাৱৰ।
৩৩৭. অকালী- শিখ সম্পদায় বিশেষ।
৩৩৮. অকৃতিত্ব- অক্ষমতা, অযোগ্যতা।
৩৩৯. অকৃতি- কৰিবনলগীয়া কাম।
৩৪০. অখ্যাতি- অপযশ, বদনাম।
৩৪১. অকৈতৱ- ছলনাহীন, অকপট।
৩৪২. অঞ্জনা- হনুমানৰ মাক, কেশৰী বান্দৰৰ পত্নী।
৩৪৩. অতিৰঞ্জিত- বেছিকৈ ৰহণ লগাই কথা কোৱা।
৩৪৪. অতন্দ্ৰ- জাগৰিত, অনলস, তন্দ্ৰাশূন্য।
৩৪৫. অত্যাধুনিক- অতি আধুনিক।
৩৪৬. অটুট- ক্ৰটিহীন, কম নোহোৱা।
৩৪৭. অটব্য- বৰ ডাঠ, গহীন।
৩৪৮. অটবী- হাবি, বননি।
৩৪৯. অঞ্চল- কাপোৰৰ আচল, গাত লোৱা কাপোৰ বা ৰিহাৰ আগ।
৩৫০. অকল্পিত-- যথাৰ্থ,  অকৃত্ৰিম, প্ৰকৃত।
৩৫১. অকোপ- খঙ নোহোৱা।
৩৫২. অকৃষ্ট- চনমাটি, পতিত।
৩৫৩. অঠাৱৰ- নিশ্চিত নোহোৱা, অঠিক।
৩৫৪. অতুলনীয়- যাৰ তুলনা নাই।
৩৫৫. অতীন্দ্ৰিয়-  ইন্দ্ৰিয়ৰ অগোচৰ।
৩৫৬. অদাহ্য-পাতক- ধন থাকোতেঁও দান নকৰা, পাপ।
৩৫৭. অদাহ্য- যাক পুৰি পেলাব নোৱাৰি, যাক  পুৰি পেলোৱা অনুচিত

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us