Type Here to Get Search Results !

Class 10 English Chapter 9: The Tale of Custard the Dragon Question and Answer

Class 10 English Chapter 9: The Tale of Custard the Dragon Question and Answer

The Tale of Custard the Dragon

Ogden Nash

Summary:
The Tale of Custard the Dragon is a ballad. The pome has humouric elements tells a story of a cowardly dragon named Custard. Custard is a pet of Belinda, a little girl who lives in a little white house with his pets. She had a black kitten named Ink. A grey moues named Blink , a yellow dog mustard and a cowardly dragon Custard. She was in lave with all of them . The poet says that all the pets are brave except the dragon custard. In the pome, the poet describes the pets as brave and compared them with another animals like bear, tiger or lion but the dragon is very timid. He always demands a safe place for himself. All the other pets make fun of him . But one night they are surprised by the enter of a pirate in the house. All of them get frightened and start hiding here and there. But to everyone’s surprise , the dragon not only tackles him but also eats him up. As Mustard of them are sued by Custard, they tank him, Then all the in love pets realised that though Custard is timid in nature but he is also intelligent and brave who as all their lives. So they thought it is not good to make fun of him for his timid nature. Here the poet wants to say his reader that no one should be treated miserably irrespective of his or her nature because everyone have other special Quality like the coward and timid dragon Custard who fight with the pirate and save the lives 0f other pets and Belinda..
মূলভাৱঃ
The Tale of Custard the Dragon’ এক প্ৰকাৰৰ বেলাড কবিতাটোত খুহুতীয়াভাৱে কাষ্টাৰ্ড নামৰ ড্ৰেগ’নটোৰ কথা কোৱা হৈছে । কাষ্টাৰ্ড বেলিন্দাৰ এটা পোহনীয়া ড্ৰেগন, যিয়ে এটা বগা ৰঙৰ সৰু ঘৰৰ নিজৰ পোহনীয়া জন্তুবোৰৰ লগত থাকে । তাইৰ ইংক নামৰ এটা ক’লা মেকুৰী পোৱালী ব্লিংক নামৰ নিগনি, মাষ্টাৰ্ড নামৰ এটা হালধীয়া কুকৰ, আৰু কাষ্টাৰ্ড নামৰ এটা ভয়াতুৰ ড্ৰেগন আছিল । তাই সকলোবোৰকে বৰ ভাল পাইছিল । কবিয়ে কৈছে যে সকলোবোৰ পোহণীয়া জন্তু বৰ সাহসী মাত্ৰ কাষ্টাৰ্ড নামৰ ড্ৰেগ’নটোৰ বাহিৰে । কবিয়ে সকলোবোৰ পোহণীয়া জন্তুক বাঘ, ভালুক, সিংহ আদিৰ লগত তুলনা কৰিছে কিন্তু কাষ্টাৰ্ড নামৰ ড্ৰেগনটো বৰ শান্ত স্বভাৱৰ আছিল । কাষ্টাৰ্ডে সদায় নিজৰ বাবে এক সুৰক্ষিত ঠাই বিচাৰি ফুৰিছিল বাকী সকলোবোৰ জন্তুৱে ড্ৰেগ’নটোক ঠাট্টা কৰিছিল । এদিন সকলোবোৰ জন্তুৱে ঘৰৰ পাইৰেট সোমোৱা দেখি আচৰিত হৈছিল । সকলোবোৰ ভয় খাই য’ত ত’ত লুকাইছিল । কিন্তু সকলোকে স্তম্ভিত কৰি কাষ্টাৰ্ডে অকলে ডকাইতটোৰ সন্মখীন হৈছিল আৰু তাক অক্ৰমণ কৰিছিল । কাষ্টাৰ্ডে সকলোকে ডকাইতটোৰ পৰা ৰক্ষা কৰিছিল আৰু সকলোৱে তাক ধন্যবাদ দিছিল । তেতিয়া সকলোৱে অনুভৱ কৰিছিল যে কাষ্টাৰ্ড যদিও ভয়াতুৰ আছিল প্ৰকৃততে সি সাহসী আছিল যিয়ে সকলোকে বিপদৰ পৰা ৰক্ষা কৰিছিল । দৰাচলতে কবিয়ে ক’ব বিচাৰিছে যে সকলো মানুহৰ বিশেষ দক্ষতা থাকে আৰু কেতিয়াও আনৰ দূৰ্বলতাক তিৰষ্কাৰ কৰিব নাপায় ।

Thinking about the poem ( কবিতাটোৰ বিষয়ে ভাবা)

1.Who are the characters in this poem ? List them with their pet names.
কিবিতাটোত কোনবোৰ চৰিত্ৰ আছিল ? সকলো পোহনীয়া জন্তুৰ নামৰ তালিকা প্ৰস্তুত কৰা ।Ans: In this poem, the a characters are Belinda, a little. Girl and her pets; a little black kitten, a little grey moues , a little yellow dog , a little pet dragon and a pirate.

Characters (চৰিত্ৰ)Pet Name (পোহনীয়া জন্তুবোৰৰ নাম)
Kitten (মেকুৰী পোৱালী)Ink (ইংক)
Mouse (নিগনি)Blink (ব্লিংক)
Dog (কুকুৰ)Mustard (মাষ্টাৰ্ড)
Dragon (ড্ৰেগ’ন)Custard (কাষ্টাৰ্ড)

কবিতাটোৰ থকা চৰিত্ৰসমূহ হ’ল বেলিছা এজনী কণমাণি ছোৱালী, আৰু তাইৰ পোহণীয়া জন্তুবোৰ আছিল – এটা ক’লা মেকুৰী , এটা নিগনি , এটা কুকুৰ আছিল ।

2. Why did Custard cry for a nice safe cage ? Why is the dragon called ” cowardly dragon ” ?
কাষ্টাৰ্ডে কিয় এটা সুৰক্ষিত পজাঁ বিচাৰি কান্দিছিলে ? ড্ৰেগ’নটোক কিয় ভয়াতুৰ বুলি কোৱা হৈছিল ?
Answer: Custard was very coward and get scared very easily; thus it cried for a nice safe cage.
Custard is called ‘’ cowardly dragon’’ because in comparison to the other pets of the house, Custard scared a let while other pets are brave.
কাষ্টাৰ্ড এক ভয়াতুৰ ড্ৰেগ’ন আছিল যিয়ে সঘনাই ভয় খাইছিল আৰু সদায় সুৰক্ষিত ঠাই বিচাৰি ফুৰিছিল ।
কাষ্টাৰ্ডক এটা ভয়াতুৰ ড্ৰেগ’ন বুলি কৈছিল কিয়নো সি বাকীবোৰতকৈ ভয়াতুৰ আছিল ।

3. ” Belinda tickled him, she tickled him unmerciful … ” Why?
‘’বেলিছাই তাক কুটকুটাই দিছেলে একো নভবাকৈ,’’ কিয় ?
Answer: Tickling is an easy way to make people laugh, it always works on people who are a little soft. So Belinda tickled the dragon unmerciful as it worked a lot on him. Despite being a dragon, a tickling could disturb him and this showed his cowardice on which everyone loughed.
কুটুটালৈ সকলো মানুহৰ হাঁহি উঠে আৰু বেলিজাই প্ৰায় কষ্টাৰ্ডেক ভয় সোনকালে খাইছিল আৰু সকোৱে তাকে দেখি হাঁহিছিল ।

4. The poet has employed many poetic devices in the poem . For example : ” Clashed his tail like iron in a dungeon ” – the poetic device here is a simile . Can you , with your partner , list some more such poetic devices used in the poem ?
কবিয়ে বিভিন্ন ধৰণৰ কাব্যিক অমংকাৰ কবিতাটোত ব্যৱহাৰ কৰিছে । তুমি সহপাঠীৰ সৈতে আলোচনা কৰি কাব্যিক অলংকাৰ বাছি উলিওৱা ।
Answer: In this poem ‘’ The Tale of Custard the Dragon, the poet has used a lot of poetic devices. Here are the examples given below-
I. Repetition: Use of the word ‘’ Little’’
II. Oxymoron: Use of two words with apposite meanings ‘’pet dragon’’.
III. Simile: Dog compared to mustard.
IV. Metaphor: The nose is like a chimney ‘’chimney for a nose’’.
দগ টেল অফ্ কাষ্টাৰ্ড দ্যা ড্ৰেগ’ন নামৰ কবিতাটোত কবিয়ে বহুতো কাব্যিক অমংকাৰ ব্যৱহাৰ কৰিছিল । ইয়াৰে কিছুমান উদাহৰণ তলত উল্লেখ কৰা হ’ল
I. পুনৰাবৃত্তি ‘’লিটল’’শব্দটোৰ পুনৰ ব্যৱহাৰ হৈছে ।
II. বিৰোধাভাস দুটা বিপৰীত অৰ্থত শব্দ একেলগে ব্যৱহাৰ কৰা পোহনীয়া ড্ৰেগন’ ।
III. উপমা কুকুৰটোক মাষ্টাৰ্ডৰ লগত তুলনা কৰিছিল ।
III. ৰূপম ড্ৰেগ’নৰ নাকটোক চিমনীৰ লগত তুলনা কৰিছে ।

5. Read stanza three again to know how the poet describes the appearance of the dragon.
তিনি নম্বৰ স্তনকটো পুনৰ পঢ়ি কবিয়ে ড্ৰেগ’নৰ কথা কি বুলি কৰৈছিল লিখা ।
Answer: In this stanza the poet describe the appearance of the dragon. It had big sharp tooth and spikes on top. His mouth has been compared to a fireplace because it is assumed that dragons can release fire from the mouth. Then its nose is compared to a chimney which is used to pass out smoke. His feet’s are like a sharp knife.
উচ্চ স্তৱকটোত কবিয়ে ড্ৰেগ’নটোৰ শাৰিৰীক বৰ্ণনা দিছিল । ড্ৰেগ’নটোৰ তীক্ষ্ন দাঁত, মূৰফালে ডিলা আছে। তাৰ মূখখন জুইশলালৰ লগত তুলনা কৰা হৈছে কিয়নো সি মূখখন জুই উলিয়াই । ঠিক তেনেদৰে তাৰ নাকটো চিমনীৰ লগত তুলনা কৰিছে যি ফালেদি জুইৰ ধোঁৱাবিলাক ওলাই যায় ।

6. Can you find out the rhyme scheme of two or three stanzas of the poem ?
কবিতাটোৰ ছন্দ বাছি উলিওৱা ।
Answer: The rhyme scheme is ‘’aa bb’’.
কবিতাটোৰ ছন্দ হ’ল ‘’এএ বিবি’’

7. Writers use words to give us a picture or image without actually saying what they mean . Can you trace some images used in the poem ?
লিখকে বহুসময়ত কিছুমান শব্দৰ জৰিয়তে বিশেষ কিছুমান ছবি দাঙি ধৰে । উক্ত কবিতাটোত ব্যৱহৃত তেনে শব্দৰ উদাহৰণ দিয়া ।
Answer: Writers always use such phrases and words that do not tell us directly about what they mean but always gives us an indication of the meaning . Such words or phrases are used to trigger our own imagination in painting the picture that they mean. Some examples from this poem are; ‘’ mouth like a fireplace,’’ ‘’Chimney for a noes’’, brave as a barrel full of bears’’, brave as a tiger in a rage etc.
লিখকে প্ৰায়ে পৰোক্ষ অৰ্থ প্ৰকাশিত শব্দ কিছুমান ব্যৱহাৰ কৰে । ইয়াৰ জৰিয়তে পঢ়টবয়ে লিখকে কব বিচৰা কথাৰ উখ্থান পাই । এই কবিতাটোত কবিয়ে তেনেধৰণৰ বহু শব্দ ব্যৱহাৰ কৰিছে । তেনে কিছুনাম উদাহৰণ হ’ল ‘’মখ খন জুইশলালৰ দাৰ, নাকটোৰ চিমনীৰ দৰে, তাইৰ সাহসেৰে ভৰপূৰ , বাঘৰ দাৰ সাহসী আদি ।

8. Do you find The Tale of Custard the Dragon to be a serious or a light – hearted poem ? Give reasons to support your answer .
তোমাৰ মতে কবিতটোত খুহুতীয়া নে গম্ভীৰ প্ৰকাৰৰ ? যুক্তি আগবঢ়োৱা ।
Answer: The Tale of Custard the Dragon is a very light and funny poem meant to be enjoyed by everyone. The way the poem has been written with a fix rhyme scheme, makes it very easy and enjoyable to read. The poet has even used wrong spelling to maintain the rhyme scheme. The little girl Poland is compared to a barrel full of bears, anther tiny creatures like mouse, kitty have been shown so brave that the kitty can score a lion. While the dragon has been shown . as a coward and get being who seeks for salty cage.
‘দ্যা টেল অফ্ কাষ্টাৰ্ড দ্যা ড্ৰেগন’ নামৰ কবিতাটো ৰসেৰে ভৰপূৰ আৰু সকলোৱে উপভোগ কৰিব পৰা ধৰণৰ কবিতা । কবিতাটোৰ ছুন্টই ইয়াক আকৰ্ষণীয় কৰি তুলিছে । বিভিন্ন সময়ত কবিতাৰ ছন্দ মিলাবৰ বাবে কবিয়ে ভূলকৈ শব্দ লিখিছে । কবিতাটোত সৰু ছোৱালীজনীক সাহসী বুলি কোৱা গৈছে, সৰু পোহনীয়া জন্তুবোৰক সাহসক বাঘ, সিংহৰ লগত তুলনা কৰিছে । তাৰোপৰি ড্ৰেগ’নটোক ভয়াতুৰ বুলি বৰ্ণনা কৰিছে । তাৰোপৰি ড্ৰেগ’নটোক ভয়াতুৰ বুলি বৰ্ণনা কৰিছে যিয়ে সুৰক্ষিত ঠাই বিচাৰি কান্দি থাকে ।


class 10 English question answer seba class 10 seba English answers class 10 English seba seba class 10 English seba class 10 English notes English class 10 seba seba English class 10 seba class 10 English book pdf class 10 English notes seba seba class 10 English book seba class 10 English book english medium class 10 English book seba seba class 10 English syllabus seba English book class 1 seba class 10 English solution seba English class 10 solutions seba solutions for class 10 English seba solutions for class 10 English history class 10 seba English book class 10 seba English notes class 10 English syllabus seba seba class 10 English guide seba class 10 English notes pdf seba English class 10 history English class 10 ncert solutions seba English class 10 seba assamese English class 10 seba question paper class 10 seba English books class 10 English notes for seba ncert solutions for class 10 English seba seba board class 10 English book seba book of class 10 English seba book of class 10 English in pdf seba class 10 English mcq seba economics English chapter 2 class 10 seba English notes class 10 English class 10 of seba English class 10 seba board English for class 10 seba history answers English of class 10 seba question answer English text book class 10 ncert seba syllabus of English class 10 of seba syllabus of English class 10 seba

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us