Type Here to Get Search Results !

Class 10 English Chapter 3: The Ball Poem Question And Answer

 

Class 10 English Chapter 3: The Ball Poem Question And Answer

The Ball Poem

John Berryman

Summary

The poet is talking about a little boy who has last his ball. He was playing with his ball. The ball skipped from his hand and and went into the nearby water body. The poet say7s that this sight of the boy lasing his favourite ball made him think about the boy and his reaction to this situation . Further the writer says the boy was helplessly looking into the water where his ball had gone. He was sad and was trembling with fear. He got so immersed in his serrano that he kept standing near the harbour for a very long time and kept on looking for his ball. The poet says that he could console him that he that he may get new balls or he could also give him some money to buy another ball. But he stops himself from may bring a new ball but will not bring the memories and feelings attached to the last ball. He further says that the time has come for the boy ts learn his responsibilities. Here the poet wonts to say that now the boy will learn the toughest lesson of life. The lesson of accepting the harsh realilies of life that one day we loes our loud ones and our lode things.

মূলভাৱঃ

কবিয়ে এটা সৰু ল’ৰাৰ কথা কৈছে, যি নিজৰ বলটো হেৰুৱাইছে । সি নিজৰ বলটো হেৰুৱাইছে । সি নিজৰ বলটোৰ লগত খেলি আছিল । বলটো তাৰ হাতৰ পৰা সৰি পৰি কাষৰ পানীৰ নিজৰাটোত পাৰিলগৈ। কবিয়ে কৈছে ল’ৰাটোৱে বলটো হেৰুৱাই লৰাটোৱে দুখ মনেৰে বলটোৰ ফালে থৰ লাগি চাই আছিল । সি ভয়ত আৰু দূখত কঁপি আছিল । সি বহু সময় থৰ লাগি নিজৰাটোৰ ফালে চাই আছিল ।কবিয়ে কৈছে যে তেওঁ ল’ৰাটোক এটা নতুন বলৰ কথা ক’ব বিচাৰিছিল যদিও কোৱা নহ’ল নকুৱা তেওঁ নতুন বল কিনিব বাবে লৰাজনক পইচাও দিব পাৰিলে হয় । কিন্তু তেওঁ তেনে কোনো কাম নকৰিলে কিয়নো তেওঁ জানে নতুন বল এটাই ল’ৰাটোক তাৰ পুৰণি বলটোৰ সৈতে জড়িত স্মৃতিবোৰ ঘূৰাই দিব নোৱাৰে । এই সময়খিনিয়ে তাক তাৰ দায়িত্ববোধ শিকাব । কবিৰ মতে ল’ৰাটোক জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষাটো বৰ্তমান সময়ত লাভ কৰিব । সি বুজি উঠিব যে সকলো বস্তু ক্ষণস্থায়ী সকলোৱে জীৱনৰ পৰা নিজৰ ভালপোৱা বস্তুবোৰ এদিন আতঁৰি যোৱাটো নিশ্চিত ।

Thinking about the Poem (কবিতাটোৰ বিষয়ে ভাবা)

In pairs , attempt the following questions .

(গোট হৈ প্ৰশ্ন উত্তৰ সমূহ তৈয়াৰ কৰা)

  1. Why does the poet say, ” I would not intrude on him “? Why doesn’t he offer him money to buy another ball? “

কবিয়ে কিয় কৈছিল, ‘’মই তাৰ মাজত সোমাব বিচৰা নাই’’ ? তেওঁ কিয় ল’ৰাটোক আন এটা বল কিনি দিয়া নাছিল

Answer: The poet says, ‘’ I would not intrude on him’’ become he does not want to intervene in the natural process of learning. He wants the boy to learn the morning of lass on his awn. He also does not after him money to buy another ball because that would be worthless. He wants the boy to learn the lesson of responsibility.

কবিয়ে ল’ৰাটোক মাজত সোমাব বিচৰা নাছিল । তেওঁ তাৰ জীৱনত নতুন দায়িত্ববোধ শিকা সময়খিনিত বাধা হব বিচৰা নাছিল । তেওঁ বিচাৰিছিল সি যেন নিজেই বস্তুৰ মূল্যবোধ বুজি পাওঁক । সেইবাবে তেওঁ তাক নতুন বল কিনিবলৈ পইচা দিয়া কিয়নো এই কাৰ্যই তাৰ মনত কোনো পৰিবৰ্তন আনিব নোৱাৰে । সি দায়্তি্ব শীল বোৱাটো তেও বিচাৰিছিল ।

  1. ‘’… staring down / All his young days into the harbour where / His ball went … ” Do you think the boy has had the ball for a long time ? Is it linked to the memories of days when he played with it ?

‘’… সি জৰিটোৰ ফালে চাই স্মৃতিবোৰ সুঁবৰি আছিল য’ত তাৰ বলটো পৰিছিল..’’তুমি ভাবানে ল’ৰাটোৰ হাতত আগৰে পৰাই বলটো আছিল বুলি ? ই তাক শৈশৱৰ কথা সোঁৱৰাই নিকি ?

Answer: Yes, the boy has had the ball for a long time. When it burned into the water, all his memories of the days of childhood flashed in front of him. This led to realisation that those moments would not come back. Just like the ball. He can buy new balls and can similarly create new moments, but those that are gone would not return.

হয়, লৰাটোৰ লগত বহু আগৰে পৰা বলটো আছিল । য়েতিয়া বলটো গৈ পানীৰ পৰিছিল । তাৰ মনলৈ শৈশবৰ সকলোবোৰে স্মৃতি ভাঁহি আহিছিল । এই ক্ষণটোৱে তাক উপলদ্ধি কৰাইছিল যে কিছুমান বস্তু হেৰুৱাই যোৱা বস্তু ঘূৰাই পোৱাটো বৰ সহজ নহয় । সি বুজি উঠিছিল যে পুৰণি বলটোৰ লগত জড়িত স্মৃতিবোৰ সি নতুন বল এটাৰ জৰিয়তে কেতিয়াও ঘূৰাই পাব নোৱাৰে ।

  1. What does ” in the world of possessions ” mean ?

‘’সকলোৰে দখলত থকা পৃথিৱী’’ এই বাক্যশাৰীয় কি বুজাইছে ?

Answer: ‘’In the world of possessions’’ means that the world is full of materialistic things. Here everything and every action is made to passes something, whether it is the possession of land, property, money, or any other thing. The poet suggests that loring a ball, which is very small thing, would make the boy understand what it is like to lase something that one possessed.

‘’সকলোৰে দখলত থকা পৃথিৱীখন’’ অৰ্থাৎ বস্তুবাদী পৃথিৱীখনৰ কথা কোৱা হৈছে । সকলো বস্তুৰ ওপৰতে কাৰোবাৰ নহয় কাৰোবাৰ কিছুমান বস্তুৰ ওপৰত সকলোৰে অধিকাৰ থাকে । কবিয়ে কৈছে যে সেই সৰু বলটো হেৰুৱাই ল’ৰাটোৱে জীৱনৰ এটা ডাঙৰ শিক্ষা লাভ কৰিব যে সকলো বস্তু চিৰ স্থায়ী নহয় ।

  1. Do you think the boy has lost anything earlier ? Pick out the words that suggest the answer .

তুমি ভাবানে ল’ৰাটোৱে আগতে কিবা হেৰুৱাইছে নে ? কোনবোৰ শব্দৰ পৰা এই কথা বুজি পাইছা বাছি উলিওৱা ।

Answer: No the boy has last anything earlier. The words that suggest so are, ‘’He sense first responsibility in a world of possessions.

নাই ল’ৰাটোৱে আজিলৈকৈ কোনো বস্তু হেৰুৱাই পোৱা নাই ।

সি প্ৰথমবাৰৰ বাবে কিবা এটা হেৰুৱাৰ অনুভৱ কৰিছে, এই বাক্য শাৰীয়ে প্ৰমাণিত কৰে যে সি প্ৰথমাৰ কিবা এটা হেৰুৱাইছে ।

  1. What does the poet say the boy is learning from the loss of the ball ? Try to explain this in your own words .

‘’ল’ৰাটোৱে বলটৌ হেৰুৱাই এক নতুন শিক্ষা পাইছে’’ কবিয়ে ইয়াৰ জৰিয়তে কি ক’ব বিচাৰিছে? নিজৰ ভাষাৰে লিখা ।

Answer: The poet says that the boy is learning to cope up with the loss of the ball. He is experiencing grief, and learning to graw up in this world of passessions. He learns that there are many things in life that are lost and can not be brought back. He is sensing his first responsibility as he has lost the ball . The boy will learn how to stand up and leave the losses behind as he would have understood the true meaning and nature of loss.

কবিয়ে কৈছে ল’ৰাটোৱে বলটো হেৰুৱাই বস্তু হেৰুৱাৰ বেদনা কেনেকৈ সন্মূখীন হ’ব লাগে সেই কথা বুজি উঠিল । সি বস্তু হেৰুৱাই ডাঙৰ হ’বলৈ শিকিলে । সি জীৱনত প্ৰথমবাৰৰ দায়িত্ববোধৰ জ্ঞান পাইছে । সি বস্তু হেৰুৱাই হ’লেও জীৱনত কিদৰে আগবাঢ়িব লাগে সেউ কথা বুজি উঠিলে ।

class 10 English question answer seba class 10 seba English answers class 10 English seba seba class 10 English seba class 10 English notes English class 10 seba seba English class 10 seba class 10 English book pdf class 10 English notes seba seba class 10 English book seba class 10 English book english medium class 10 English book seba seba class 10 English syllabus seba English book class 1 seba class 10 English solution seba English class 10 solutions seba solutions for class 10 English seba solutions for class 10 English history class 10 seba English book class 10 seba English notes class 10 English syllabus seba seba class 10 English guide seba class 10 English notes pdf seba English class 10 history English class 10 ncert solutions seba English class 10 seba assamese English class 10 seba question paper class 10 seba English books class 10 English notes for seba ncert solutions for class 10 English seba seba board class 10 English book seba book of class 10 English seba book of class 10 English in pdf seba class 10 English mcq seba economics English chapter 2 class 10 seba English notes class 10 English class 10 of seba English class 10 seba board English for class 10 seba history answers English of class 10 seba question answer English text book class 10 ncert seba syllabus of English class 10 of seba syllabus of English class 10 seba

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us