Type Here to Get Search Results !

Class 10 English Chapter 5: The Hundred Dresses 1 question and answer

Class 10 English Chapter 5: The Hundred Dresses 1 question and answer

El Bsor Ester

  1. Where in the classroom does Wanda sit and why?

ৱাণ্ডা শ্ৰেণীকোঠাত কত বহিছিল আৰু কিয় ?

Ans:- In the classroom Wanda sits in the seat next to the last seat in the last row. She sits there because she was very quiet and rarely said anything.

( ৱাণ্ডা শ্ৰেণীকোঠাত শেষৰ বেঞ্চৰ কোণত বহে কাৰণ তাই মনে মনে থাকি ভাল পায় আৰু খুব কম কথা কয় । )

  1. Where does wanda live ? What kind of place do you think it is ?

( ৱাণ্ডা কোন ঠাইত বাস কৰে ? তাই থকা ঠাইডোখৰ কেনেকুৱা তোমাৰ মতে ? )

Ans:- Wanda lives in Baggins Heights . She lives in a remote place which is the outskirt area .

( ৱণ্ডা ব’গিনচ হাইটছ নামৰ ঠাই ডোখৰ ত থাকে , তাই বসবাস কৰা অঞ্চলটো ভিতৰুৱা আৰু চহৰৰ পৰা দূৰত । )

  1. When and why do piggy and Maddie notice Wanda’s absence?

(কেতিয়া আৰু কিয় পেগি আৰু মেদিয়ে ৱাণ্ডাৰ অনুপস্থিতি লক্ষ্য কৰিছিল ? )

Answer:- Peggy and Maddie notices Wanda’s absence on Wednesday because they used to late for school while waiting for Wanda to make fun of her .

( পেগি আৰু মেডিয়ে ৱাণ্ডাৰৰ অনুপস্থিতি বুধবাৰ অৰ দিনটোত লক্ষ্য কৰিছিল কাৰণ সিহঁতৰ বিদ্যালয় লৈ আহোঁতে তাইৰ বাবে ৰৈ থকা কাৰণে সদায় দেৰি হৈছিল । )

  1. What do you think ” to have fun with his ” means ?

( তাইৰ সতে ধেমালি কৰা মানে কি বুজা তুমি ? )

Answer:- To have fun with her means Wanda’ss friends make fun of her by mocking her .

(” তাইৰ সতে ধেমালি কৰা ” অৰ্থাৎ ৱাণ্ডাৰ বন্ধুবোৰে তাইক ঠাত্তা কৰি আনন্দ লাভ কৰে ।)

  1. In what way was Wanda different from other children?

কোন বোৰ ক্ষেত্ৰত ৱাণ্ডা আন লৰা ছোৱালী তকৈ পৃথক ?

Answer:- Wanda is very different from the rest of the class. She have an uncommon little petroski which is hard to find among Americans. Also she belongs to a poor family who live in place far from the town. She does not have many dresses like other children of her class .

( শ্ৰেণীৰ সকলুবোৰতকৈ ৱান্দা বহুত পৃথক । তাই উপাধি পেটোনস্কি যিটো বাকী আমেৰিকান সকলৰ মাজত দেখা পোৱা নাযায় । ইয়াৰ উপৰিও তাই দুখীয়া পৰিয়ালৰ ছোৱালী যি চহৰৰ পৰা দূৰৈত বাস কৰে । শ্ৰেণীৰ আন বিলাকৰ দৰে তাইৰ বেছি কাপোৰ ও নাছিল ।

  1. Did Wanda have a hundred dresses ? Why do you think she said she did?

ৱাণ্ডাৰ এশ যোৰ কাপোৰ আছেনে ? তাই কিয় আছে বুলি কলে ?

Answer:- No Wanda did not have hundred dresses . Wanda feel tired of all the teasing and taunting of her friends on her dress.Thus she declared to you have hundred dresses in her wardrable because for her talent is more important.

( নাই ৱাণ্ডাৰ এশ যোৰ কাপোৰ নাই । বন্ধু বান্ধৱী সকলৰ পৰা পোৱা তিৰস্কাৰ অন্তত তাই হিহতক নিজৰ এশ যোৰ কাপোৰ আছে বুলি মিছা মাতিছিল কিয়নো তাইৰ বাবে পাৰদৰ্শিতা প্ৰধান । )

  1. Why is Maddie embarrassed by the questions Peggy asks Wanda ? Is she also like Wanda arise she different?

পেগী য়ে ৱাণ্ডাক সুধা প্ৰশ্নৰ বাবে মেডিয়ে কিয় লাজ পাইছিল ? তাই ৱাণ্ডাঅৰ দৰে একে নে পৃথক ?

Answer:- By the questions Peggy asks Wanda, Meddie is embarrassed because she also does not have more cloth like Peggy and this question would reveal her poor status . Like Wanda . She is from poor family.

পেগীযে ৱাণ্ডাক সুধা প্ৰশ্নৰ বাবে মেডীযে লাজ কৰে কিয়নো তাইৰু পেগিৰ দৰে সৰহ কাপোৰ নাই আৰু এই প্ৰশ্ন টোৱে তাইৰ দুখীয়া স্থিতিটো আনৰ আগত উদঙাই দিব । ৱাণ্ডাৰ দৰে তাইৰ পৰিয়াল ও দুখীয়া ।

  1. Why did not maddie ask peggy to stop teasing Wanda ? What was she afraid of ?

মেদী যে পেগীক কিয় ৱাণ্ডাক ঠাত্তা কৰোঁতে বাধা নিদিয়ে ? তাই কি কথাত ভই খাইছিল ?

Answer:- Peggy was most popular girl in the school. She was nice girl but in case of Wanda she behaved very roughly. Therefore Maddie never ask Peggie to stop teasing Wanda . She was afraid of being the next target of such taunts and teasing .

পেগী শ্ৰেণী টোৰ আটাইতকৈ জনপ্ৰিয় ছোৱালী আছিল । তাই এজনী ভাল ছোৱালী আছিল মাথোঁ ৱাণ্ডাৰ সতে তাই বেয়া ব্যৱহাৰ কৰিছিল । সেয়েহে মেডী য়ে কেতিয়াও পেগিক বাধা দিয়া নাছিল । মেদী যে ভয় কৰিছিল যে ৱাণ্ডাৰ পাছত হয়তু তাই তিৰস্কা ৰৰ সন্মুখীন হব লগীয়া হব ।

  1. Who did Maddie think would win the drawing competition? Why ?

মেদিৰ মতে চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী কোন হব ? আৰু কিয় ?

Answer:- Maddie thought Peggy would win the drawing contest . Because Peggie was very good at drawing that she could easily copy a picture in magazine or some film stars head .মেডিৰ মতে চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী পেগি হব কিয়নো তাই ধুনীয়া ছবি আঁকিব জানে । তাই সহজতে যিকোনো মেগাজিনৰ ছবি আঁকিব পাৰে আৰু তাই অতি সহজতে নিজৰ ছবিৰে অভিনেতাৰ মনটো সাঁচ বহুৱাব পাৰে ।

10 . Who won the drawing contest? What help the winner drawn ?

চিত্ৰাংকন প্ৰতিযোগিতাত কোন জয়ী হৈছিল ? বিজয়ী প্ৰাৰ্থী গৰাকীয়ে কি অংকন কৰিছিল ?

Answer:- Wanda won the drawing competition . She had drawn hundred designs with different and beautiful colour. চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী আছিল ৱাণ্ডা । তাই এশ তা ভিন্ন ডিজাইনৰ ছবি অংকন কৰিছিল ।

  1. How does Wanda seen as different by other girls ? How do they treat her ?

বাকী ছোৱালী বোৰতকৈ ৱাণ্ডা কিদৰে পৃথক আছিল ? সিহঁ তী তাইক কেনে ধৰণৰ ব্যৱহাৰ কৰিছিল ?

Answer:- Wanda is very different from the other girl of her class . She has very different title with poor family background. She always wear the same dress and comes from muddy place call Boggins Heights .

The children of Wanda’s class used to make fun of her poor status . They tease and taunt her for the faded dress that she wear . The laugh at her because of her title and the place in which she lived .

শ্ৰেণীৰ বাকী ছোৱালী বিলাকতকৈ ৱাণ্ডা বহুত বেলেগ আছিল । তাইৰ উপাধি বেলেগ থকাৰ লগতে তাইৰ পৰিয়াল দুখীয়া আছিল । তাই সদায় একেযোৰ কাপোৰ এ পিন্ধি আহিছিল আৰু তাই বগিনচ হাইটচ নামৰ বুকাময় ঠাইডোখৰৰ পৰা আহিছিল ।

শ্ৰেণীৰ সহপাঠী বোৰে দুখীয়া হোৱা বাবে ৱাণ্ডাক থা ত্তা কৰিছিল । তাইৰ পুৰণি উৱলি যোৱা কাপোৰ যোৰ হিহঁতে ইটিকিং কৰিছিল ।

12 . How does wanda feel about the dresses game why does she say that she has a hundred dresses?

ড্ৰেচ গেম ছ কলৈ ৱাণ্ডাৰ মনোভাৱ কেনেকুৱা আছিল ? তাই নিজৰ এশ যোৰ কাপোৰ থকা বুলি কৈছিল ?

Answer:- Wanda feels very embarrassed but remains silent in the class. She is deeply hurt but never complains about it

To avoid their taunts and humiliation . Wanda says that she has a hundred dresses with 60 pairs of matching shoes. Hater she drew all of them for the drawing competition

ৱাণ্ডাই বহুত লাজ পাইছিল কিন্তু তাই মাত মতা নাছিল । তাই মনত বৰ আঘাত পাইছিল যদিও কাৰো ও চৰত অভিযোগ দিয়া নাছিল । সমনিয়া বোৰৰ থাত্তা মস্কাৰক আওকাণ কৰিব ৰ বাবে ৱাণ্ডাই তাইৰ ওচৰত এশ যোৰ কাপোৰ আৰু ষাঠি যোৰ চেন্দেল থকা বুলি কৈছিল । পাছলৈ তাই সেইবোৰ প্ৰতিযোগিতাৰ বাবে অংকন কৰিছিল ।

13 . Why does Maddie standby and not do anything? How is she different from Peggy? ( Was peggy is friendship important to meddie ? Why? Which lines in text tell you that? )

মেডিযে কিয় সদাই ৰৈ থাকে আৰু একো কথাৰে বিৰোধিতা নকৰে ? তাই পেগিতকৈ কি ক্ষেত্ৰত পৃথক ? পেগীর বন্ধুত তাইৰ বাবে মূল্য বান হইনে ? কোন হাৰি বাক্যৰ পৰা জানিব পৰিলা ?

Answer:- Peggy is the most popular girl in the class and Maddie is her closest friend . Though Maddie is poor , Peggy never teases her as she does with Wanda so Maddie is afraid of losing her friendship. Therefore she does not a risk to annoy Peggie and prefers to be silent. The line Peggy was the best liked girl in the whole room. Peggy could not possibly do anything that was really wrong

পেগি শ্ৰেণীৰ আটাইতকৈ জনপ্ৰিয় ছোৱালী আছিল আৰু মেদি তাইৰ শ্ৰেষ্ঠ বন্ধু আছিল । যদিও মেডি ৱাণ্ডাৰ দৰে দুখীয়া আছিল পেগীয় এ কেতিয়াও তাইক ঠাট্টা কৰা নাছিল , সেয়েহে তাই বন্ধুত্ত হেৰুওৰ ভয় খাইছিল । সেয়েহে তাই পেগিক নকৈছিল । বাক্য শাৰী ” পে গী শ্ৰেণীৰ আটাইতকৈ জনপ্ৰিয় ছোৱালী । পেগীয় এ কেতিয়াও ভুল কাম কৰিব নোৱাৰে।

  1. What does Miss Mason think of Wanda’s drawings ? What do the children think of them? How do you know?

মিছ মেচনে ৱাণ্ডাৰ ছবিবোৰ ক লৈ কি ভাবিছিল ? শ্ৰেণীৰ বাকী সকলে ছবিবোৰৰ বিষয়ে কি ভাবিছিল ? তুমি কেনেকৈ জানিলা ?

Answer:– Miss Mason is very impressed with Wanda’s drawings. She considers damn really beautiful and worthy of winning individually. The children are also impressed by the drawing skills of Wanda that they applied and whistle when she wins among the girls .

মিছ মে চু নে ৱাণ্ডাৰ ছবিবোৰ বৰ পছন্দ কৰিছিল । তাই ছবি বোৰ ৰ সৌন্দৰ্য্য ক স্বীকৃতি দিছিল ৱাণ্ডাক সহপাঠী সকলেও ৱাণ্ডাৰ ছবিবোৰ পছন্দ কৰিছিল । সিহঁতে তাই শ্ৰেণীত সোমাওতে হাত চাপৰি আৰু সুহুৰিৰে সম্ভাখন জনাইছিল ।

Tags: Please Ignore

The hundred dresses part 1 the hundred dresses part 2 mcqs the hundred dresses part 2 the hundred dresses the hundred dresses part 1 mcqs the hundred dresses part 2 summary the hundred dresses part 1 summary. The hundred dresses part 1 mcq who is the author of the hundred dresses the hundred dresses part 1 questions and answers the hundred dresses part 2 questions and answers summary of the hundred dresses the hundred dresses part 2 mcq the hundred dresses mcq the hundred dresses class 10 the hundred dresses part 1 question answer the hundred dresses part 2 ncert solutions summary of the hundred dresses part 1 the hundred dresses part 2 solutions the hundred dresses summary the hundred dresses class 10 mcq the hundred dresses 1 mcq the hundred dresses part 1 solutions the hundred dresses 1 mcqs the hundred dresses part 2 pdf the hundred dresses part 1 summary in hindi the hundred dresses pdf the hundred dresses question answer the hundred dresses part 1 pdf summary of the hundred dresses part 2 who is the author of the hundred dresses class 10 the hundred dresses were beautiful add a question tag.class 10 English question answer seba class 10 seba English answers class 10 English seba seba class 10 English seba class 10 English notes English class 10 seba seba English class 10 seba class 10 English book pdf class 10 English notes seba seba class 10 English book seba class 10 English book english medium class 10 English book seba seba class 10 English syllabus seba English book class 1 seba class 10 English solution seba English class 10 solutions seba solutions for class 10 English seba solutions for class 10 English history class 10 seba English book class 10 seba English notes class 10 English syllabus seba seba class 10 English guide seba class 10 English notes pdf seba English class 10 history English class 10 ncert solutions seba English class 10 seba assamese English class 10 seba question paper class 10 seba English books class 10 English notes for seba ncert solutions for class 10 English seba seba board class 10 English book seba book of class 10 English seba book of class 10 English in pdf seba class 10 English mcq seba economics English chapter 2 class 10 seba English notes class 10 English class 10 of seba English class 10 seba board English for class 10 seba history answers English of class 10 seba question answer English text book class 10 ncert seba syllabus of English class 10 of seba syllabus of English class 10 seba

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us